নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘অসম দৰ্শন’ আৰু ‘অৰুন্ধতী স্বৰ্ণ’ : শীৰ্ষ বিষয়াৰে বৈঠক মন্ত্ৰী ড০ হিমন্ত…

নিউজ ডেস্ক,১৪ নৱেম্বৰঃ চলিত বিত্তীয় বৰ্ষৰ বাজেটত ঘোষণা হোৱা দুখন উল্লেখ্যযোগ্য আঁচনি হৈছে 'অসম দৰ্শন' আৰু 'অৰুন্ধতী স্বৰ্ণ' । এই দুয়োখন আঁচনি ৰূপায়ণৰ আধাৰ নীতি চূড়ান্ত কৰাৰ বাবে বুধবাৰে সংশ্লিষ্ট বিভাগ সমূহৰ শীৰ্ষ বিষয়াৰ সৈতে এক বৈঠকত…

আজি উচ্চতম ন্যায়ালয়ে দিব ৩ টাকৈ গুৰুত্বপূৰ্ণ ৰায়দান

নিউজডেস্ক, ১৪ নৱেম্বৰঃ বৃহস্পতিবাৰে দেশৰ উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিব তিনিটাকৈ গুৰুত্বপূৰ্ণ গোচৰৰ ৰায়দান । এই বিশেষ তিনিটা গোচৰৰ হৈছে- সাৱৰিমালা গোচৰ, ৰাফেল যুদ্ধ বিমান কেলেংকাৰী আৰু চৌকিদাৰ চৌৰ হে গোচৰ । উল্লেখ্য যে উচ্চতম ন্যায়ালয়ৰ মুখ্য…

সিন্ধুৰ জৰিয়তে বিশ্বত ভাৰতীয় বেডমিণ্টনৰ শক্তি প্ৰতিষ্ঠা হ’লঃ ড০ শৰ্মা

স্পৰ্টছ ডেস্ক,১৪ নৱেম্বৰঃ ভাৰতীয় বেডমিণ্টন সন্থাই স্পৰ্টছ লাইভৰ সহযোগত আয়োজন কৰা বিশ্বৰ পেছাদাৰী বেডমিণ্টন প্ৰতিযোগিতা প্ৰিমিয়াৰ বেডমিণ্টন লীগ (পি বি এল) অহা বৰ্ষৰ ২০ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব । উল্লেখ্য যে, চাৰি বছৰৰ অপৰিসীম জনপ্ৰিয়তাৰ পিচত…

মহাৰাষ্ট্ৰৰ ৰাজনৈতিক নাটক

বিশ্বৰ দ্বিতীয় বৃহত্তম গণতন্ত্ৰ বুলি আস্ফালন কৰি থকা ৰাজনৈতিক দলসমূহৰ বাবে ১৩০ কোটি জনসংখ্যাৰ দেশ ভাৰত লজ্জানত হ'বলগীয়া হৈছে । মহাৰাষ্ট্ৰৰ শেহতীয়া ক্ষমতাৰ খঁকৰ যুঁজেই উদঙাই দিছে দেশত গণতান্ত্ৰীক শাসন ব্যৱস্থাৰ নামত আচলতে কি চলি আছে ।…

খুচুৰা মুদ্ৰাস্ফীতি ৪.৬২ শতাংশলৈ বৃদ্ধি

নিউজ ডেস্ক,১৪ নৱেম্বৰঃ মূল্যবৃদ্ধিৰ বাবেই দেশৰ খুচুৰা মুদ্ৰাস্ফীতি ঘটিছে । যোৱা অক্টোবৰ মাহত খুচুৰা মুদ্ৰাস্ফীতি ৪.৬২ শতাংশলৈ বৃদ্ধি পালে । কেন্দ্ৰীয় চৰকাৰৰ এটা সূত্ৰত এই কথা প্ৰকাশ পাইছে । অতিৰিক্ত আৰু অপ্ৰত্যাশিত বৰষুণৰ বাবে পৰিবহণ…

শিক্ষকৰ হাতত ড্ৰাগছঃ আৰক্ষীৰ জালত তুলেন মৰাণ

নিয়মীয়া বাৰ্তা,১৪ নৱেম্বৰঃ এইবাৰ শিক্ষকো নামিল মাৰাত্মক ড্ৰাগছৰ বেহাত । শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিক কলংকিত কৰি ড্ৰাগছৰ ব্যৱসায় চলাই থকা তুলেন মৰাণ নামৰ লোকজনক পেঙেৰীত বুধবাৰে ড্ৰাগছসহ হাতে-লোটে ধৰা পেলাই স্থানীয় যুৱকে । ইনথেন মধ্য ইংৰাজী…

ভাৰতীয় নৌ সেনাৰ প্ৰথম মহিলা ডিফেন্স এটাছী কৰবী গগৈ

নিউজ ডেস্ক,১৪ নৱেম্বৰঃ ৰাজ্যৰ গৌৰৱোজ্জ্বল যাত্ৰাত আন এক ইতিহাস সৃষ্টি কৰিলে এগৰাকী অসমীয়া জীয়ৰীয়ে । ভাৰতীয় নৌ সেনাত প্ৰথমবাৰলৈ বিদেশত ডিফেন্স এটাছী ৰূপে নিযুক্তি লাভ কৰি এই সন্মান কঢ়িয়াই আনিছে অসম কন্যা তথা লেফটেনেণ্ট কমাণ্ডাৰ কৰবী গগৈয়ে ।…

২৭ ডিচেম্বৰলৈকে ন্যায়িক জিম্মাত থাকিব পি.চিদাম্বৰম

নিউজ ডেস্ক ১৩ নৱেম্বৰঃ প্ৰাক্তন বিত্ত মন্ত্ৰী পি.চিদাম্বৰমৰ পুনৰ মুখ ঠেকেছা। এনফৰ্চমেন্ট ডাইৰেক্টৰ গোচৰত আই এন এক্স মিডিয়াৰ বিত্তীয় কেলেংকাৰীত অভিযুক্ত প্ৰাক্তন বিত্ত মন্ত্ৰী জনক ৰৌচ এভিনিউৰ বিশেষ আদালতে পুনৰ ২৭ ডিচেম্বৰলৈকে ন্যায়িক…

সোণাপুৰত ১১২খন সোণৰ বিস্কুট জব্দ

মহানগৰঃ মহানগৰীৰ সমীপবৰ্তী সোণাপুৰত জৱ্দ ১১২খন সোণৰ বিস্কুট। এখন ইক স্পৰ্টছ গাড়ীত আনিছিল বিস্কুটকেইখন। ৰেভিনিউ ইণ্টেলিজেন্সৰ অভিযানত জব্দ বিস্কুটকেইখন। বিস্কুটকেইখনৰ ওজন প্ৰায় ১৯কেজি। আৰক্ষীয়ে গাড়ীখনৰ চালকক আটক কৰি সোধাপোছা অব্যাহত…