নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱৰ পানীখাইতীয়ে বিলালে সম্প্রীতিৰ বার্তা

নিয়মীয়া বাৰ্তা, ২৮ ডিচেম্বৰঃ সম্প্রীতিৰ নিদর্শন দাঙি সমন্বয়ৰ মিলনস্থলীত পৰিণত হ’ল নগাঁও চহৰৰ সমীপৱর্তী পানীখাইতীৰ শংকৰ–আজান ক্ষেত্র ৷ বৃহস্পতিবাৰে নিশা বৃহত্তৰ অঞ্চলটোৰ হিন্দু আৰু মুছলমান লোকে একত্রিত হৈ উদযাপন কৰা শ্রীশ্রীকৃষ্ণ ৰাস মহোৎসৱে…

তেজপুৰত চলিছে প্রতিবাদী কণ্ঠ ৰোধৰ চক্রান্ত

নিয়মীয়া বাৰ্তা, ২৮ ডিচেম্বৰঃ তেজপুৰ আৰক্ষীয়ে নিৰপৰাধ একাংশ আছু নেতা–কৰ্মীৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰিছে বুলি অভিযোগ কৰিছে ছাত্র সংগঠনটোৱে ৷ শুকুৰবাৰে বিয়লি আছুৰ একাংশ নেতা–কৰ্মী আৰক্ষীৰ দমন নীতিৰ বিৰুদ্ধে ওলাই আহি তেজপুৰ সদৰ থানাত সজোৰে…

১৭ সংখ্যক মৃত্যুতিথিত হস্তীৰ কন্যাক প্রান্তে প্রান্তে সশ্রদ্ধ স্মৰণ

নিয়মীয়া বাৰ্তা, ২৮ ডিচেম্বৰঃ হস্তীৰ কন্যা তথা গোৱালপৰীয়া লোকগীতৰ সাম্রজ্ঞী প্রতিমা বৰুৱা পাণ্ডেৰ ১৭ সংখ্যক মৃত্যু তিথিত ৰাজ্যবাসীয়ে স্মৰণ কৰে ৷ গোৱালপৰীয়া লোকগীতেৰে অসমৰ সংগীত জগতখনক সমৃদ্ধ কৰা প্রতিমা বৰুৱা পাণ্ডেলৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি…

আলফাত যোগদানৰ যোগাযোগঃ ৬ কিশোৰক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ২৮ ডিচেম্বৰঃ সংশোধিত নাগৰিকত্ব আইন বাতিলৰ বাবে অসমৰ জনগণে প্রতিবাদ অব্যাহত ৰখাৰ সময়তে পুনৰ এচাম যুৱকে আলফা (স্বাধীন)ত যোগদান কৰাৰ প্রস্তুতি চলোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ বিগত দুমাহ ধৰি তিনিচুকীয়া জিলাৰ অসম–ৰুণাচল সীমান্তৱর্তী…

দৈজিং : আই নদীৰ পাৰৰ কেইখনমান আলোকচিত্ৰ

শুকুৰবাৰৰ পৰা আৰম্ভ হ'ল দৈজিং উৎসৱ । আই নদীৰ পাৰত অনুষ্ঠিত দৈজিঙলৈ এইবাৰো আগমন ঘটিব অসংখ্য দেশী-বিদেশী পৰ্যটকৰ । আকৰ্ষণীয় দৈজিং উৎসৱৰ কেইখনমান মনোৰম চিত্ৰ ...

আমি যদি বিদেশী আনিছিলোঁ, ৩ বছৰে নেখেদিলে কিয়

নিয়মীয়া বাৰ্তা, ২৮ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন (কা)ৰ ক্ষেত্রত ৰাজ্য চৰকাৰে গ্রহণ কৰা ভূমিকাক শুকুৰবাৰে পুনৰ কঠোৰ ভাষাৰে সমালোচনা কৰে প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে ৷ ৰাজীৱ ভৱনত এখন সংবাদ মেলত গগৈয়ে কয়– ‘অসমৰ অস্তিত্ব যদি সঁচাকৈয়ে…

নৱবৰ্ষৰ আনন্দঃ বাৰ–ৰেষ্টুৰেণ্টলৈ প্ৰশাসনৰ গুৰুত্বপূর্ণ নির্দেশনা

নিয়মীয়া বাৰ্তা, ২৮ ডিচেম্বৰঃ সমাগত নৱবর্ষ ৷ ৩১ ডিচেম্বৰৰ নিশা উদযাপন কৰাৰ বাবে গুৱাহাটী মহানগৰবাসী সাজু হৈছে ৷ সাজু কৰি তোলা হৈছে বিভিন্ন হোটেল, ৰেষ্টুৰেণ্ট আৰু বাৰসমূহ ৷ ৩১ ডিচেম্বৰৰ পূর্বে গুৱাহাটী মহানগৰীৰ বাৰ–ৰেস্তোৰাঁসমূহলৈ কিছু…

আপোনাৰ আজিৰ দিনটো

মেষ : যিকোনো কামকে ভাবি–চিন্তি কৰক ৷ বাঞ্ছিত ফল লাভত বাধা পাব ৷ ঘৰুৱা সিদ্ধান্ত লোৱাত গুৰুজনৰ লগত আলোচনা কৰক ৷ বিদ্যাত সিমান নিৰাশ নহ’ব ৷ শুভ ৰং বগা, শুভ সংখ্যা ৩ ৷ বৃষ : অন্তৰংগ বন্ধু–বান্ধৱীৰ লগত আনন্দ ৷ অধিক কর্মবোজা পৰিলেও কিছু…

৩০ ডিচেম্বৰত অসম বন্ধৰ কাৰ্যসূচী বাতিল

নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ CAA বাতিলৰ লগতে CAA বিৰোধী আন্দোলনত গ্ৰেপ্তাৰ হোৱা লোকসকলক মুক্তিৰ দাবীত ৩০ ডিচেম্বৰত কৃষক শ্ৰমিক উন্নয়ণ পৰিষদে আহ্বান জনোৱা ১২ ঘণ্টীয়া অসম বন্ধ বাতিল কৰিছে পৰিষদৰ লগতে বন্ধলৈ সমৰ্থন জনোৱা সংগঠন সমূহে। ৩০…

২০২১ ত ১০০ খন আসন দখল কৰি পুনৰ শাসনলৈ আহিব বিজেপি

নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ "আমি ৰাজ্যত শান্তি আৰু প্ৰগতি বিচাৰো । যোৱা ১০ , ১১ ডিচেম্বৰ তাৰিখে গুৱাহাটীৰ ৰাজপথত ৰেলিং ভাঙিং, কলাক্ষেত্ৰত ৰাজহুৱা সামগ্ৰী বিনষ্ট কৰি, বিজেপিৰ সাংসদ-মন্ত্ৰীসকলৰ গৃহত শিল দলিয়াই একাংশই ভাবিছিল বিজেপি শেষ হৈ…