নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২০ ৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি হ’ব জেইৰ’ ব’লচোনাৰ’

নিউজডেস্ক, ১৫ নৱেম্বৰঃ ২০২০ চনত ভাৰতৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰিব ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জেইৰ' ব'লচোনাৰ'ৱে । ১১ সংখ্যক ব্ৰিকছ সন্মিলনত অংশ ল'বলৈ যোৱা প্ৰধানমন্ত্ৰী মোদীয়ে বৃহস্পতিবাৰে দেশখনৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি গণৰাজ্য…

৫.৬ শতাংশলৈ হ্ৰাস পাব ভাৰতৰ জিডিপি

নিউজডেস্ক, ১৫ নৱেম্বৰঃ আশা কৰাতকৈ হ্ৰাস পাইছে ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ । চলিত বৰ্ষৰ প্ৰথমভাগত মোডিজ ইনভেষ্টৰ্ছ ছাৰ্ভিচে ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ হাৰ ৫.৮ শতাংশ হ'বগৈ বুলি মন্তব্য কৰিলেও বৃহস্পতিবাৰে প্ৰকাশ কৰা মতে ২০১৯ চনত ভাৰতৰ জিডিপিৰ হাৰ…

পলকতে আজিৰ দিনটো-

আজি শুকুৰবাৰ অসমীয়া তাৰিখ অনুসৰি ২৮ কাতি, ১৯৪১ শক ইংৰাজী তাৰিখ অনুসৰি ১৫ নৱেম্বৰ, ২০১৯ চন ২০০০ চনত ঝাৰখণ্ডৰ ৰাজ্য গঠন ১৮৯৪ ত সাহিত্যিক বাণীকান্ত কাকতিৰ জন্ম ১৯৮৮ চনত দেশত ভোটাধিকাৰৰ বয়স ১৮ বছৰ ৰূপে নিৰ্ধাৰণ ২০০০ ত সত্ৰীয়া…

আজি ছবিগৃহলৈ আহিব ‘ইপাৰ-সিপাৰ’

নিয়মীয়া বাৰ্তা, ১৫ নৱেম্বৰঃ অসমীয়া ছবিজগতৰ বাবে সুখবৰ । চলিত বৰ্ষত জুবিন গাৰ্গৰ কাঞ্চনজংঘা, যতীন বৰাৰ ৰত্নাকৰ আদিয়ে বিশেষ সফলতা লাভ কৰি অসমীয়া ছবি জগতলৈ সুখৰ দিন ঘূৰাই অনাৰ পিছতেই শুকুৰবাৰে মুক্তি লাভ কৰিব আন এখন অসমীয়া ছবি  'ইপাৰ-সিপাৰ' ।…

১৮ নৱেম্বৰৰ পৰা সংসদৰ অধিৱেশনঃ আহিব CAB!

নিউজডেস্ক, ১৫ নৱেম্বৰঃ বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কখন অহা ১৮ নৱেম্বৰৰ পৰা আৰম্ভ হ'বলগীয়া সংসদৰ শীতকালিন অধিৱেশনত উত্থাপন কৰা হ'ব । বৃহস্পতিবাৰে লোকসভাৰ কাৰ্যক্ৰমণিকাৰ ১৬ সংখ্যক বিধেয়ক হিচাপে নাগৰিকত্ব সংশোধনী বিধেয়কখন…

বিশ্বনাথত জিলা পৰিবহণ বিভাগে ৫ টা অবৈধ ডিলাৰত লগালে তলা

বিশ্বনাথ, ১৫ নৱেম্বৰঃ বিশ্বনাথ জিলা পৰিবহণ বিভাগে বৃহস্পতিবাৰে বহু কেইখন গাড়ীৰ ডিলাৰত অভিযান ‌চলায় ৷ এই অভিযানত জিলা পৰিবহণ বিষয়া মেহতাবুদ্দিন আলিৰ নেতৃত্বত যোৱা দলটোৱে ৫ খন ডিলাৰৰ কোনো উপযুক্ত নথি পত্ৰ নোপোৱাত ডিলাৰ কেইখনত তলা লগাই দিয়ে।…

লোহাৰঘাটত ২ বন্য হস্তীৰ কৰুণ মৃত্যু

গুৱাহাটী ১৪ নৱেম্বৰঃঅসম মেঘালয় সীমান্তৰ লোহাৰ ঘাটৰ মানিক পুৰত ২ টা বন্য হস্তীৰ মৃতদেহ উদ্ধাৰ। খাদ্যৰ সন্ধানত ওলাই আহিছিল হাতী দুটা।দুৰ্বৃত্তই লগাই থোৱা বৈদ্যুতিৰ তাঁৰত লাগি মৃত্যু হয় হাতী দুটাৰ।ঘটনাৰ সন্দৰ্ভত বনবিভাগৰ তদন্ত আৰম্ভ।

মহানগৰীত দিন ডকাইতি

গুৱাহাটীঃ মহানগৰীৰ তেতেলীয়াত দিন ডকাইতিৰ ঘটনা। ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত সংঘটিত হৈছে এই ঘটনা। বাইকত অহা ডকাইতে লুটিলে প্ৰায় ৯ লাখ টকা এটা পে'ট্ৰল পাম্পৰ কৰ্মচাৰীয়ে বেংকত জমা থ'বলৈ গৈছিল ধনখিনি। ডকাইতৰ আক্ৰমণত আহত শংকৰ নামৰ এজন কৰ্মচাৰী।…

ইন্দোৰ টেষ্টত চালকৰ আসনত ভাৰত

নিউজ ডেস্ক ১৪ নৱেম্বৰঃ ভাৰত আৰু বাংলাদেশৰ মাজত ইন্দোৰত অনুষ্ঠিত প্ৰথম খন টেষ্ট ক্ৰিকেটৰ প্ৰথমটো দিনত বাংলাদেশে আটাইকেইটা উইকেট হেৰুৱাই ১৫০ ৰাণ সংগ্ৰহ কৰিছে। দিনটোৰ অন্তলৈকে ভাৰতীয় দলটোৱে নিজৰ প্ৰথমটো উইকেট হেৰুৱাই ৮৬ ৰাণ সংগ্ৰহ কৰিছে।…

শিশু দিৱস উপলক্ষ্যে মুখ্যমন্ত্ৰীৰ শুভেচ্ছা

গুৱাহাটী, ১৪ নৱেম্বৰঃ আজি শিশুদিৱস । দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন উপলক্ষে এই দিনটো শিশুদিৱস হিচাপে সমগ্ৰ দেশজুৰি পালন কৰা হয় । বৃহস্পতিবাৰে পুৱাই ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সকলো শিশুকে টুইট…