নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাটোডেৰোঃ এইচ আই ভিৰ অভিকেন্দ্র

অজিত চহৰীয়া পাকিস্তানৰ এখন সৰু চহৰ৷ নাম ৰাটোডেৰো৷ দেশখনৰ সিন্ধ প্রদেশৰ লাৰকানা মহকুমাৰ সদৰ চহৰ ৰাটোডেৰো৷ মিঠাইৰ কাৰণে বিখ্যাত সৰু চহৰখন৷ কিন্তু চলিত মাহৰ মাজভাগত সংবাদ শিৰোনামলৈ আহে সৰু চহৰখন৷ ৰাটোডেৰোৰ ৯০০ শিশুএইচ আই ভিত আক্রান্ত…

ছন্দহীন ছাইনাই চিন্তিত কৰি তুলিছে ভাৰতীয় বেডমিণ্টনক

বিদ্যুৎ বিকাশ বৈশ্য এসময়ৰ বিশ্বশ্রেষ্ঠই এতিয়া যেন দৌৰি ফুৰিছে ছন্দৰ বাবে৷ একালত বিশ্বৰ খেলুৱৈৰ বাবে ত্রাসৰ কাৰণ হৈ পৰা খেলুৱৈগৰাকীক এতিয়া হেলাৰঙে পৰাস্ত কৰে অনামী খেলুৱৈয়ে৷ ইখনৰ পিছত সিখন প্রতিযোগিতাত ছন্দপতন৷ কোন এই খেলুৱৈগৰাকী,…

বিশ্ব সাহিত্যৰ পাঁচখন বিতর্কিত কিতাপ

প্রাণজ্যোতি নাথ মার্টিন লুথাৰ কিঙে কৈছিল– ‘মানুহ এজনৰ স্থিৰতা জোখাৰ সেয়াহে প্রকৃত সময়, যেতিয়া তেওঁক বিতর্ক আৰু প্রত্যাহ্বানে লগ লয়৷ সুখ–সুবিধাৰ মাজত থকা মানুহ এজনৰ স্থিৰতা জুখিব নোৱাৰি৷’ স্থিৰ হৈ থকা সহজ নহয়, যেতিয়া বিতর্ক আৰু…

‘কেব’ক লৈ আন্দোলনঃ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ সকলো জিলাৰ আৰক্ষীক নির্দেশ গৃহ বিভাগৰ

নিয়মীয়া, ৮ ডিচেম্বৰঃ ‘কেব’ৰ বিৰোধিতাক লৈ চলা শেহতীয়া আন্দোলনৰ কেতবোৰ কার্যসূচীক লৈ চিন্তিত হৈ পৰিছে ৰাজ্যৰ গৃহ বিভাগ ৷ বিশেষকৈ নিশাৰ ভাগত একাংশ মন্ত্রী–বিধায়কৰ বাসভৱন ঘেৰাও, আপত্তিজনক বক্তব্যৰে কৰা পোষ্টাৰিং আদি প্রতিবাদৰ সময়ছোৱাত গৃহ…

ভাৰতৰ ভূতৰ ৰাজধানী ভানগড় দুর্গ

যোগেশ কলিতা বিস্ময়কৰ বহু ঠাইৰে পৰিপূর্ণ ভাৰতবর্ষ৷ অতি মনোমোহা পৰিৱেশ, নান্দনিক দৃশ্যৰে ভৰপূৰ ঠাইত ঘূৰি ফুৰাৰ মজাই সুকীয়া৷ কিন্তু ভাৰতত তেনে এখন অদ্ভুত ঠাই আছে, যি ঠাই মাথোঁ ভয়, শংকা তথা অদ্ভুত কাণ্ড–কাৰখানাৰ বাবে বিখ্যাত৷ সন্ধিয়া…

প্রত্যাহ্বানক সুযোগলৈ ৰূপান্তৰঃ বাংলাদেশৰ অর্থনৈতিক বিপ্লৱ

দীপক কুমাৰ দাস প্রত্যাহ্বান, চৌদিশে প্রত্যাহ্বান৷ দুর্বলতম অর্থনীতি, প্রাকৃতিক দুর্যোগৰ প্রচণ্ড প্রত্যাহ্বান, ভয়াৱহ দৰিদ্রতা, দুর্ভিক্ষ আৰু ৰাজনৈতিক হিংসাৰ প্রত্যাহ্বান৷ ইতিহাসৰ পৃষ্ঠা লুটিয়াই চালে দহ বছৰ পূর্বৰ সকলো ক্ষেত্রতে…

সন্ত্রাসবাদেই পাকিস্তানৰ ৰাষ্ট্রীয় নীতিঃ ৰাজনাথ সিং

নিয়মীয়া বাৰ্তা,৮ ডিচেম্বৰঃ ভাৰতৰ বিৰুদ্ধে সন্ত্রাসবাদক উৎসাহ যোগোৱা পাকিস্তানক আক্রমণাত্মক বক্তব্যৰে সমালোচনা কৰিছে ভাৰতৰ প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে৷ ইণ্ডিয়ান মিলিটেৰী একাডেমীৰ এক অনুষ্ঠানত সেনাক উদ্দেশ্যি প্রতিৰক্ষামন্ত্রীজনে কয় যে…

৯ ডিচেম্বৰৰ পৰা ৩৬ ঘণ্টীয়া অসম বন্ধ আক্রাছু(অ)ৰ

নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰঃ পৃথক কমতাপুৰ আৰু জনজাতিকৰণৰ দাবীত আক্রাছু (অ)য়ে ৯ ডিচেম্বৰ, সোমবাৰৰ পুৱা পাঁচ বজাৰ পৰা ৩৬ ঘণ্টীয়া অসম বন্ধৰ আহ্বান জনাইছে ৷ এক বিবৃতিত সংগঠনটোৰ সভাপতি অৰুণ ৰায় আৰু সম্পাদক গোকুল বর্মনে মন্ত্রীগোটৰ প্রতিবেদন…

আইআইটি খড়গপুৰৰ ছাত্র–ছাত্রীলৈ ৫ দিনত ১০০০ চাকৰিৰ প্রস্তাৱ

নিয়মীয়া বাৰ্তা,৮ ডিচেম্বৰঃ দেশৰ আগশাৰীৰ তথ্য–প্রযুক্তিৰ শিক্ষা প্রতিষ্ঠান আইআইটি খড়গপুৰৰ শিক্ষার্থীয়ে ৫ দিনত বিভিন্ন কোম্পানীৰ পৰা ১,০০০ চাকৰিৰ প্রস্তাৱ লাভ কৰিছে৷ শিক্ষা প্রতিষ্ঠানখনত চলি থকা সংস্থাপন মেলাত ১৪৪ বিভিন্ন দেশৰ ১৪৪টা…

১০–১৭ ডিচেম্বৰত চিনে ক্লাবৰ আন্তঃৰাষ্ট্রীয় মহোৎসৱ

নিয়মীয়া বাৰ্তা,৮ ডিচেম্বৰঃ গুৱাহাটী চিনে ক্লাবে আয়োজন কৰা দ্বাদশ আন্তঃৰাষ্ট্রীয় গুৱাহাটী চলচ্চিত্র মহোৎসৱ অহা ১০ৰ পৰা ১৭ ডিচেম্বৰলৈ জিলা পুথিভঁৰাল প্রেক্ষাগৃহত অনুষ্ঠিত হ’ব৷ এই চলচ্চিত্র মহোৎসৱত বিশ্বৰ বিভিন্ন প্রান্তৰ বহু সমাদৃত…