নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লক্ষ্য ২০২১ ৰ বিধানসভা নিৰ্বাচনঃ ছ’চিয়েল মিডিয়াৰে বিজেপিয়ে চলাব ব্যাপক প্রচাৰ

নিয়মীয়া বাৰ্তা, ২৪ ডিচেম্বৰঃ ৰাজ্যজুৰি কা বিৰোধী আন্দোলনৰ মাজতে ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিলে শাসকীয় মিত্ৰজোঁট নেতৃতাধীন বিজেপিয়ে ।  সোমবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্যিক বিজেপিয়ে আয়োজন কৰে আই টি চেলৰ এখন…

ৰাজ্যত ২৭১ টা মথাউৰি নির্মাণৰ বাবে ১,০৬৬.০৪ কোটি টকাৰ অনুমোদন

নিয়মীয়া বাৰ্তা, ২৪ ডিচেম্বৰঃ এইবছৰ বানপানীত ক্ষতিগ্রস্ত হোৱা মথাউৰিসমূহ পুনৰ নির্মাণ কৰাৰ বাবে ৰাজ্য চৰকাৰে স্ব–গ্রাধিকাৰ পুঁজিৰ লগতে বিভিন্ন শিতানৰ অধীনত ১,০৬৬.০৪ কোটি টকা মোকলাই দিছে৷ এই পুঁজিৰে মুঠ ২৭১টা মথাউৰি নির্মাণ কৰা হ’ব৷ সোমবাৰে…

শৈক্ষিক পৰিৱেশ বিনষ্ট হ’বলৈ নিদিব

নাগৰিকত্ব সংশোধনী আইন (কা) বাতিলৰ দাবীত দুসপ্তাহ ধৰি প্রতিবাদমুখৰ হৈ আছে ব্রহ্মপুত্র উপত্যকা৷ যোৱা ৯ ডিচেম্বৰত নাগৰিকত্ব সংশোধনী বিধেয়ক (কেব) উত্থাপনৰ পূর্বৰে পৰা ৰাজ্যখনৰ অধিকাংশ দল–সংগঠনে ৰাজপথলৈ ওলাই আহি প্রতিবাদ সাব্যস্ত কৰিছিল৷ কেবক…

CAA বিৰোধী আন্দোলনত অস্থিৰ ৰাজ্য; পৰ্যটন খণ্ডত ১৬ দিনত লোকচান ৪০০ কোটি

অসম অস্থিৰ কৰি ৰখা নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন আৰু ইয়াৰ গইনা লৈ একাংশই সমান্তৰালভাৱে সংঘটিত কৰা হিংসাত্মক কৰ্মকাণ্ডই ক্ষতিগ্ৰস্ত কৰিছে ৰাজ্যৰ পৰ্যটন বিভাগক । আনকি এই হিংসাত্মক পৰিস্থিতিৰ বাবে ১৫ ডিচেম্বৰত জাপানৰ প্ৰধানমন্ত্ৰী…

দেশজুৰি এনআৰচি নহ’লে ৰাজ্য চৰকাৰে ছুপ্ৰিম ক’ৰ্টত বিচাৰিব বৰ্তমানৰ এনআৰচিৰ সংশোধন

নিয়মীয়া বাৰ্তা, ২৪ ডিচেম্বৰঃ দেশজুৰি এন আৰ চি নহ'লে ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ত বৰ্তমানৰ এনআৰচিখনৰ সংশোধন বিচাৰিব ।- এই মন্তব্য ৰাজ্যৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্টানী বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ । সোমবাৰে জনতা ভৱনত অনুষ্ঠিত এক…

ঝাৰখণ্ডত শোচনীয় পৰাজয়ৰ পাছত কি ক’লে গৃহমন্ত্রী অমিত শ্বাহে ?

নিউজডেস্ক, ২৪ ডিচেম্বৰঃ সোমবাৰে ঘোষণা হ'ল ঝাৰখণ্ড বিধানসভা নির্বাচনৰ ফলাফল । ৮১ জনীয়া বিধানসভাত শাসকীয় বিজেপিয়ে ২৫খন আসন লাভ কৰি ৰাজ্যখনত পুনৰ চৰকাৰ গঠন কৰাৰ পৰা বঞ্চিত হয় ৷ জে এম এম, কংগ্রেছ আৰু আৰ জে ডি মিত্রজোঁটৰ হাতত শোচনীয়ভাবে পৰাজয়…

ঝাৰখণ্ডত উৎখাত বিজেপিঃ এবছৰতে বিজেপিয়ে হেৰুৱালে দেশৰ ৫ খন ৰাজ্য

নিউজডেস্ক, ২৪ ডিচেম্বৰঃ কেন্দ্ৰত শাসনাধিষ্ঠিত বিজেপিৰ বাবে আন এক মোক্ষম আঘাত । এবছৰৰ ভিতৰত চাৰিখন ৰাজ্যত শাসনৰ পৰা উৎখাত হোৱাৰ পাছত পুনৰ ঝাৰখণ্ড বিধান সভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ সন্মুখীন হ'ল বিজেপি । সোমবাৰে ঝাৰখণ্ড বিধানসভা নির্বাচনৰ…

১১ মাহৰ ব্যৱধানত ৰাজ্যত বৃদ্ধি ১.৪৪ লাখ ভোটাৰ; দাবী–আপত্তি নিষ্পত্তি কৰাৰ অন্তিম তাৰিখ ৩ ফেব্রুৱাৰী

নিয়মীয়া বাৰ্তা, ২৪ ডিচেম্বৰঃ ৰাজ্যত ভোটাৰ তালিকাৰ সংক্ষিপ্ত সংশোধনীৰ উদ্দেশ্যে উপায়ুক্তসকলে সোমবাৰে নিজ নিজ জিলাৰ অন্তৰ্গত প্ৰতিটো বিধানসভা সমষ্টিৰ ভোটাৰ তালিকা তথা নিৰ্বাচক নামাৱলীৰ খচৰা প্ৰকাশৰ জাননী জাৰি কৰিছে । এই খচৰা ভোটাৰ তালিকা জিলা…

ছ’চিয়েল মিডিয়াত তীক্ষ্ণ নজৰঃ অনুসন্ধানত ডুবাইৰ পৰা নিয়ন্ত্ৰিত ৩ পোষ্ট

নিয়মীয়া বাৰ্তা , ২৩ ডিচেম্বৰঃ ৰাজ্যত নাগৰিকত্ব সংশোধনী আইনক লৈ প্ৰতিবাদ অব্যাহত থকাৰ মাজতে সোমবাৰে বিয়লি এক সংবাদমেল সম্বোধন কৰে ৰাজ্যৰ বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । এই সংবাদমেলত মন্ত্ৰীগৰাকীয়ে শেহতীয়া হিংসাত্মক প্ৰতিবাদ সন্দৰ্ভত…

আন্দোলনৰ নামত হিংসাঃ আৰক্ষীয়ে মুকলি কৰিলে দুষ্কৃতিকাৰীৰ ফটোসম্বলিত প’ষ্টাৰ

নিয়মীয়া বার্তা, ২৩ ডিচেম্বৰঃ উত্তৰ প্ৰদেশত নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্রতিবাদী আন্দোলনত হিংসাত্মক কার্যত লিপ্ত থকাসকলক চিনাক্ত কৰিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে । নাগৰিকত্ব আইনৰ বিৰুদ্ধে বিক্ষোভৰ সময়ত হিংসাত্মক কাৰ্যৰ নেতৃত্ব দিয়া লোকক…