নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

থাকৰেৰ সন্মুখত প্রত্যাহ্বান

মহাৰাষ্ট্রত চৰকাৰ গঠনক লৈ মাহজোৰা অচলাৱস্থাৰ অৱসান ঘটাই অৱশেষত নতুন মুখ্যমন্ত্রী হিচাপে শপত গ্রহণ কৰিলে উদ্ধৱ থাকৰেই ৷ কিন্তু শাসনভাৰ লোৱাৰ সময়তেই থাকৰে মিত্রজোঁট চৰকাৰৰ স্থায়িত্বক লৈ নানা প্রশ্ন উত্থাপিত হৈছে ৷ এই প্রশ্ন অস্বাভাৱিকো নহয় ৷…

অসম আৰক্ষীৰ শীর্ষ পর্যায়ত ৰদ–বদল

নিয়মীয়া বাৰ্তা,৩০ নৱেম্বৰঃ অসম চৰকাৰৰ গৃহ বিভাগে শুকুৰবাৰে এটা নির্দেশযোগে আৰক্ষীৰ শীর্ষ পর্যায়ত কেতবোৰ সালসলনি ঘটায় ৷ সেই অনুসৰি, কেন্দ্রীয় ডেপুটেচনৰ পৰা উভতি অহা আৰক্ষী মহাপৰিদর্শক মুন্না প্রসাদ গুপ্তাক অসম আৰক্ষীৰ (টি এ পি) মহাপৰিদর্শক…

সত্যক পৱিত্র জ্ঞান, অসত্যক বর্জন কৰাটোৱেই সাংবাদিকৰ ধর্মঃ মুখী

নিয়মীয়া বাৰ্তা, ৩০ নৱেম্বৰঃ সদৌ অসম সাংবাদিক সন্থা (আজু)ৰ উদ্যোগত তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত শুকুৰবাৰে এখন গাম্ভীর্যপূর্ণ জনাকীর্ণ সভাত মুখ্য অতিথি হিচাপে ভাষণ দি অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে কয়– ‘সত্যক পৱিত্র জ্ঞান কৰি অসত্যক…

অথঃ মধ্যাহ্ন ভোজন সংবাদ : ৩০ লিটাৰ পানীত ১ লিটাৰ গাখীৰ

নিয়মীয়া বাৰ্তা, ৩০ নৱেম্বৰঃ ৩০ লিটাৰ পানীত এইবাৰ ১ লিটাৰ গাখীৰ মিহলাই খুওৱা হ'ল কণ কণ শিক্ষাৰ্থীক । এই আজৱ কাণ্ড সংঘটিত হ'ব পাৰে কেৱল ভাৰতবৰ্ষতহে । কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা প্ৰাথমিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত শিশুৰ পুষ্টিকৰ খাদ্যৰ নামত…

প্ৰকৃতি সুৰক্ষা সজাগতাঃ চৰাইদেউৰ পৰা ৰাষ্ট্ৰপতি ভৱনলৈ পদযাত্ৰা নিজৰাৰ

নিয়মীয়া বাৰ্তা,৩০ নৱেম্বৰঃ সাম্প্রতিক সময়ত সমগ্র বিশ্বতে দেখা দিয়া জলবায়ু পৰিৱর্তন, ভয়াৱহ প্রদূষণ আৰু প্রাকৃতিক পৰিৱেশৰ প্রতি আহি পৰা ভাবুকি সন্দর্ভত উদ্বিগ্ন বিশ্বৰ প্রতিজন প্রকৃতিপ্রেমী ৷ আমাৰ দেশতো ভয়ানক ৰূপত বৃদ্ধি পাইছে প্রকৃতি ধ্বংস…

‘আল্লাহু’ চিহ্ন : পখিলাৰ বিষ্ঠা নে অন্য কিবা ?

নিয়মীয়া বার্তা,৩০ নৱেম্বৰঃ ৰাজ্যৰ আন কিছু অঞ্চলৰ লগতে ধুবুৰীৰো একাংশ গছৰ পাতত আৰবী ভাষাত ‘আল্লাহু’ শব্দটো স্পষ্টৰূপে প্রত্যক্ষ হোৱা বুলি ব্যাপক চর্চা চলিছে ৷ ধুবুৰীৰ বিভিন্ন অঞ্চলৰ লগতে চহৰখনৰ পার্শ্বৱর্তী সংখ্যালঘু বসতিপ্রধান অঞ্চলৰ গছৰ…

ডিব্রুগড়ৰ পথত চলিল ৰাজ্যৰ প্রথমখন চিএনজিচালিত বাছ

নিয়মীয়া বাৰ্তা,৩০ নৱেম্বৰঃ সুদীর্ঘ একুৰি পাঁচ বছৰৰ মূৰত উজনিৰ ঐতিহ্যমণ্ডিত ডিব্রুগড় চহৰৰ ৰাজপথত শুকুৰবাৰৰ পৰা পুনৰ আৰম্ভ হ’ল চিটীবাছ সেৱা ৷ প্রদূষণমুক্ত অসম গঢাৰ দিশত এখোজ আগুৱাই ৰাজ্যৰ প্রথমখন চি এন জি ইন্ধনচালিত বাছৰ ফ্লেগ অফ কৰি…

জাতীয় স্বাভিমান গামোচাৰ ম’বাইল ক’ভাৰঃ পুষ্কৰজ্যোতিৰ অভিনৱ প্ৰয়াস

নিয়মীয়া বাৰ্তা,৩০ নৱেম্বৰঃ অসমীয়াৰ স্বাভিমান গামোচা জিলিকি উঠিল ম’বাইল ক’ভাৰত ৷ এগৰাকী যুৱকৰ প্রচেষ্টাত অসমীয়া জাতিৰ স্বাভিমানৰ প্রতীক গামোচা এতিয়া ম’বাইলৰ ক’ভাৰত উপলব্ধ হৈছে ৷ ইতিমধ্যে ভাৰতবর্ষৰ আন আন ৰাজ্যত ক’ভাৰত গামোচা থকা ম’বাইলে সমাদৰ…

এতিয়াৰে অলংকাৰত হ’ল মাৰ্ক লগোৱাটো বাধ্যতামূলক

নিয়মীয়া বাৰ্তা ২৯ ছেপ্টেম্বৰঃ কেন্দ্ৰীয় চৰকাৰে এতিয়াৰে পৰা সকলোধৰণৰ অলংকাৰত হ'ল মাৰ্ক লগোৱাটো জৰুৰী হ'ব। চৰকাৰে এই সিদ্ধান্তৰ মতে অহা বৰ্ষৰ পৰা সোণৰ অলংকাৰ বিনা হ'ল মাৰ্কেৰে বিক্ৰী কৰিব নোৱাৰিব। এই সম্বন্ধে ১৫ জানুৱাৰী ২০২০ লৈকে অধিসূচনা…

প্ৰজ্ঞাৰ পিছত গডছেক দেশভক্ত কলে শিলাদিত্যই

নিয়মীয়া বাৰ্তা ২৯ নৱেম্বৰঃ ভূপালৰ সাংসদ প্ৰজ্ঞা ঠাকুৰে নাথুৰাম গডছেক দেশভক্ত বুলি কৰা বক্তব্যক সমৰ্থন কৰিছে অসমৰ বিজেপিৰ বিধায়ক শিলাদিত্য দেৱে। শিলাদিত্য দেৱে কয় যে মই প্ৰজ্ঞা ঠাকুৰক ছেল্যুট কৰিছো, কাৰণ তেওঁ সঁচা কথা কৈছে। লগতে তেওঁ উল্লেখ…