LOC ত ১.৩ লাখ পাক সেনা মোতায়েন
নিউজডেস্ক, ১১ নৱেম্বৰঃ জন্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত পাকিস্তানে ক্ৰমান্বয়ে বৃদ্ধি কৰি আহিছে সেনাৰ মোতায়েন । যোৱা ৫ আগষ্টত ভাৰতে ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ পাছৰে পৰা চুবুৰীয়া দেশখনে সীমান্তত যুদ্ধংদেহি অৱস্থান গ্ৰহণ কৰিছে । ইপিনে…