নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাণৰ লতিৰ বিষ

কাণৰ লতিৰ বিষটো ঘাইকৈ মহিলাসকলৰ হয়৷ তেওঁলোকে কাণত যিবোৰ অলংকাৰ পিন্ধে, সেই অলংকাৰবোৰে কোনো কোনো মহিলাৰ কাণৰ লতিত এলার্জিৰ সৃষ্টি কৰে৷ লতিটো বিষায়, খজুৱায়, কেতিয়াবা ৰঙা ৰঙা দাগ পৰে ৷ তেনে হোৱাৰ কাৰণ যে বিভিন্ন ধাতুৰ পৰা তৈয়াৰ কৰা অলংকাৰ সেই…

আহাৰৰ কাঁহীখন কেনেদৰে সজাব

ড০ নির্মলা দেৱী সু–স্বাস্থ্যৰ বাবে আহাৰ সন্তুলিত হোৱাটো বাঞ্ছনীয়৷ আহাৰ অৰু পৰিপুষ্টি হৈছে জীৱনধাৰণৰ মূল আহিলা৷ দৈনিক আহাৰ কেনে মাত্রাত অর্থাৎ কোনবিধ আহাৰ কিমান পৰিমাণত হ’লে উত্তম আৰু সন্তুলিত হয়, তাৰ বাবে পৃথিৱীজুৰি কৰা গৱেষণাৰ আৰু…

জিভাৰ যতন

• জিভা ভালে ৰখাৰ প্রথম চর্ত হ’ল দাঁতৰ লগতে ইয়াকো পৰিষ্কাৰ–পৰিচ্ছন্ন ৰখা ৷ • হাতৰ আঙুলিৰে অথবা বজাৰত কিনিবলৈ পোৱা ভাল ব্রেণ্ডৰ ‘টাং ক্লিনাৰ’ ব্যৱহাৰ কৰিব পাৰে৷ • আঙুলিৰে চাফা কৰোঁতে সামান্য পৰিমাণৰ নিমখ ব্যৱহাৰ কৰিব পাৰে৷ • জিভা চাফা কৰাৰ…

বগা চন্দনৰ ঔষধি গুণ

হিৰণ্য কুমাৰ শর্মা চন্দন ভাৰতীয়ৰ জনপ্রিয় নাম৷ ইয়াৰ ব্যৱহাৰ পৃথিৱীৰ বিভিন্ন প্রান্তত প্রায় ৪০০০ বছৰ পুৰণি৷ হিন্দুৰ পৌৰাণিক সাহিত্যৰ লগতে ৰামায়ণ, মহাভাৰতত স্পষ্ট ৰূপত বর্ণনা তথা ব্যৱহাৰৰ কথা উল্লেখ আছে৷ চন্দন শব্দ সংস্কৃত আৰু…

কৰ্ণাটক উপনিৰ্বাচনঃ বিজেপিৰ ১২ খন আসনত জয়লাভ

নিয়মীয়া বাৰ্তা ৯ ডিচেম্বৰঃ কৰ্ণাটকৰ উপনিৰ্বাচনত বিজেপিৰ ১২ খন আসনত জয়লাভ কৰিলে । নিৰ্বাচনী ফলাফল ঘোষণা কৰাৰ পিছতেই কৰ্ণাটকৰ মুখ্যমন্ত্ৰী য়েদিয়ুৰুপ্পায়ে কয় যে এখন স্থায়ী চৰকাৰ গঠন হোৱাৰ বাবে এতিয়াৰে পৰা কোনো ধৰণৰ সমস্যা নহব। লগতে…

‘কেব’ বিৰোধিতা যতীন বৰাৰ

নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰঃ দেওবাৰে তেজপুৰত নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত আছু সদস্যই জনপ্ৰিয় অভিনেতা যতীন বৰাক ঘেৰাও কৰে । বিধেয়কখনৰ ক্ষেত্ৰত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাৰ পাচতেই দেওবাৰে আছু সদস্যই এইদৰে ঘেৰাও কৰে অভিনেতাগৰাকীক । এই…

বিজেপিৰ পৰা পদত্যাগ ৰবি শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যজুৰি অব্যাহত থকা প্ৰতিবাদৰ মাজতে সোমবাৰে লোকসভাত গৃহীত হ'ল এই বিধেয়ক । বিধেয়ক গৃহীত হোৱাৰ দিনটোতে সোমবাৰে বিজেপিৰ প্ৰাথমিক সদস্যৰ পৰা পদত্যাগ কৰে জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই ।…

ডিব্ৰুগড়- গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা স্থগিত

নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰঃ মঙলবাৰে অসমকে ধৰি উত্তৰ-পূবত নেছ'ৰ অসম বন্ধৰ আহ্বানৰ বাবে স্থগিত কৰিছে ১০ তাৰিখৰ গুৱাহাটী বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ স্নাতক-স্নাতকোত্তৰ পৰীক্ষা । দুয়োখন বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰকে এক…

ৰাজ্যসভাত মন্ত্ৰী অনুপস্থিত থকাৰ বাবে সমালোচনা নাইডুৰ

নিয়মীয়া বাৰ্তা ৯ ডিচেম্বৰঃ ৰাজ্যসভাত কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত নথকাৰ বাবে সৰৱ হল ৰাজ্যসভাৰ সভাপতি ভেংকায়া নাইডু। সোমাবাৰে পুনৰ ৰাজ্যসভাত মোডীৰ মন্ত্ৰী সভাৰ মন্ত্ৰীৰ উপস্থিতি একেবাৰে নগন্য আছিল। ইয়াৰ আগতেও সভাপতি নাইডুৱে সদনত অনুপস্থিত থকাৰ…

সংসদত ‘কেব’ৰ বিৰোধিতা বিৰোধীৰ : কোন কোন সাংসদৰ বিৰোধিতা ?

নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰঃ সোমবাৰে লোকসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন হোৱাৰ পাচতেই সদনৰ মজিয়াত উত্তপ্ত হৈ পৰিছে বিৰোধী । অমিত শ্বাহে সদনত বিধেয়কখন উত্থাপন কৰাৰ পাচতেই এই বিধেয়কক সংখ্যালঘু বিৰোধী আখ্যা দিয়ে কংগ্ৰেছৰ সাংসদ অধীৰ ৰঞ্জন…