মহানগৰঃ মহানগৰীৰ সমীপবৰ্তী সোণাপুৰত জৱ্দ ১১২খন সোণৰ বিস্কুট। এখন ইক স্পৰ্টছ গাড়ীত আনিছিল বিস্কুটকেইখন। ৰেভিনিউ ইণ্টেলিজেন্সৰ অভিযানত জব্দ বিস্কুটকেইখন। বিস্কুটকেইখনৰ ওজন প্ৰায় ১৯কেজি। আৰক্ষীয়ে গাড়ীখনৰ চালকক আটক কৰি সোধাপোছা অব্যাহত ৰাখিছে।
Prev Post