অসম পলকতে আজিৰ দিনটো- By নিয়মীয়া বাৰ্তা On Dec 4, 2019 Share আজি বুধবাৰ অসমীয়া তাৰিখ অনুসৰি ১৭ আঘোণ, ১৯৪১ শক ইংৰাজী তাৰিখ অনুসৰি ৪ ডিচেম্বৰ, ২০১৯ চন আজি নৌসেনা দিৱস ১৯২১ ত কবি-সাহিত্যিক নলিনীধৰ ভট্টাচাৰ্যৰ জন্ম ১৮২৯ ত দেশত সতীদাহ প্ৰথা নিষিদ্ধ ১৯৬৭ ত দেশৰ প্ৰথম ৰকেট ৰোহিণী উৎক্ষেপণ Featured Share