নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰিস্থিতি ভয়াৱহ হোৱাৰ আশংকাঃ অসমলৈ ১০ টা অৰ্ধসামৰিক বাহিনীৰ দল

নিয়মীয়া বাৰ্তা, ১১ ডিচেম্বৰঃ জম্মু-কাশ্মীৰৰ পৰিস্থিতি শেহতীয়াকৈ কিছু সাম কটাৰ পাছত কেন্দ্ৰই তাৰ পৰা অৰ্ধসামৰিক বাহিনী প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । এতিয়া জম্মু-কাশ্মীৰত নিয়োজিত থকা ১০ টাকৈ অৰ্ধসামৰিক বাহিনীক অসমলৈ প্ৰেৰণৰ যো-জা…

বৰঝাৰত আবদ্ধ সোণোৱাল

নিয়মীয়া বাৰ্তা, ১১ ডিচেম্বৰঃ বৰঝাৰ বিমানবন্দৰত আবদ্ধ হৈ আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । হেলিকপ্টাৰ যোগে তেজপুৰৰ পৰা বৰঝাৰত উপস্থিত হৈছিল মুখ্যমন্ত্ৰী গৰাকী । এঘণ্টা ধৰি বিমানবন্দৰৰ ভিআইপি লাউঞ্জত আবদ্ধ হৈ আছে মুখ্যমন্ত্ৰীগৰাকী ।…

কোকৰাঝাৰ জিলা আইন সেৱা প্ৰাধিকৰণত ডাটা এণ্ট্ৰী অপাৰেটৰৰ পদ

কোকৰাঝাৰ জিলা আইন সেৱা প্রাধিকৰণত খালী হৈছে ডাটা এণ্ড্রী অপাৰেটৰৰ পদ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি জিলা আৰু সত্র ন্যায়াধীশৰ তৰফৰ পৰা এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰা হৈছে৷ তথ্য অনুসৰি আবেদনকাৰী দ্বাদশ শ্রেণী উত্তীর্ণ আৰু…

প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডত ১০ পদৰ সাক্ষাৎকাৰ

প্রদূষণ নিয়ন্ত্রণ ব’ডত অচিৰেই পূৰণ কৰা হ’ব খালী হোৱা ফিল্ড এছিছটেণ্টৰ ১০ পদত প্রার্থী৷ আবেদনকাৰী ৰসায়ন বিজ্ঞানৰ স্নাতক ডিগ্রীধাৰী হ’ব লাগিব৷ নিযুক্তিপ্রাপ্তই মাহে ১০,০০০ টকা লাভ কৰিব৷ প্রাৰম্ভিক পর্যায়ত প্রার্থী ছমহীয়া ঠিকাভিত্তিক চুক্তিত…

ৰাজ্যসভাত কেব উত্থাপন কৰি কি ক’লে গৃহমন্ত্ৰী অমিত শ্বাহে ?

নিয়মীয়া বাৰ্তা, ১১ ডিচেম্বৰঃ আজি দিনৰ ১২ বজাত ৰাজ্যসভাত গৃহমন্ত্ৰী অমিত শ্বাহে উত্থাপন কৰিলে নাগৰিকত্ব সংশোধনী বিধেয়ক । এই বিধেয়কখন উত্থাপন কৰি ৰাজ্যসভাত কি ক'লে শুনকঃ #WATCH Home Minister Amit Shah speaking on #CitizenshipAmendmentBill…

HIL India লিমিটেডত ৬ পদ

Hindustan Insecticides Ltd.ত আৱশ্যক হৈছে বিষয়া আৰু ইঞ্জিনীয়াৰৰ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি মানৱ সম্পদ আৰু প্রশাসনিক বিভাগৰ মহাপ্রবন্ধকে এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ বিজ্ঞাপনৰ তথ্য অনুসৰি খালী পদসমূহৰ ভিতৰত আছে–…

গণেশগুৰিত আৰক্ষী-প্ৰতিবাদকাৰীৰ হতাহতি

নিয়মীয়া বাৰ্তা, ১১ ডিচেম্বৰঃ কেবক লৈ এতিয়া ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে উত্তপ্ত হৈ পৰিছে গুৱাহাটী । মঙলবাৰৰ পৰা গুৱাহাটী মহানগৰীত প্ৰতিবাদে লৈছে অন্য ৰূপ । সহস্ৰাধিক প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ লাঠীলাচনা , কন্দুৱা গেছ, শূন্যলৈ গুলীবৰ্ষণ অব্যাহত…

এলজিবি আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত চাকৰি

তেজপুৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্রতিষ্ঠানত খালী হৈছে কেইবাটাও পদ৷ যোগ্য ভাৰতীয় প্রার্থীৰ পৰা আবেদন আহ্বান কৰি স্বাস্থ্য প্রতিষ্ঠানটোৰ সঞ্চালকে এক বিস্তৃত নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য…

ক্ৰীড়া প্ৰাধিকৰণত ১৩০ পদৰ বিজ্ঞাপন

ভাৰত চৰকাৰৰ যুৱ পৰিক্রমা আৰু ক্রীড়া মন্ত্রালয়ৰ অধীনস্থ ভাৰতীয় ক্রীড়া প্রাধিকৰণত আৱশ্যক হৈছে ইয়ং প্রফেচনেলৰ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি প্রাধিকৰণৰ সঞ্চালকে এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি ১৩০ সংখ্যক…

ডিফু চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী ড০শৰ্মাৰ

নিয়মীয়া বাৰ্তা ১১ ডিচেম্বৰঃ সমগ্র ৰাজ্যতে কেন্দ্রীয় চৰকাৰে সংসদত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ পিছতে উত্তাল প্রতিবাদৰ মাজতে মঙলবাৰে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ডিফু মেডিকেল কলেজ পৰিদর্শন কৰে৷ উল্লেখ্য যে মঙলবাৰে দুপৰীয়া…