নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিবা-নৈশ টেষ্টে নতুন যুগৰ সূচনা কৰিবঃ অশ্বিন

নিয়মীয়া বাৰ্তা ২০ নৱেম্বৰঃ টীম ইণ্ডিয়া আৰু বাংলাদেশৰ মাজত ইডেন গাৰ্ডেনত শুকুৰবাৰৰ পৰা আৰম্ভ হবলগীয়া ঐতিহাসিক দিবা-নৈশ টেষ্ট খনৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই আছে দেশবাসীয়ে। গুলপীয়া বলৰ এই টেষ্টখন সন্দৰ্ভত টীম ইণ্ডিয়াৰ তাৰকা স্পীনাৰ ৰবিচন্দ্ৰন…

ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ৰ নিৰ্মাণকাৰ্য আৰম্ভ; ক’ত হ’ব নতুন কাৰ্যালয়টো !

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰঃ বুধবাৰে স্থাপন কৰা হ'ল ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ৰ নিৰ্মাণকাৰ্যৰ আধাৰশিলা । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বুধবাৰে গুৱাহাটীৰ বশিষ্ঠত ৰাজ্যিক বিজেপিৰ এই বিলাসী আৰু ব্যয়বহুল নতুন মুখ্য কাৰ্যালয় নিৰ্মাণৰ কামৰ…

ভোটবেংকৰ স্বাৰ্থত কংগ্ৰেছে জীয়াই ৰাখিব খোজে সমস্যাঃ অমিত শ্বাহ

ডিজিটেল ডেস্ক, ২১ নৱেম্বৰঃ আগন্তুক ৩০ নৱেম্বৰৰ পৰা ৫ টাকৈ পৰ্যায়ত অনুষ্ঠিত হ'বলগা ৮১ খন আসনৰ ঝাৰখণ্ড বিধানসভা নিৰ্বাচনক লৈ এতিয়া তুংগত উঠিছে দেশৰ ৰাজনীতি । বৃহস্পতিবাৰৰ পৰা হাইপ্ৰফাইল নেতাৰ জনসভা আৰম্ভ হৈছে ঝাৰখণ্ডত । বৃহস্পতিবাৰে শাসকীয়…

ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ৰ নিৰ্মাণকাৰ্য আৰম্ভ; ক’ত হ’ব নতুন ঠিকনা !

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰঃ বুধবাৰে স্থাপন কৰা হ'ল ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ৰ নিৰ্মাণকাৰ্যৰ আধাৰশিলা । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বুধবাৰে গুৱাহাটীৰ বশিষ্ঠত ৰাজ্যিক বিজেপিৰ এই বিলাসী আৰু ব্যয়বহুল নতুন মুখ্য কাৰ্যালয় নিৰ্মাণ়ৰ কামৰ…

শুক্ৰচাৰ্য ৰাভাৰ ‘বাদুংদুপ্পা’ কলাকেন্দ্ৰত মুখ্যমন্ত্ৰী সোণোৱাল

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰঃ বুধবাৰে প্ৰয়াত শিল্পী শুক্ৰাচাৰ্য ৰাভাই প্ৰতিষ্ঠা কৰা বাদুংদুপ্পা কলাকেন্দ্ৰ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। গোৱালপাৰাৰ ৰামপুৰত অৱস্থিত কলাকেন্দ্ৰটোত উপস্থিত হৈ মুখ্য়মন্ত্ৰীগৰাকীয়ে শিল্পীসকলৰ সৈতে…

পেটাৰ ভাৰত শাখাৰ ‘পাৰ্ছন অৱ দ্য ইয়েৰ’ সন্মান বিৰাট কোহলিলৈ

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰঃ ক্ৰিকেটৰ যুঁজত অনবদ্য প্ৰদৰ্শনৰ বাবে নহয়, প্ৰাণীৰ অধিকাৰৰ হকে চলোৱা অভিযানত অংশ লোৱাৰ বাবে এক সন্মান লাভ কৰিলে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলিয়ে । সম্প্ৰতি বিশ্ব ক্ৰিকেটৰ অন্যতম শ্ৰেষ্ঠ বেটছমেন বিৰাট…

২৭ নৱেম্বৰত উৎক্ষেপন কাৰ্টছেট-৩ ছেটেলাইট

নিয়মীয়া বাৰ্তা ২১ নৱেম্বৰঃ ভাৰতীয় মহাকাশ বিজ্ঞান কেন্দ্ৰ ইছৰ'ই সেনাৰ সহায়ৰ বাবে ২৫ নৱেম্বৰ কাৰ্টছেট-৩ ছেটেলাইট উৎক্ষেপন কৰাৰ কথা ঘোষণা কৰিছিল। যদিও এতিয়া ইছৰ'ই ২৫ নৱেম্বৰৰ পৰিৰ্ৱতে ২৭ নৱেম্বৰত উৎক্ষেপন কৰিব। অহা ২৭ নৱেম্বৰৰ পুৱা ৯.২৮ বজাত…

অসমত নতুনকৈ হ’ব লগা NRCৰ বিৰোধিতা কংগ্ৰেছৰ

নিয়মীয়া বাৰ্তা,২১ নৱেম্বৰঃ বুধবাৰে ৰাজ্যসভাত গৃহমন্ত্ৰী অমিত শ্বাহে পুনৰ এন আৰ চিৰ প্ৰসংগ উত্থাপন কৰাৰ পাচতেই সৃষ্টি হৈ ক্ৰিয়া-প্ৰতিক্ৰিয়া । ভিন্ন দল-সংগঠনে এই নতুন প্ৰক্ৰিয়াক আদৰণি জনোৱাৰ লগতে কংগ্ৰেছ সম্পূৰ্ণ বিৰোধিতা কৰিছে অসমত পুনৰ এন…

অষ্টম শ্ৰেণীৰ ছাত্ৰৰ বিশেষ সফলতা

দৰং, ২১ নবেম্বৰঃ দৰঙৰ এজন ছাত্ৰৰ বিশেষ সফলতা। ছাত্ৰজনে উদ্ভাবন কৰিছে এটা নাৰিকল ৰোকা যন্ত্ৰ। দৰঙৰ আগশাৰী শিক্ষানুষ্ঠান নগাঁও আঞ্চলিক হাইস্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ মনজিত কলিতাই উদ্ভাৱন কৰিছে এই যন্ত্ৰবিধ। মূলতঃ পেলনীয়া সামগ্ৰীৰে সাজি উলিওৱা…

কলকাতাঃ সম্পূৰ্ণ গুলপীয়া হ’ল টাটা চেণ্টাৰ

কলকাতা ২১ নৱেম্বৰঃ ভাৰত আৰু বাংলাদেশ মাজত বুধবাৰে অনুষ্ঠিত হ'ব লগা ঐতিহাসিক দিবা-নৈশ টেষ্ট খনক স্মৰণীয় কৰিবলৈ টাটা চেন্টাৰক সম্পূৰ্ণৰূপে গুলপীয়া ৰঙৰে উপচাই পেলাইছে। মনকৰিবলগীয়া সাধাৰণতে টেষ্ট ক্ৰিকেট ৰঙা ৰঙৰ বলেৰে খেলা হয় কিন্তু এইবাৰ…