নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাৰ্গিলত পাঁচ মাহ পিছত ইণ্টাৰনেট সেৱা

নিয়মীয়া বাৰ্তা ২৮ ডিচেম্বৰঃ সংবিধানৰ ৩৭০ অনুচ্ছেদৰ বিলুপ্তি ঘটাই জম্মু–কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মর্যাদা কর্তনৰ পিছৰে পৰা কাশ্মীৰ উপত্যকাত ব্যাহত হৈ আছে স্বাভাৱিক অৱস্থা৷ সুদীর্ঘ পাঁচ মাহ ধৰি ইণ্টাৰনেট সেৱা বাতিল কৰি থোৱা হৈছিল কাশ্মীৰ…

চীন-ৰাছিয়া-ইৰানৰ নৌসেনাৰ অনুশীলন

নিয়মীয়া বাৰ্তা ২৮ ডিচেম্বৰঃ পাৰস্য উপসাগৰীয় অঞ্চলৰ উত্তেজনাক লৈ বিভিন্ন সময়ত আমেৰিকা তথা ইউৰোপীয় দেশসমূহে যুদ্ধংদেহি মনোভাব গ্রহণ কৰি অহাৰ সময়তে এই স্পর্শকাতৰ অঞ্চলটোত ইৰান, চীন আৰু ৰাছিয়াই আজি নৌসেনাৰ যৌথ অনুশীলন আৰম্ভ কৰাৰ লগে লগে…

নৰৱেৰ মহিলাক ভাৰত ত্যাগ কৰাৰ নিৰ্দেশ

নিয়মীয়া বাৰ্তা ২৮ বাৰ্তাঃ কেৰালাৰ কোচিত নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ বা ‘কা’ৰ বিৰুদ্ধে প্রতিবাদী কার্যসূচীত অংশগ্রহণ কৰাৰ পিছত নতুন দিল্লী প্রশাসনে ভাৰত এৰাৰ নির্দেশ দিছে নৰৱেৰ ৭৪ বছৰীয়া এগৰাকী মহিলাক৷ দুমাহ পূর্বে পর্যটকৰ ভিছা লৈ নৰৱেৰ…

কোৰামাৰী বিলত কোনে চলালে পক্ষী নিধন ?

নিয়মীয়া বাৰ্তা, ২৮ ডিচেম্বৰঃ জীৱশ্ৰেষ্ঠই নৃশংতাৰ চৰম সীমা অতিক্ৰম কৰিলে হাজোত । তীৰ্থনগৰী হাজোৰ কোৰামাৰী বিলৰ এক দৃশ্যই এতিয়া হতচকিত কৰি তুলিছে সকলোকে । চাৰিওফালে কেৱল আৰু কেৱল মাত্ৰ দুষ্প্ৰাপ্য চৰাইৰ মৃতদেহ । কোনো দুৰ্বৃত্তই চোৰাং বজাৰত…

লক্ষ্মণৰেখা

সমগ্র বিশ্বতে ভাৰতীয় সেনাপ্রধানে এক বিশেষ মর্যাদা লাভ কৰি আছে ৷ ভাৰতীয় সেনাপ্রধানজন সদায়ে এজন অৰাজনৈতিক ব্যক্তি ৷ কোনো ৰাজনৈতিক বক্তব্যৰ পৰা আঁতৰি থাকি নিজৰ দায়িত্ব পালন কৰি দেশৰ অখণ্ডতা আৰু আভ্যন্তৰীণ সুৰক্ষা নিশ্চিত কৰি আহিছে ভাৰতীয়…

২০৩০ চনতো সম্পূর্ণ নহয় পানী যোগান আঁচনি

নিয়মীয়া বাৰ্তা, ২৮ ডিচেম্বৰঃ গুৱাহাটী মহানগৰীত চৰকাৰে গ্রহণ কৰা পানী যোগান আঁচনিৰ কাম–কাজৰ অগ্রগতিৰ বুজ লৈ উদ্বিগ্নতা প্রকাশ কৰিছে বৃহত্তৰ ছয়মাইল–পাঞ্জাবাৰী নাগৰিক উন্নয়ন মঞ্চই ৷ চৰকাৰ–প্রশাসনে সংবাদ মাধ্যমত সময়ে সময়ে পানী যোগান আঁচনিসমূহৰ…

থার্টীফার্ষ্টত ছাগলী মাংসৰ দাম ৬৫০ টকা

নিয়মীয়া বাৰ্তা, ২৮ ডিচেম্বৰঃ বিভিন্ন উৎসৱ–পার্বণৰ লগতে ইংৰাজী নৱবর্ষৰ প্রাক্ক্ষণত এচাম অসাধু ব্যৱসায়ীয়ে বজাৰত কৃত্রিম নাটনি দেখুৱাই মাছ–মাংসকে ধৰি অন্যান্য খাদ্য–সামগ্রীৰ দাম বৃদ্ধি কৰি গ্রাহকক মাধমাৰ শোধাই আহিছে ৷ প্রতিবছৰৰ দৰে এইবেলিও…

অসমীয়াবিৰোধী ষড়যন্ত্র ব্লু ডার্টৰঃ চাকৰিৰ পৰা খেদিলে ৭ থলুৱা কর্মচাৰীক

নিয়মীয়া বাৰ্তা, ২৮ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যজুৰি বিভিন্ন দল–সংগঠন আৰু ৰাইজে প্রতিবাদ অব্যাহত ৰখাৰ মাজতে একাংশ অনা–সমীয়া লোকৰ মালিকানাধীন কোম্পানীয়ে আৰম্ভ কৰিছে অসমীয়াবিৰোধী অভিযান ৷ অসম তথা উত্তৰ–পূর্বাঞ্চলৰ…

খাল–পিটনি–জলাশয়ত অবাধ হাৰত গৃহ নির্মাণ

নিয়মীয়া বাৰ্তা, ২৮ ডিচেম্বৰঃ খৰালি কাল আৰম্ভ হোৱাৰ পিছতে মহানগৰীৰ পশ্চিম প্রান্তৰ বিভিন্ন অঞ্চলত আৰম্ভ হৈছে গৃহ নির্মাণৰ কাম ৷ মহানগৰীৰ পশ্চিম প্রান্তৰ আজাৰা, গড়ল, ধাৰাপুৰ, খানামুখ, লংকেশ্বৰ, সাতমাইল বাইপাছ, তেতেলিয়া, বৰাগাঁও আদিত বহু লোকে…

ডাইনী সন্দেহত নির্যাতিত মহিলাক আদৰি ল’লে গঞাই

নিয়মীয়া বাৰ্তা, ২৮ ডিচেম্বৰঃ দৰং জিলাৰ মঙলদৈ ব্লকচক বাগানত বিগত ২৮ নৱেম্বৰত ডাইনী সন্দেহত নির্যাতনৰ সন্মুখীন হোৱা মহিলাগৰাকীক শুকুৰবাৰে অঞ্চলবাসীয়ে আদৰি লয় ৷ তাকে লৈ স্থানীয় এলেকাত অনুষ্ঠিত হয় এখন আইন সজাগতা সভা ৷ সভাত ডাইনী ধাৰণা যে…