ঔটেঙা আৰু আলুৰে ৰন্ধা মাছৰ টেঙা আঞ্জা
উপকৰণঃ
মাছ– ৪/৫ টুকুৰা
ঔটেঙা– ১টা (টুকুৰা কৰি লোৱা), আলু– ৩/৪টা (টুকুৰা কৰি লোৱা)
তেল–জোখ অনুপাতে
পাঁচফুৰণ– ১চামুচ
কেঁচা জলকীয়া ৩/৪টা
ধনিয়াপাত ১ মুঠি
নিমখ, হালধি জোখ অনুপাতে৷
প্রণালী: প্রথমে এটা পেচাৰ কুকাৰত ঔটেঙা আৰু আলু দি হিচাপ মতে পানী দি দুটা হুইচেল মৰাই নমাই দিব৷ এতিয়া মাছকেইটুকুৰাত নিমখ, হালধি সানি ফ্রাই কৰি ল’ব৷এতিয়া এখন কেৰাহীত…
Read More...