নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষিকর্মৰে স্বাৱলম্বী মাজুলীৰ ফুলনী পঞ্চায়তৰ মণিকা টাইড

নিয়মীয়া বার্তা, ৪ ডিচেম্বৰঃ দ্বীপ জিলাখনৰ প্রায়সংখ্যক গাঁৱতে এতিয়া যুৱকৰ অভাৱ কাৰণ মাজুলীৰ বহুতো উচ্চ শিক্ষিত যুৱক–যুৱতী বহিঃৰাজ্যলৈ ঢাপলি মেলিছে কর্ম সংস্থাপনৰ বাবে ৷ সেই সময়তে উজনি মাজুলীৰ এগৰাকী যুৱতী নিবনুৱাৰ বাবে প্রেৰণাৰ উৎস হৈ পৰিছে…

গহপুৰত বোৱাৰীক হত্যাঃ সহকর্মীৰ হত্যাকাৰীক ফাঁচিৰ দাবী অংগনৱাড়ী কর্মীৰ

নিয়মীয়া বার্তা, ৪ ডিচেম্বৰঃ গহপুৰত সংঘটিত বোৱাৰী হত্যাকাণ্ডক লৈ মঙলবাৰে অংগনৱাড়ী কর্মী–সহায়িকাই তীব্র প্রতিবাদ সাব্যস্ত কৰে ৷ গহপুৰৰ পূব ছয়দুৱাৰ শিশু উন্নয়ন প্রকল্প বিষয়াৰ কার্যালয়ত মঙলবাৰে দিনৰ ১১ বজাত পূব ছয়দুৱাৰৰ অন্তর্গত একাংশ অংগনৱাড়ী…

ৰাজ্যত খালী পদৰ সংখ্যা ৩৬ হাজাৰ

নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰঃ নির্বাচনী প্রতিশ্রুতি অনুসৰি ৰাজ্যৰ নিবনুৱাক কর্মসংস্থাপন প্রদানত চৰকাৰৰ ব্যর্থতাৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম নিবনুৱা সন্থাই ৷ কেন্দ্রীয় সমিতিৰ ভাৰপ্রাপ্ত সভাপতি ধর্মেন্দ্র দেউৰী আৰু সাধাৰণ সম্পাদক জীৱন…

পলকতে আজিৰ দিনটো-

আজি বুধবাৰ অসমীয়া তাৰিখ অনুসৰি ১৭ আঘোণ, ১৯৪১ শক ইংৰাজী তাৰিখ অনুসৰি ৪ ডিচেম্বৰ, ২০১৯ চন আজি নৌসেনা দিৱস ১৯২১ ত কবি-সাহিত্যিক নলিনীধৰ ভট্টাচাৰ্যৰ জন্ম ১৮২৯ ত দেশত সতীদাহ প্ৰথা নিষিদ্ধ ১৯৬৭ ত দেশৰ প্ৰথম ৰকেট ৰোহিণী উৎক্ষেপণ

৯ ডিচেম্বৰত ৰূপকোঁৱৰৰ ‘জোনাকী চিনেমা’ৰ আধাৰশিলা মুখ্যমন্ত্রীৰ

নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰঃ ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাই ১৯৩৭ চনতেই তেজপুৰত নির্মাণ কৰা অসমৰ প্রথমটো চিত্রগৃহ ‘জোনাকী চিনেমা’ পুনৰ নির্মাণৰ পথ প্রশস্ত হৈ পৰিল ৷ ৰাজ্যখনত সম্প্রতি বন্ধ হৈ থকা চলচ্চিত্র গৃহসমূহ পুনৰ নির্মাণৰ লগতে নতুন…

মহানগৰীত অঘটন

নিয়মীয়া বাৰ্তা, ৩ ডিচেম্ৱৰঃ গুৱাহাটী মহানগৰীৰ জতিয়াত অঘটন। বিপদজ্জনকভাৱে পাহাৰ কাটি গাৰ্ডৱাল নিমাণ কৰি থাকোতেই মাটি খহি আবদ্ধ হয় ৪জন বনুৱা। স্থানীয় ৰাইজে জীবন্তে উদ্ধাৰ কৰে আটাইকেইজন লোকক। মহানগৰীত দীৰ্ঘদিন ধৰি চলি আহিছে অবৈধ পাহাৰখনন…

ৰাজ্যসভাত গৃহীত এছ পি জি বিল

নিয়মীয়া বাৰ্তা ৩ ডিচেম্বৰঃ এছ পি জি বিল মঙলবাৰে ৰাজ্যসভাত গৃহীত কৰা হয়। এছ পি জি বিল খনৰ ওপৰত ভোটিং কৰাৰ সময়ত কংগ্ৰেছ দলটোৱে সদনৰ পৰা ৱাক আউট কৰে। এই বিলখনৰ চৰ্চাৰ সময়ত গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে গান্ধী পৰিবাৰক নহয় সমগ্ৰ দেশৰ নাগৰিকক…

এইয়া আত্মসমৰ্পণ নহয়, অগপৰ বাস্তৱবাদী চিন্তাঃ অতুল বৰা

নিয়মীয়া বাৰ্তা, ৩ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যজুৰি প্ৰতিবাদ আৰু বিক্ষোভ অব্যাহত থকাৰ মাজতে এইবাৰ মুখ খুলিছে আঞ্চলিক দল অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই । মঙলবাৰে এক সংবাদমেল সম্বোধন কৰি কেব সন্দৰ্ভত বহুকেইটা গুৰুত্বপূৰ্ণ…

জম্মু-কাশ্মীৰত পুনৰ যুদ্ধবিৰতি উলংঘন পাক সেনাৰ

নিয়মীয়া বাৰ্তা ৩ ডিচেম্বৰঃ জম্মু আৰু কাশ্মীৰৰ পুঞ্চ অঞ্চলত আজি পাকিস্তানী সেনাই পুনৰ যুদ্ধ বিৰতি উলংঘা কৰে। পাকিস্তানী সেনাই ভাৰতৰ কেইবাটাও অঞ্চল শাহপুৰ, কিৰানী আৰু মালতীলৈ লক্ষ্য কৰি গুলীচালনা কৰে। ভাৰতীয় সেনা বাহিনীয়ে ইয়াৰ যোগ্য…

হাতী নহয়, এইবাৰ বনৰীয়া গাহৰিৰ ত্ৰাস

নিয়মীয়া বাৰ্তা, ৩ ডিচেম্বৰঃ হাতী-মানুহৰ সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে এইবাৰ নুমলীগড়ত বনৰীয়া গাহৰিৰ আক্ৰমণত আহত ৫জনকৈ লোক। আহতসকলৰ দুজনৰ অৱস্থা সংকটজনক। গাহৰিৰ আক্ৰমণত গুৰুতৰভাৱে আহত কৰিম আলী, কমিৰ আলী, চবজান বেগম, ভাইটি কুৰ্মী আৰু গকুল…