নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোকৰাঝাৰৰ পৰা আৰম্ভ অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ প্ৰক্ৰিয়া

গুৱাহাটী, ১৩ নৱেম্বৰঃ ১৯৮৫ চনৰ অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰা সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি কে শৰ্মা নেতৃত্বাধীন উচ্চ পৰ্যায়ৰ সমিতিয়ে মঙলবাৰে কোকৰাঝাৰ আৱৰ্ত ভৱনত পোনপ্ৰথমবাৰৰ বাবে বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিৰ…

গুলপীয়া বলেৰে অনুশীলন আৰম্ভ বিৰাট বাহিনীৰ

স্পৰ্টছডেস্ক, ১৩ নৱেম্বৰঃ কলকাতাৰ ঐতিহাসিক ইডেন গাৰ্ডেনত অহা ২২ নৱেম্বৰৰ পৰা ভাৰতে খেলিব ইতিহাসৰ প্ৰথমখন দিবা-নৈশ টেষ্ট । বাংলাদেশৰ বিৰুদ্ধে খেলিবলগীয়া বহু প্ৰত্যাশিত মেচখনত প্ৰথমবাৰৰ বাবে ব্যৱহাৰ হ'ব এছ জিৰ গুলপীয়া বল । টীম ইণ্ডিয়াৰ বাবে…

৫ ডিচেম্বৰত দিল্লী কঁপাব গোৰ্খা ছাত্ৰ সন্থাই

নিয়মীয়া বাৰ্তা,১৩ নৱেম্বৰঃ এন আৰ চিৰ চূড়ান্ত তালিকাত এক লাখ গোৰ্খা লোকৰ নাম বাদ পৰাৰ প্ৰতিবাদত ৫ ডিচেম্বৰত দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰিব সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই । মঙলবাৰে গুৱাহাটীত অনুষ্ঠিত গোৰ্খা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক বৈঠকত এই…

৭৫ বছৰীয়া প্ৰেমৰ সফল সমাপ্তিঃ স্বামীৰ সৈতে জীৱনৰ অন্তিমটো খোজ পত্নীৰ

নিউজ ডেস্ক ১৩ নৱেম্বৰঃ প্ৰেম, প্ৰেমৰ কথা কিনো ক'ম ! প্ৰেমৰ বাবেই পৃথিৱীখন আজিও যে সৃষ্টিশীল আৰু সুন্দৰ তাকেই প্ৰমাণ কৰি গ'ল শেহতীয়া এক ঘটনাই । সকলোৱে বিচাৰে নিজৰ আপোনজনৰ সৈতে জীৱনৰ অন্তিমটো দিনলৈকে হাঁহিৰে পাৰ কৰা । অৱশ্যে সকলোৰে বাবে ই হৈ…

তথ্য জনাৰ অধিকাৰ আইনৰ অধীনলৈ দেশৰ মুখ্য ন্যায়াধীশ

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান তথ্য জনাৰ অধিকাৰ আইনৰ অধীনলৈ দেশৰ মুখ্য ন্যায়াধীশ বুধবাৰে পাঁচজনীয়া বিচাৰপীঠে প্ৰদান কৰে এই ঐতিহাসিক ৰায় দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দাখিল কৰা হৈছিল আবেদন ৰঞ্জন গগৈৰ…

এন আৰ এল-বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটৰ মাজত চুক্তি

নিয়মীয়া বাৰ্তা, ১৩ নৱেম্বৰঃ নুমলীগড় শোধনাগাৰ লিমিটেড (এন আৰ এল) আৰু ডাঃ বি বৰুৱা কেন্সাৰ ইনষ্টিটিউট (বি বি চি আই) গুৱাহাটীৰ মাজত এখন চুক্তি সম্পন্ন হৈছে । এই চুক্তি এনুসৰি ২ কোটি টকা ব্যয় সাপেক্ষে বি বি চি আইত এটা শিশু অন'কোল'জী ৱাৰ্ড…

৬০ হাজাৰ টকা লৈ ভোটাৰ তালিকাত ডি ভোটাৰৰ নাম অন্তৰ্ভুক্তি গাঁওবুঢ়াৰ

নিয়মীয়া বাৰ্তা,১৩ নৱেম্বৰঃ সন্দেহযুক্ত বিদেশী নাগৰিক, 'ডি' ভোটাৰ হিচাপে চিহ্নিত এজন লোকৰ নাম সলনি কৰি সদ্যপ্ৰকাশিত ৰাষ্ট্ৰীয় ননাগৰিকপঞ্জীত অন্তৰ্ভুক্ত কৰাৰ ঘটনা পোহৰলৈ আহিছে । এই ঘটনা সংঘটিত হৈছে মৰিগাঁও জিলাৰ মৈৰাবাৰী থানা এলেকাত । প্ৰাপ্ত…

মহানগৰীত আটক মহিলা প্ৰৱঞ্চক

মহানগৰীঃ মহানগৰীৰ লতাশিল আৰক্ষীৰ জালত এগৰাকী মহিলা প্ৰবঞ্চক। ধৃত মহিলাগৰাকীৰ নাম ৰাণী বেগম। মহিলাগৰাকীৰ পৰা ছৌদি আৰবৰ কেইবাটাও ভুৱা প্ৰতিষ্ঠানৰ ছীল আৰু অন্যান্য সামগ্ৰী জৱ্দ কৰে। আৰবৰ সাহায্য প্ৰদানৰ ভুবা প্ৰতিশ্ৰুতিৰে মহানগৰীৰ বিভিন্ন…

শিল্পী পেন্সনৰ পৰা বঞ্চিত কুঁহিৰাম দৈমাৰী

নিয়মীয়া বাৰ্তা, ১৩ নৱেম্বৰঃ মানুহজনৰ নাম কুঁহিৰাম দৈমাৰী । তেওঁ পোন্ধৰ বছৰ বয়সৰ পৰাই জনগোষ্ঠীয় লোকবাদ্যৰ প্ৰতি আকৰ্ষিত হৈ এই বাদ্যসমূহ নিৰৱচ্ছিন্নভাৱে পৰিৱেশন কৰিবলৈ লয় । পাছত তেওঁ স্ব-প্ৰতিভাৰে উদ্ভাসিত হৈ বড়ো জনগোষ্ঠীয় এজন জনপ্ৰিয়…