নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্রেষ্ঠ বঁটা লাভেৰে উজলিল অসমৰ কৃষক মুম্বাইত আন্তঃৰাষ্ট্রীয় জৈৱিক কৃষি প্রদর্শনী

নিয়মীয়া বার্তা, ৮ ডিচেম্বৰঃ মুম্বাই চহৰত যোৱা ৩, ৪ আৰু ৫ ডিচেম্বৰত অনুষ্ঠিত হৈ যোৱা আন্তঃৰাষ্ট্রীয় জৈৱিক কৃষি প্রদর্শনী আৰু মেলাত অসমৰ পৰা প্রতিনিধিত্ব কৰা পৰম্পৰাগত কৃষি বিকাশ যোজনাৰ অধীনত কেইবাগৰাকীও কৃষকে জৈৱিক পদ্ধতিৰে কৃষিকার্য সম্পাদন…

মাণিকপুৰত দলীয় সভা আধাতে এৰি দৌৰি দৌৰি পলাল মন্ত্রী ফণীভূষণ চৌধুৰী

বিশেষ বার্তা, ৮ ডিচেম্বৰঃ বঙাইগাঁও জিলাৰ মাণিকপুৰত কেববিৰোধী সংগঠনৰ ক’লা পতাকা প্রদর্শনৰ উমান পাই দলীয় সভা আধাতে এৰি শনিবাৰে পলাবলগীয়া হ’ল মন্ত্রী ফণীভূষণ চৌধুৰী ৷ অগপৰ মাণিকপুৰ আঞ্চলিক সমিতিৰ অধিৱেশন উপলক্ষে মাণিকপুৰ বজাৰ গৃহত আয়োজিত দলীয়…

‘মহামিলনৰ তীর্থ হ’ব সাহিত্য সভাৰ শুৱালকুছি অধিৱেশন’

বিশেষ বার্তা, ৮ ডিচেম্বৰঃ অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশন জাকতজিলিকা হ’ব লাগিব ৷ বিশাল লুইতৰ পাৰত এইখন অধিৱেশন হ’ব মহামিলনৰ তীর্থ৷ দেশ–বিদেশৰ শিল্পী, সাহিত্যিক, কবি, সমালোচক আদিৰে ভৰি পৰিব শুৱালকুছি অধিৱেশন৷ এই সাহিত্য–সংস্কৃতিৰ মহামেলা…

মাজুলীত মুগা পালনেৰে স্বাৱলম্বী নিবনুৱা যুৱক

নিয়মীয়া বার্তা, ৮ ডিচেম্বৰঃ মুখ্যমন্ত্রীৰ গৃহ সমষ্টি মাজুলীৰ পূব চিৰাম দেউৰী গাঁৱৰ এজন যুৱকে মুগা পালনেৰে স্বাৱলম্বনৰ চেষ্টা অব্যাহত ৰাখিছে ৷ পূব চিৰাম দেউৰী গাঁৱৰ পালোৱান দেউৰীৰ পুত্র কুলান দেউৰীয়ে অন্য যুৱকৰ দৰে সংস্থাপন বিচাৰি…

কুকুৰৰ বাবেই বৰডুমচাত যুৱকক প্রহাৰ

নিয়মীয়া বাৰ্তা,৮ ডিচেম্বৰঃ অসম–অৰুণাচল প্রদেশ সীমান্তৱর্তী বৰডুমচা থানাত শনিবাৰে এক অমানৱীয় ঘটনা সংঘটিত হয় ৷ অভিযোগ মতে, বৰডুমচা– মাধৱপুৰ নিৱাসী সুনীল মজুমদাৰ (৩৭) নামৰ এজন লোকক এক সাধাৰণ ঘটনাতে বৰডুমচা থানাৰ তিনিজনকৈ আৰক্ষী জোৱানে থানাৰ…

আমিনগাঁৱত ৫০ লক্ষাধিক টকা মূল্যৰ চোৰাং বিদেশী চিগাৰেটসহ এজনক আটক

নিয়মীয়া বার্তা, ৮ ডিচেম্বৰঃ ৰাজ্যত চলিছে অবৈধ বিদেশী চিগাৰেটৰ ৰমৰমীয়া বেহা ৷ ৰাজ্যৰ বজাৰত এতিয়া সুলভ হৈ পৰিছে হংকং, কোৰিয়াৰ অবৈধ চিগাৰেট ৷ ম্যানমাৰৰ মৰে হৈ প্রতিসপ্তাহে অসমত প্রৱেশ কৰে ড্রাকে ড্রাকে চোৰাং চিগাৰেট ৷ ৰাজধানী চহৰ গুৱাহাটী…

মূকবধিৰ নাবালিকাক দীর্ঘদিনে যৌন শোষণঃ ৩ সন্তানৰ লম্পট পিতৃক জে’ললৈ বিজয়নগৰ আৰক্ষীৰ

নিয়মীয়া বার্তা, ৮ ডিচেম্বৰঃ এগৰাকী মূকবধিৰ নাবালিকাক সুদীর্ঘ কাল ধৰি যৌন শোষণ চলাই অহা তিনিটা সন্তানৰ পিতৃ এজনক শনিবাৰে বিজয় নগৰ আৰক্ষীয়ে জে’ললৈ প্রেৰণ কৰে৷ দক্ষিণ কামৰূপ জিলাৰ বিজয়নগৰ আৰক্ষী চকীৰ অন্তর্গত ধলিপাৰ গাঁৱৰ ৷ তিনিটা সন্তানৰ পিতৃ…

মহানগৰবাসীৰ বাবে সুখবৰ

নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰঃ মহানগৰীত দৈনিক বৃদ্ধি পোৱা যান-যঁটৰ সমস্যা দূৰ কৰিবৰ বাবে নতুনকৈ নিৰ্মাণ হ'ব দুখন উৰণীয়া সেতু। আজিৰে পৰা আৰম্ভ হ'ব লাষ্টগেট উৰণীয়া সেতুৰ কাম। ১২৭কোটি টকা ব্যয়ৰে নিৰ্মাণ হ'ব  ১৪শ মিটাৰ দৈৰ্ঘ্যৰ উৰণীয়া সেতুখন।…

দুলাল বৰা গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা ৭ ডিচেম্বৰঃ আৰটিআই কৰ্মী দুলাল বৰাক গ্ৰেপ্তাৰ। বিভিন্ন সংবাদ মেলৰ জৰিয়তে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি আহিছিল বৰাই। নাইমুদ্দিন আহমেদ নামৰ লোক এজনৰ এজাহাৰৰ ভিত্তিত হাতী গাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুলাল বৰাক। অভিযোগ মতে…

আজি সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস..প্ৰধানমন্ত্ৰীয়ে জোৱানৰ সাহসক দিলে চেল্যুত

নিয়মীয়া বাৰ্তা ৭ ডিচেম্বৰঃ প্ৰধানমন্ত্ৰীয়ে নৰেন্দ্ৰ মোডীয়ে শনিবাৰে সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস হিচাপে সেনাৰ জোৱান আৰু তেওঁলোকৰ পৰিয়ালৰ লোকৰ সাহসক কৃতজ্ঞতা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে "এই সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস হিচাপে আমাৰ বাহিনী…