ৰাষ্ট্ৰীয়ঃ অসুস্থ হৈ পৰিছে কোকিল কণ্ঠী গায়িকা লতা মংগেশকাৰ। শ্ৱাস-প্ৰশ্ৱাসজনিত কাৰণত স্ৱাস্থ্যৰ অৱনতি ঘটাত সোমবাৰে মুম্ৱাইৰ ৱ্ৰিছ কেণ্ডি হাস্পতালত কৰোৱা হয়। হাস্পতাল কৰ্তৃপক্ষৰ মতে কিংবদন্তি কণ্ঠশিল্পীগৰাকীৰ অৱস্থা সংকটজনক। ২৮ ছেপ্টেম্ৱৰত ৯০ বছৰীয়া হোৱা দৰদী শিল্পীগৰাকীৰ আশু আৰোগ্য সকলোৱে কামনা কৰিছে ।
Prev Post
Next Post