নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্ৰীয় ভাৰোত্তোলনৰ শিবিৰলৈ অসমৰ তিনি খেলুৱৈ

স্পৰ্টছ ডেস্ক,১৩ নৱেম্বৰঃ চলিত বৰ্ষৰ ১ ডিচেম্বৰৰ পৰা পাটিয়ালাত আন্তঃৰাষ্ট্ৰীয় ভাৰোত্তোলন প্ৰতিযোগিতাৰ বাবে ৰাষ্ট্ৰীয় প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হৈছে । এই শিবিৰলৈ অসমৰ তিনিগৰাকী খেলুৱৈক আমন্ত্ৰণ জনোৱা হৈছে । খেলুৱৈ তিনিগৰাকী হ'ল - চৰাইদেউৰ…

সন্ত্ৰাস সৃষ্টিকাৰী ‘কৃষ্ণ’ হ’ব ঘৰচীয়া

নিয়মীয়া বাৰ্তা,১৩ নৱেম্বৰঃ গোৱালপাৰাৰ ভিন্ন অঞ্চলত দীৰ্ঘদিনে সন্ত্ৰাস চলোৱাৰ পাচত অৱশেষত বশ কৰিবলৈ সক্ষম হ'ল লাডেন অৰ্থাৎ কৃষ্ণক । মঙলবাৰে দুধনৈৰ পৰা স্থানান্তৰ কৰা কৃষ্ণৰ এতিয়া নতুন ঠিকনা হ'ব ওৰাং ৰাষ্ট্ৰীয় উদ্যান । অৱশ্যে পূৰ্বৰ দৰে…

ৰাষ্ট্ৰীয় স্কুল গেমছলৈ গোলাঘাটৰ সাত সন্তৰণবিদ

নিয়মীয়া বাৰ্তা, ১৩ নৱেম্বৰঃ নতুন দিল্লীত ১৭-২২ নৱেম্বৰলৈ অনুষ্ঠিত হ'বলগীয়া ৬৫ সংখ্যক ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত অংশ ল'বলগীয়া অসম দলটোত গোলাঘাটৰ সাতগৰাকী সন্তৰণবিদে স্থান লাভ কৰিবলৈ সক্ষম হৈছে । সন্তৰণবিদকেইগৰাকী হ'ল - মৃগাংক গগৈ,বৰ্ণিল…

মহাৰাষ্ট্ৰত ৰাষ্ট্ৰপতিৰ শাসন

নিউজ ডেস্ক ১২ নৱেম্বৰঃ মহাৰাষ্ট্ৰৰ ৰাজ্যপালৰ প্ৰস্তাৱত অনুমোদন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ। উল্লেখ্য যে যোৱা ২৪ অক্টোবৰত নিৰ্বাচনী ফলাফল ঘোষণা কৰাৰ পিছত এতিয়ালৈকে কোনো এটা দলে চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱা নাই। বিজেপি দলে চৰকাৰ গঠন কৰিবলৈ…

নগাঁৱত আধাৰ কাৰ্ডৰ প্ৰ-পত্ৰৰ বাবদ ধন সংগ্ৰহ

গুৱাহাটীঃ নগাঁৱৰ জুৰীয়াত আধাৰ কাৰ্ডৰ নামত ব্যাপক লুণ্ঠন সংঘটিত হৈছে। দালালৰ জৰিয়তে প্ৰ-পত্ৰ বিক্ৰী কৰি আৰক্ষীৰ জালত পৰিল দুই মণ্ডল। ধৃত লোকদুজন ৰূপহীহাট ৰাজহ চক্ৰৰ চামচুল আৰিফ আৰু জালাল উদ্দিন। জানিব পৰা মতে এমৰান নামৰ এটা প্ৰবঞ্চকে একোজন…

ব্ৰীকছ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ব্ৰাজিললৈ ৰাওনা প্ৰধানমন্ত্ৰী মোডী

নিউজ ডেস্ক, 12 নৱেম্বৰঃ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দুদনীয়া কাৰ্যসূচীৰে ১১ সংখ্যক ব্ৰীকছ সন্মিলনত অংশ গ্ৰহণ কৰিবলৈ ব্ৰাজিলৈ ৰাওনা হৈছে। ব্ৰীকছ শিখৰ সন্মিলন ১৩-১৪ নৱেম্বৰলৈকে ব্ৰাজিলত আয়োজন কৰা হৈছে । এইবাৰ ব্ৰীকছ সন্মিলনৰ মুখ্য বিষয় হৈছে…

চিৰাঙত সেনা-আৰক্ষীৰ যৌথ অভিযানত ৩ উগ্ৰপন্থী গ্ৰেপ্তাৰ

চিৰাং, ১২ নৱেম্বৰঃ মঙলবাৰে চিৰাঙৰ ৰুণিখাটা আৰক্ষী চকীৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলত সেনা, কোব্ৰা আৰু আৰক্ষীয়ে এক যুটীয়া অভিযান চলায় । এই অভিযান কালত মাৰণাস্ত্ৰসহ ৩ জনকৈ এন ডি এফ বি (সং) ৰ সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । সেনাৰ…

নশ্বৰদেহ হৈ অসমলৈ উভতিল প্ৰাচী

নিউজডেস্ক, ১২ নৱেম্বৰঃ মঙলবাৰে অসমলৈ অনা হ'ল মুম্বাইত ৰহস্যজনক ভাৱে মৃত্যু হোৱা গুৱাহাটীৰ মেধাৱী ছাত্ৰীৰ মৃতদেহ দেওবাৰে ৰহস্যজনকভাৱে মৃত্যু হৈছিল প্ৰাচী কাশ্যপ নামৰ ছাত্ৰীগৰাকীৰ বান্দ্ৰাস্থিত ফ্লেটত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছিল ১৯…

LOC ত ১.৩ লাখ পাক সেনা মোতায়েন

নিউজডেস্ক, ১১ নৱেম্বৰঃ জন্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত পাকিস্তানে ক্ৰমান্বয়ে বৃদ্ধি কৰি আহিছে সেনাৰ মোতায়েন । যোৱা ৫ আগষ্টত ভাৰতে ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ পাছৰে পৰা চুবুৰীয়া দেশখনে সীমান্তত যুদ্ধংদেহি অৱস্থান গ্ৰহণ কৰিছে । ইপিনে…

অসুস্থ ভাৰত ৰত্ন লতা মংগেশকাৰ

ৰাষ্ট্ৰীয়ঃ অসুস্থ হৈ পৰিছে কোকিল কণ্ঠী গায়িকা লতা মংগেশকাৰ। শ্ৱাস-প্ৰশ্ৱাসজনিত কাৰণত স্ৱাস্থ্যৰ অৱনতি ঘটাত সোমবাৰে মুম্ৱাইৰ ৱ্ৰিছ কেণ্ডি হাস্পতালত কৰোৱা হয়। হাস্পতাল কৰ্তৃপক্ষৰ মতে কিংবদন্তি কণ্ঠশিল্পীগৰাকীৰ অৱস্থা সংকটজনক। ২৮ ছেপ্টেম্ৱৰত…