নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাৰ চৰাই ধৰক..১০০০ টকা লাভ কৰক

নিয়মীয়া বাৰ্তা ৭ ডিচেম্বৰঃ পাৰ চৰাই শান্তিৰ প্ৰতীক। শান্তিৰ প্ৰতীক হিচাপে পাৰ চৰাইক উৰুৱা হয়। পাৰ চৰাইৰ বাবে কৰবাত অশান্তি হোৱাৰ কথা শুনিছেনে? হয় এইবাৰ পাৰ চৰাইৰ বাবে আতংক বৃদ্ধি পাইছে গুজৰাটৰ বৰোদৰাত। বৰোদৰাৰ বিমান বন্দৰৰ টাৰ্মিনেলত এতিয়া…

উন্নাও কাণ্ডৰ প্ৰতিবাদঃ ৬ বছৰীয়া কন্যাক জ্বলাই দিয়াৰ চেষ্টা মাতৃৰ

নিয়মীয়া বাৰ্তা, ৭ ডিচেম্বৰঃ উন্নাও কাণ্ডৰ ভুক্তভোগী মহিলাগৰাকীৰ মৃত্যুৰ পাচতেই এতিয়া দেশজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়া । ঠায়ে ঠায়ে প্ৰতিবাদ দেখা গৈছে যদিও এইবাৰ এগৰাকী কন্যা সন্তানৰ মাতৃয়ে গ্ৰহণ কৰিলে এক ভয়ংকৰ সিদ্ধান্ত । দেশত বৃদ্ধি পোৱা…

মৃত জন্তুৰ পৰা খাদ্যত ব্যৱহৃত তেল আৰু চাবোন উৎপাদনঃ ছীল হ’ল কাৰখানা

নিয়মীয়া বাৰ্তা, ৭ ডিচেম্বৰঃ বহুদিন ধৰি অঞ্চলটোত এক উৎকট গোন্ধ । স্থানীয় ৰাইজে বিশুদ্ধ বায়ু সেৱনত সন্মুখীন হৈছে বাধাৰ । জীৱকুলৰ শ্বাস-প্ৰশ্বাসত বাধাৰ সৃষ্টি কৰা এই প্ৰদূষিত বায়ুৰ বাবে দায়ী অঞ্চলটোত থকা এটা বৃহৎ কাৰখানা । কাৰখানাৰ ভিতৰত…

নলবাৰীত বিয়াত পিঁয়াজৰ টোপোলা উপহাৰ বন্ধুৰ

নিয়মীয়া বাৰ্তা ৭ ডিচেম্বৰঃ নলবাৰীৰ এখন বিয়াত এটা ব্যতিক্রমী উপহাৰ দিলে এজন যুৱকে৷ অত্যাৱশ্যকীয় সামগ্রী পিঁয়াজৰ ঊর্ধ্বমুখী দামে সর্বসাধাৰণ ৰাইজক জলাকলা খুওৱাৰ সময়তে শুকুৰবাৰে জিলাখনৰ গন্ধিয়াৰ যুৱক ত্রিলোচন শর্মাই তেওঁৰ বন্ধুক পিঁয়াজৰ টোপোলা…

মহানগৰীৰ ক’ত ওলাইছে নাহৰফুটুকী ?

নিয়মীয়া বাৰ্তা, ৭ ডিচেম্বৰঃ জালুকবাৰীৰ AECত পুৱতিনিশা নাহৰফুটুকীৰ আতংক। বাঘৰ আক্ৰমণত আহত চিভিল ইঞ্জিনিয়াৰিঙৰ তৃতীয় ষান্মাসিকৰ দেৱব্ৰত চুতীয়া নামৰ ছাত্ৰজন। সম্প্ৰতি চিৎকিসাধীন অৱস্থাত আছে ছাত্ৰজন। আনহাতে আক্ৰমণ কৰা বাঘটোক স্থানীয় ৰাইজে…

উৎকোচ লৈ জালত APDCLৰ শীৰ্ষ বিষয়া

নিয়মীয়া বাৰ্তা, ৭ ডিচেম্বৰঃ তেজপুৰত উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ APDCLৰ শীৰ্ষ বিষয়া। দিগন্ত গোস্বামী নামৰ এজন ঠিকাদাৰৰ পৰা ৮০ হাজাৰ টকা উৎকোচ লওঁতেই দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে প্ৰকাশ ৰঞ্জন দত্ত নামৰ বিষয়াজনক। মিছন চাৰিআলিৰ এখন…

কেব সম্পৰ্কীয় সংগ্ৰামৰ নামত শৃংখলা সহ্য নকৰোঁ

নিয়মীয়া বাৰ্তা ৭ ডিচেম্বৰঃ নাগৰিকত্ব (সংশোধনী) বিধেয়কবিৰোধী আন্দোলনৰ নামত বৰপেটা জিলাত কোনোধৰণৰ অশান্তি বা বেআইনী কার্যকলাপ সহ্য কৰা নহ’ব বুলি জিলা উপায়ুক্ত মুনীন্দ্র শর্মাই স্পষ্ট কৰি দিছে৷ শুকুৰবাৰে জিলা উপায়ুক্তৰ কার্যালয়ৰ সভাকক্ষত…

মহানগৰীৰ ক’ত হ’ব নতুন ফ্লাই অ’ভাৰ ?

নিয়মীয়া বাৰ্তা, ৭ ডিচেম্বৰঃ মহানগৰীত দৈনিক বৃদ্ধি পোৱা যানযঁটৰ সমস্যা ৰোধ কৰাৰ বাবে নতুনকৈ নিৰ্মাণ হ'ব দুখনকৈ ফ্লাই অ'ভাৰ। মহানগৰীৰ চুপাৰ মাৰ্কেট আৰু মালিগাঁৱত নিৰ্মাণ হ'ব ফ্লাই অ'ভাৰ দুখন। দেওবাৰে চুপাৰ মাৰ্কেটত নতুনকৈ নিৰ্মাণ হ'বলগীয়া এখন…

সম্পদ-সম্ভাৱনাক গুৰুত্ব দিয়াৰ আহ্বান মুখ্যমন্ত্ৰীৰ

নিয়মীয়া বাৰ্তা ৭ ডিচেম্বৰঃ ঐতিহাসিক বড়ো চুক্তিৰ আধাৰত স্থাপিত কেন্দ্রীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান চমুকৈ চিআইটিৰ ১৪ সংখ্যক প্রতিষ্ঠা দিৱসৰ কার্যসূচীত অংশ লৈ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে শিক্ষানুষ্ঠানখনৰ চতুর্থ প্রশাসনিক ভৱনৰ আধাৰশিলা…

মৃত্যুৰ ওচৰত হাৰ মানিলে উন্নাও ধৰ্ষণৰ ভুক্তভোগীয়ে

নিয়মীয়া বাৰ্তা, ৭ ডিচেম্বৰঃ মৃত্যুৰ ওচৰত হাৰ মানিলে আন এগৰাকী নিৰ্ভয়াই । দুদিন পূৰ্বে দিল্লীৰ চফৰজঙ্গ হাস্পতালত ভৰ্তি কৰোৱা পাচত শুকুৰবাৰে নিশা প্ৰায় ১১.৪০ মান বজাত মৃত্যুক আঁকোৱালি লয় উন্নাও ধৰ্ষণকাণ্ডৰ ভুক্তভোগীয়ে । উল্লেখ্য যে, প্ৰায় এটা…