নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশিষ্ট সমাজকৰ্মী সতীশ শৰ্মাৰ বিয়োগ

নিয়মীয়া বার্তা ১০ ডিচেম্বৰঃ ৰঙিয়া অঞ্চলৰ বিশিষ্ট সমাজকর্মী তথা চি পি আই (এম) নেতা, কামৰূপ জিলাৰ কৃষক আন্দোলনৰ অক্লান্ত কর্মী সতীশ শর্মা (৭১বছৰ)ই গুৱাহাটী মেডিকেল কলেজ হাস্পতালত সোমবাৰে পুৱা ৬.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে৷ দীর্ঘদিন জটিল…

জামুগুৰিহাটত ৮০ বছৰীয়া শিক্ষকৰ কর্মস্পৃহা

নিয়মীয়া বার্তা, ১০ ডিচেম্বৰঃ অসমত সঘনাই বিভিন্ন কাৰণত হৈ থকা আন্দোলনবোৰত ছাত্র সমাজ জড়িত হৈ পৰিব লগা হোৱাত অধ্যয়নৰ ক্ষেত্রখনত বাৰুকৈয়ে প্রভাৱ পৰাৰ কথা আলোচিত হৈ আহিছে ৷ ‘পঢ়াই পঢ়ে ৰোৱে পাণ এই তিনিয়ে নিচিন্তে আন’– এই আপ্ত বাক্যশাৰী যেন এতিয়া…

ভূমি দখলত নামিছে ৰিজার্ভ বেংকৰ কর্মচাৰীঃ উত্তপ্ত চন্দ্রপুৰ

নিয়মীয়া বাৰ্তা,১০ ডিচেম্বৰঃ সমগ্র ৰাজ্যত অব্যাহত আছে ভূ–মাফিয়াৰ দপদপনি ৷ অন্য প্রান্তৰ কথা বাদেই খোদ গুৱাহাটীৰ মাজমজিয়াতে একাংশ ভূ–মাফিয়াই ৰাজহ চক্র বিষয়া আৰু মণ্ডল–কাননগোৰ লগত মিতিৰালি কৰি বলপূর্বক আনৰ ভূমি বিক্রী কৰাত নামিছে ৷ এইবাৰ…

১৯৮৩ৰ ভাতৃঘাতী সংঘর্ষত নিহত পুত্রৰ মাতৃৰ কৰুণ অৱস্থাঃ জুপুৰিত দুর্বিষহ জীৱন তিলেশ্বৰী দাসৰ

নিয়মীয়া বার্তা, ১০ ডিচেম্বৰঃ নৰেন্দ্র মোদী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰ আৰু সর্বানন্দ সোণোৱালৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে জাতিদ্রোহী নাগৰিকত্ব সংশোধনী আইন ২০১৬ গৃহীত কৰি লাখ লাখ বিদেশীক সংস্থাপন দিয়াৰ পূর্ণ প্রস্তুতি চলোৱাৰ সময়তে গহপুৰত ১৯৮৩…

সফলতাৰ বাবে কঠোৰ পৰিশ্ৰমৰ বিকল্প নাইঃ মুখ্যমন্ত্ৰী

নিয়মীয়া বাৰ্তা ১০ ডিচেম্বৰঃ সংগ্রামৰ দ্বাৰাহে কৃতকার্যতা লাভ কৰিব পাৰি আৰু জীৱনত সফল হ’ব লাগিলে কঠোৰ পৰিশ্রমৰ কোনো বিকল্প নাই৷ সোমবাৰে অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত ২০১৯–২০ বর্ষৰ চাহ জনজাতি সম্প্রদায়ৰ অসামৰিক সেৱাৰ পৰীক্ষাত অৱতীর্ণ…

আজিৰ দিনটোৰ ৰাশিফল

মেষঃ আর্থিক উন্নতিৰ আশা৷ কিছু অস্থিৰতা থাকিলেও নিয়ন্ত্রণক্ষম৷ কর্মস্থানত মোটামুটি ভালেই দেখা যায়৷ যোগ্যতাৰে আলাপ আলোচনাত ভাগ ল’ব পাৰিব৷ দাম্পত্যত শুভ৷ বিদ্যাত যত্নৰ সফলতা৷ বৃষঃ ক্রমে দিনটো কিছু অনিশ্চিত যেন লাগিব৷ ঘৰুৱা কথাত আপুনি অৱশ্যে…

মাৰণাস্ত্ৰ আছে নেকি ? জৰিমনাৰ লগতে, যাব লাগিব ৰঙাঘৰলৈ !

নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰঃ সোমবাৰে লোকসভাত গৃহীত হোৱা এখন বিধেয়কে এতিয়া ঘূমটি হৰিছে মাৰণাস্ত্ৰৰ গৰাকীসকলক । সোমবাৰে লোকসভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মাৰণাস্ত্ৰ সংশোধনী আইন ২০১৯ ৰ জৰিয়তে মাৰণাস্ত্ৰৰ ক্ষেত্ৰত গ্ৰহণ কৰে কঠোৰ সিদ্ধান্ত…

এডাল সাপৰ বাবে বিলম্ব হ’ল ক্ৰিকেট মেচ

নিয়মীয়া বাৰ্তা ৯ ডিচেম্বৰঃ সাধাৰণতে ক্ৰিকেট খেল কেতিয়াবা কুকুৰ কেতিয়াবা চৰাই বাবে বিলম্ব হয়। কিন্তু এইবাৰ ব্যতিক্ৰম ঘটিল। ভাৰতৰ ঘৰুৱা ক্ৰিকেট ৰঞ্জী ট্ৰফী ২০১৯-২০ চনৰ নতুন ছীজন সোমবাৰ( ৯ ডিচেম্বৰৰ) পৰা আৰম্ভ হৈছে। যোৱাটো বৰ্ষৰ বিজয়ী দল…

মুখৰ দুর্গন্ধ

ডাঃ ৰেইনী দেৱী আমাৰ বহুতেই ভুগি থকা এটা অস্বস্তিকৰ সমস্যা হৈছে ‘মুখৰ দুর্গন্ধ’৷ চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াকHalitosis বুলি কোৱা হয়৷ এই সমস্যাত ভোগা লোকজন নিজেতো অশান্তিত থাকেই, তেওঁৰ কাষত বহাজনেও কেতিয়াবা নাকত সোপা দিবলগীয়া হয়৷ ফলত…

কোষ্ঠকাঠিন্যৰ সমস্যা

কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা হাত সাৰিবলৈ পোনতে আমি নিজে গ্রহণ কৰি থকা খাদ্যৰ প্রতি বিশেষ নজৰ দিব লাগে৷ যিহেতু আঁহযুক্ত খাদ্যৰ অভাৱে শৌচ বন্ধ কৰে৷ সেয়ে আমাৰ খাদ্যত নিয়মীয়া আৰু উচিত মাত্রাত ফল–মূল, শাক–পাচলি আদি থকা নিতান্তই প্রয়োজন৷ আঁহ বুলিলে…