নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অবৈধ খননঃ কাহিলিপাৰাত পোত গ’ল ৪ শ্রমিক

মহানগৰ বার্তা, ৪ ডিচেম্বৰঃ বন বিভাগ আৰু জিলা প্রশাসনৰ নির্লিপ্ততাৰ সুযোগ লৈ একাংশ লোকে মহানগৰীৰ বিভিন্ন স্থানত অবৈধভাৱে পাহাৰ খনন অব্যাহত ৰাখিছে৷ বিশেষকৈ চক্র বিষয়াৰ কার্যালয়ত ৰাজহ গাঁও হিচাপে অন্তর্ভুক্ত থকাৰ সুযোগ লৈ একাংশ লোকে অব্যাহত…

দুই প্রধানমন্ত্রীক আদৰিবলৈ ৰঙে–ৰূপে সজাই তোলা হৈছে মহানগৰী

নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰঃ দুজনকৈ প্রধানমন্ত্রীক আদৰিবলৈ আটকধুনীয়াকৈ সজাই–পৰাই তোলা হৈছে গুৱাহাটী মহানগৰীক৷ ১৫ আৰু ১৬ ডিচেম্বৰত হ’ব লগা ইণ্ডো–জাপান বার্ষিক সন্মিলনৰ মাজতে জাপানৰ প্রধানমন্ত্রী শ্বিনজো আবেৰ সৈতে প্রধানমন্ত্রী নৰেন্দ্র মোদী…

কৃষিকর্মৰে স্বাৱলম্বী মাজুলীৰ ফুলনী পঞ্চায়তৰ মণিকা টাইড

নিয়মীয়া বার্তা, ৪ ডিচেম্বৰঃ দ্বীপ জিলাখনৰ প্রায়সংখ্যক গাঁৱতে এতিয়া যুৱকৰ অভাৱ কাৰণ মাজুলীৰ বহুতো উচ্চ শিক্ষিত যুৱক–যুৱতী বহিঃৰাজ্যলৈ ঢাপলি মেলিছে কর্ম সংস্থাপনৰ বাবে ৷ সেই সময়তে উজনি মাজুলীৰ এগৰাকী যুৱতী নিবনুৱাৰ বাবে প্রেৰণাৰ উৎস হৈ পৰিছে…

গহপুৰত বোৱাৰীক হত্যাঃ সহকর্মীৰ হত্যাকাৰীক ফাঁচিৰ দাবী অংগনৱাড়ী কর্মীৰ

নিয়মীয়া বার্তা, ৪ ডিচেম্বৰঃ গহপুৰত সংঘটিত বোৱাৰী হত্যাকাণ্ডক লৈ মঙলবাৰে অংগনৱাড়ী কর্মী–সহায়িকাই তীব্র প্রতিবাদ সাব্যস্ত কৰে ৷ গহপুৰৰ পূব ছয়দুৱাৰ শিশু উন্নয়ন প্রকল্প বিষয়াৰ কার্যালয়ত মঙলবাৰে দিনৰ ১১ বজাত পূব ছয়দুৱাৰৰ অন্তর্গত একাংশ অংগনৱাড়ী…

ৰাজ্যত খালী পদৰ সংখ্যা ৩৬ হাজাৰ

নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰঃ নির্বাচনী প্রতিশ্রুতি অনুসৰি ৰাজ্যৰ নিবনুৱাক কর্মসংস্থাপন প্রদানত চৰকাৰৰ ব্যর্থতাৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম নিবনুৱা সন্থাই ৷ কেন্দ্রীয় সমিতিৰ ভাৰপ্রাপ্ত সভাপতি ধর্মেন্দ্র দেউৰী আৰু সাধাৰণ সম্পাদক জীৱন…

পলকতে আজিৰ দিনটো-

আজি বুধবাৰ অসমীয়া তাৰিখ অনুসৰি ১৭ আঘোণ, ১৯৪১ শক ইংৰাজী তাৰিখ অনুসৰি ৪ ডিচেম্বৰ, ২০১৯ চন আজি নৌসেনা দিৱস ১৯২১ ত কবি-সাহিত্যিক নলিনীধৰ ভট্টাচাৰ্যৰ জন্ম ১৮২৯ ত দেশত সতীদাহ প্ৰথা নিষিদ্ধ ১৯৬৭ ত দেশৰ প্ৰথম ৰকেট ৰোহিণী উৎক্ষেপণ

৯ ডিচেম্বৰত ৰূপকোঁৱৰৰ ‘জোনাকী চিনেমা’ৰ আধাৰশিলা মুখ্যমন্ত্রীৰ

নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰঃ ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাই ১৯৩৭ চনতেই তেজপুৰত নির্মাণ কৰা অসমৰ প্রথমটো চিত্রগৃহ ‘জোনাকী চিনেমা’ পুনৰ নির্মাণৰ পথ প্রশস্ত হৈ পৰিল ৷ ৰাজ্যখনত সম্প্রতি বন্ধ হৈ থকা চলচ্চিত্র গৃহসমূহ পুনৰ নির্মাণৰ লগতে নতুন…

মহানগৰীত অঘটন

নিয়মীয়া বাৰ্তা, ৩ ডিচেম্ৱৰঃ গুৱাহাটী মহানগৰীৰ জতিয়াত অঘটন। বিপদজ্জনকভাৱে পাহাৰ কাটি গাৰ্ডৱাল নিমাণ কৰি থাকোতেই মাটি খহি আবদ্ধ হয় ৪জন বনুৱা। স্থানীয় ৰাইজে জীবন্তে উদ্ধাৰ কৰে আটাইকেইজন লোকক। মহানগৰীত দীৰ্ঘদিন ধৰি চলি আহিছে অবৈধ পাহাৰখনন…

ৰাজ্যসভাত গৃহীত এছ পি জি বিল

নিয়মীয়া বাৰ্তা ৩ ডিচেম্বৰঃ এছ পি জি বিল মঙলবাৰে ৰাজ্যসভাত গৃহীত কৰা হয়। এছ পি জি বিল খনৰ ওপৰত ভোটিং কৰাৰ সময়ত কংগ্ৰেছ দলটোৱে সদনৰ পৰা ৱাক আউট কৰে। এই বিলখনৰ চৰ্চাৰ সময়ত গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে গান্ধী পৰিবাৰক নহয় সমগ্ৰ দেশৰ নাগৰিকক…

এইয়া আত্মসমৰ্পণ নহয়, অগপৰ বাস্তৱবাদী চিন্তাঃ অতুল বৰা

নিয়মীয়া বাৰ্তা, ৩ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যজুৰি প্ৰতিবাদ আৰু বিক্ষোভ অব্যাহত থকাৰ মাজতে এইবাৰ মুখ খুলিছে আঞ্চলিক দল অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই । মঙলবাৰে এক সংবাদমেল সম্বোধন কৰি কেব সন্দৰ্ভত বহুকেইটা গুৰুত্বপূৰ্ণ…