নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্ৰীকছ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ব্ৰাজিললৈ ৰাওনা প্ৰধানমন্ত্ৰী মোডী

নিউজ ডেস্ক, 12 নৱেম্বৰঃ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দুদনীয়া কাৰ্যসূচীৰে ১১ সংখ্যক ব্ৰীকছ সন্মিলনত অংশ গ্ৰহণ কৰিবলৈ ব্ৰাজিলৈ ৰাওনা হৈছে। ব্ৰীকছ শিখৰ সন্মিলন ১৩-১৪ নৱেম্বৰলৈকে ব্ৰাজিলত আয়োজন কৰা হৈছে । এইবাৰ ব্ৰীকছ সন্মিলনৰ মুখ্য বিষয় হৈছে…

চিৰাঙত সেনা-আৰক্ষীৰ যৌথ অভিযানত ৩ উগ্ৰপন্থী গ্ৰেপ্তাৰ

চিৰাং, ১২ নৱেম্বৰঃ মঙলবাৰে চিৰাঙৰ ৰুণিখাটা আৰক্ষী চকীৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলত সেনা, কোব্ৰা আৰু আৰক্ষীয়ে এক যুটীয়া অভিযান চলায় । এই অভিযান কালত মাৰণাস্ত্ৰসহ ৩ জনকৈ এন ডি এফ বি (সং) ৰ সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । সেনাৰ…

নশ্বৰদেহ হৈ অসমলৈ উভতিল প্ৰাচী

নিউজডেস্ক, ১২ নৱেম্বৰঃ মঙলবাৰে অসমলৈ অনা হ'ল মুম্বাইত ৰহস্যজনক ভাৱে মৃত্যু হোৱা গুৱাহাটীৰ মেধাৱী ছাত্ৰীৰ মৃতদেহ দেওবাৰে ৰহস্যজনকভাৱে মৃত্যু হৈছিল প্ৰাচী কাশ্যপ নামৰ ছাত্ৰীগৰাকীৰ বান্দ্ৰাস্থিত ফ্লেটত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছিল ১৯…

LOC ত ১.৩ লাখ পাক সেনা মোতায়েন

নিউজডেস্ক, ১১ নৱেম্বৰঃ জন্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত পাকিস্তানে ক্ৰমান্বয়ে বৃদ্ধি কৰি আহিছে সেনাৰ মোতায়েন । যোৱা ৫ আগষ্টত ভাৰতে ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ পাছৰে পৰা চুবুৰীয়া দেশখনে সীমান্তত যুদ্ধংদেহি অৱস্থান গ্ৰহণ কৰিছে । ইপিনে…

অসুস্থ ভাৰত ৰত্ন লতা মংগেশকাৰ

ৰাষ্ট্ৰীয়ঃ অসুস্থ হৈ পৰিছে কোকিল কণ্ঠী গায়িকা লতা মংগেশকাৰ। শ্ৱাস-প্ৰশ্ৱাসজনিত কাৰণত স্ৱাস্থ্যৰ অৱনতি ঘটাত সোমবাৰে মুম্ৱাইৰ ৱ্ৰিছ কেণ্ডি হাস্পতালত কৰোৱা হয়। হাস্পতাল কৰ্তৃপক্ষৰ মতে কিংবদন্তি কণ্ঠশিল্পীগৰাকীৰ অৱস্থা সংকটজনক। ২৮ ছেপ্টেম্ৱৰত…

বঙহৰ যুঁজত কংগ্ৰেছ

তিনিবছৰ পূৰ্বে ৰাজ্যখনৰ ৰাজনীতিত দপ্দপাই থকা কংগ্ৰেছ দলত নেতৃত্বকেন্দ্ৰিক সংঘাত তীব্ৰ হৈ উঠা পৰিলক্ষিত হৈছে । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক অপসাৰণ কৰাৰ বাবে দলটোৰ একাংশ নেতা মুকলিকৈ ওলাই আহিছে ।…

ডাম্পাৰ চালকৰ আক্ৰমণৰ বলি সাংবাদিক

আঞ্চলিকঃ আৰক্ষীৰ দুৰ্বলতাৰ সুযোগ লৈ একাংশ মাফিয়া প্ৰকৃতিৰ লোকৰ মাজত বৃদ্ধি পাইছে অপৰাধপ্ৰৱণতা। চামগুৰিৰ উদমাৰীৰ গান্ধী ক্ৰেচাৰৰ কেইজনমান ডাম্পাৰ চালকে আক্ৰমণৰ কৰে বাতৰি সংগ্ৰহৰ বাবে যোৱা দিগন্ত ভূঞা নামৰ এজন সাংবাদিকক। অত্যধিক ডাম্পাৰ…

গুবাহাটী ৰেলৱে ষ্টেচনত গাঞ্জা জব্দ

গুবাহাটীঃ গুবাহাটী ৰেলবে ষ্টেচনত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে প্ৰায় ৪ কেজি গাঞ্জা। নামনিমুবা ৰাজধানী এক্সপ্ৰেছৰ পৰা গাঞ্জাসহ ৰেল আৰক্ষীয়ে আটক কৰে এজন লোকক। ধৃত সৰবৰাহকাৰীটোৰ নাম ডনবক মাউলং । সম্প্ৰতি আৰক্ষীয়ে জেৰা অব্য়াহত ৰাখিছে ধৃত…

“সনাতন হিন্দু ধৰ্ম জীয়াই থকালৈকে ধৰ্মনিৰপেক্ষতা জীয়াই থাকিব”- ডঃ হিমন্ত বিশ্ব শৰ্মা

পাঠশালা, ১২ নৱেম্বৰঃ "ৰাস পূৰ্ণিমাৰ পৱিত্ৰ ক্ষণত আমি মূৰ দোঁৱাই আমাৰ পৰমপিতা কৃষ্ণক আমাৰ জীৱনৰ লগত সংলগ্ন কৰি লোৱাৰ অভিপ্ৰায়েৰে আমি ৰাস পূৰ্ণিমাত অংশগ্ৰহণ কৰিব লাগে ।"- এই মন্তব্য ডঃ হিমন্ত বিশ্ব শৰ্মাৰ । পাঠশালাৰ ভগৱতী ক্ষেত্ৰত শ্ৰীকৃষ্ণৰ…

অসমৰ পৰ্যটনক নতুন ৰূপ দিয়াৰ বাবে আয়োজন কৰা হৈছে পুস্কৰ মহোৎসৱ

গুৱাহাটীঃ দাক্ষিণাত্যৰ পুৰোহিতৰ মন্ত্ৰোচ্চাৰণে মুখৰিত হৈছে লুইতৰ পাৰ। মহানগৰীৰ ভৰলুমুখৰ সোণাৰাম হাইস্কুল খেলপথাৰৰ সমীপত আয়োজিত হৈছে ৱ্ৰহ্মপুত্ৰ পুস্কৰ আৰু সাংস্কৃতিক মহোৎসব। মহোৎসৱত বিত্তমন্ত্ৰী হিমন্ত বিশ্ৱ শৰ্মাই স্নান কৰাৰ লগতে সমগ্ৰ…