নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তথ্য জনাৰ অধিকাৰ আইনৰ অধীনলৈ দেশৰ মুখ্য ন্যায়াধীশ

  • উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান
  • তথ্য জনাৰ অধিকাৰ আইনৰ অধীনলৈ দেশৰ মুখ্য ন্যায়াধীশ
  • বুধবাৰে পাঁচজনীয়া বিচাৰপীঠে প্ৰদান কৰে এই ঐতিহাসিক ৰায়
  • দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দাখিল কৰা হৈছিল আবেদন
  • ৰঞ্জন গগৈৰ নেতৃত্বত গঠন কৰা পাঁচজনীয়া বিচাৰপীঠত আছে ক্ৰমে- ন্যায়াধীশ এন বি ৰমন, ডি ৱাই চন্দ্ৰচূড়, দীপক গুপ্তা আৰু ন্যায়াধীশ সঞ্জীৱ খান্না
You might also like