দেশৰ যুৱচামৰ মাজত বাঢ়িছে হৃদৰোগত মৃত্যুৰ হাৰ, কাৰণ জানিলে হ’ব আচৰিত?
ক’ভিড মহামাৰীৰ পিছৰে পৰা দেশৰ তৰুণ প্রজন্মৰ মাজত বৃদ্ধি পাইছে হূদৰোগত মৃত্যুৰ হাৰ৷ অনেকেই ইয়াৰ কাৰণ হিচাপে ধাৰণা কৰিছে হুৰমুৰকৈ তৈয়াৰ কৰি প্রয়োগ কৰা ক’ভিডৰ টিকা প্রদান৷ ইয়াকে লৈ দিল্লীৰ এইমছত চলিছে গৱেষণা৷
দিল্লীৰ এইমছৰ চিকিৎসক তথা গৱেষক ডাঃ সুধীৰ আৰাভাই কয় যে তৰুণ প্রজন্মৰ হৃদৰোগত আক্রান্ত হৈ মৃত্যু হোৱাৰ বাবে ক’ভিড ভেকচিনক দায়ী কৰিব নোৱাৰি৷…
Read More...