নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় সেনাৰ মুৰব্বী হিচাপে দায়িত্ব ল’লে জেনেৰেল মনোজ মুকুন্দ নৰৱানেই

নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰঃ দেশৰ পৰৱৰ্তী সেনাৰ মুৰব্বী ৰূপে আজি লেঃ জেনেৰেল মনোজ মুকুন্দ নৰৱানেই দায়িত্ব গ্ৰহণ কৰে । ইপিনে লেঃ জেনেৰেল মনোজ মুকুন্দ নৰৱানেই ভাৰতীয় সেনাৰ ২৮ সংখ্যক মুৰব্বী ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিছে। উল্লেখ্য যে ভাৰতীয় সেনা…

দ্বিতীয় বিশ্বযুদ্ধক লৈ ৰাছিয়া–পোলেণ্ডৰ মতানৈক্য

নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ ঘটনাক লৈ ৰাছিয়া আৰু পোলেণ্ডৰ মাজত সৃষ্টি হৈছে মতানৈক্য৷ দ্বিতীয় বিশ্বযুদ্ধৰ ধ্বংসলীলাৰ বাবে সঘনে ৰুছ ৰাষ্ট্রপতি পুটিনে পোলেণ্ড জগৰীয়া আছিল বুলি মন্তব্য কৰি আহিছে৷ পুটিনৰ এন মন্তব্যৰ পিছতে…

পশ্চিমবংগত দুর্বৃত্তৰ গির্জা আক্রমণ, তিনিজনক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰঃ পশ্চিমবংগৰ পূব মিডনাপুৰ জিলাত আজি উন্মত্ত জনতাই এটা গির্জাৰ ক্ষতি কৰা ঘটনাক কেন্দ্র কৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি৷ জিলাখনৰ ভগৱানপুৰত সংঘটিত হৈছে এই ঘটনা৷ বিভিন্ন শ্লোগান দি উন্মত্ত জনতাই গির্জাটোত আক্রমণ…

বিশ্বত দ্রুত হাৰত বৃদ্ধি শিশুৰ অধিকাৰ উলংঘনৰ ঘটনা

নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰঃ বিশ্বৰ সংঘর্ষজর্জৰিত অঞ্চলত বিগত দশকটোত ১ লাখ ৭০ হাজাৰতকৈ অধিক ভয়াৱহ শিশু নির্যাতনৰ ঘটনা সংঘটিত হৈছে৷ ২০১০ চনৰ পৰা দশকটো আৰম্ভ হোৱাৰ পিছৰে পৰা শিশুৰ অধিকাৰ এনেদৰেই উলংঘা হোৱা বুলি ইউনিচেফৰ প্রতিবেদনত প্রকাশ…

অসাধু ব্যৱসায়ীৰ দৌৰাত্ম্যঃ ক’লা বজাৰত চিলিণ্ডাৰৰ মূল্য ১২–১৩ শ টকা

নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰঃ পুনৰ মহানগৰীত সক্রিয় হৈ পৰিছে গেছ চিলিণ্ডাৰৰ ক’লা বজাৰ৷ নৱবর্ষৰ প্রাক্ক্ষণত মহানগৰীৰ ক’লা বজাৰত অধিক দামত অবৈধ চিলিণ্ডাৰ বিক্রী কৰা পৰিলক্ষিত হৈছে৷ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত সমগ্র ৰাজ্যৰ লগতে মহানগৰীৰ…

চলিত বর্ষত ছির্ডি সাইবাবা মন্দিৰলৈ ভক্তৰ ২৮৭ কোটি বৰঙণি

নিয়মীয়া বাৰ্তাঃ ৩১ ডিচেম্বৰঃ ছির্ডি সাইবাবা মন্দিৰে চলিত বর্ষটোত লাভ কৰা বৰঙণিয়ে পূর্বৰ অভিলেখ ভংগ কৰিছে৷ ২০১৯ বর্ষটোত এই মন্দিৰটোলৈ ভক্তপ্রাণ ৰাইজে দান হিচাপে আগবঢ়াইছে ২৮৭ কোটি টকা৷ মন্দিৰটোলৈ মানী অর্ডাৰ হিচাপে আহিছে ২ কোটি ১৭ লাখ ৮৩…

থার্টী ফার্ষ্টঃ মহানগৰীত বৃদ্ধি মাছ–মাংসৰ দাম

নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰঃ ৰাজ্যৰ লগতে মহানগৰীৰ বজাৰত হঠাৎ নাটনি হৈছে ছাগলীৰ৷ বিশেষকৈ ৩১ ডিচেম্বৰ উপলক্ষে এইবাৰ গুৱাহাটীৰ বজাৰলৈ আমদানি হোৱা নাই প্রয়োজনীয় ছাগলী৷ ফলশ্রুতিত বছৰৰ অন্তিমটো দিনত একেকোবে ছাগলী মাংসৰ মূল্য বৃদ্ধি হৈছে…

আইএছআইৰ ‘হানী ট্রেপ’ৰ ষড়যন্ত্র ভাৰতত

নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰঃ হানী ট্র্রেপ’ৰ জৰিয়তে ভাৰতীয় নিৰাপত্তা বাহিনীৰ কর্মীক জালত পেলোৱাৰ ষড়যন্ত্র ৰচিছে পাকিস্তানী চোৰাংচোৱা সংস্থা আইএছআয়ে৷ কেন্দ্রীয় গৃহ মন্ত্রণালয়ৰ এক সূত্রৰ উদ্ধৃতি দি এই তথ্য সদৰী কৰিছে সংবাদ সংস্থা জি নিউজে৷…

বর্ষটোৰ ১৯খন গ্রন্থ অধ্যয়ন কৰি অভিভূত বাৰাক অ’বামা

নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰঃ প্রাক্তন মার্কিন ৰাষ্ট্রপতি বাৰাক অ’বামা এগৰাকী দক্ষ ৰাজনীতিবিদ বা প্রশাসকেই নাছিল৷ অ’বামা এগৰাকী অধ্যৱসায়ী ব্যক্তিও৷ বিশ্বৰ বিভিন্ন গ্রন্থ অধ্যয়ন কৰে নেতাগৰাকীয়ে৷ চলিত বর্ষত অ’বামাই অধ্যয়ন কৰা গ্রন্থসমূহৰ মাজৰ…

নতুন বছৰৰ প্রত্যাশা আৰু বিজেপি

লোকসভা নির্বাচন উকলিবলৈ ছমাহৰো অধিক কাল হ’ল, কিন্তু আজিও বহু কংগ্রেছীয়ে বৰ আক্ষেপেৰে কয়, ‘যদি পুলৱামাত সন্ত্রাসবাদীৰ আক্রমণৰ ঘটনাটো সংঘটিত নহ’লহেঁতেন৷’ অৱশ্যে এই আক্ষেপৰ যুক্তি নথকাও নহয়৷ ২০১৪ চনত যেতিয়া নৰেন্দ্র মোদীয়ে বিৰোধীক একপ্রকাৰ…