বিবাহৰ পিছত প্রতিযোগিতামূলক পৰীক্ষাৰ প্রস্তুতি
বিবাহৰ পিছত এগৰাকী নাৰীৰ কেৰিয়াৰ বা চাকৰিজীৱন অন্ত পৰে বুলি থকা ধাৰণা এতিয়া পুৰণি হ’ল৷ এতিয়া পুৰুষৰ সমানেই প্রত্যেক ক্ষেত্রত নাৰী আগবাঢ়ি গৈছে৷ নাৰীয়ে ভালদৰেই জানে ব্যক্তিগত জীৱন, সংসাৰ আৰু চাকৰিৰ দায়িত্বৰ মাজতে কেনেদৰে সামঞ্জস্য ৰাখিব লাগে৷ সমগ্র পৃথিৱীত ব্যক্তিগত আৰু চৰকাৰী প্রতিষ্ঠানত উচ্চ পদবীত কর্মৰত অলেখ নাৰীৰ উদাহৰণ আছে৷ আচলতে এগৰাকী নাৰীৰ…
Read More...