নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাতী নহয়, এইবাৰ বনৰীয়া গাহৰিৰ ত্ৰাস

নিয়মীয়া বাৰ্তা, ৩ ডিচেম্বৰঃ হাতী-মানুহৰ সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে এইবাৰ নুমলীগড়ত বনৰীয়া গাহৰিৰ আক্ৰমণত আহত ৫জনকৈ লোক। আহতসকলৰ দুজনৰ অৱস্থা সংকটজনক। গাহৰিৰ আক্ৰমণত গুৰুতৰভাৱে আহত কৰিম আলী, কমিৰ আলী, চবজান বেগম, ভাইটি কুৰ্মী আৰু গকুল…

৯৭২ খেলুৱৈৰ আইপিএলৰ নিলামত অংশগ্ৰহণ কৰাৰ ইচ্ছা

নিয়মীয়া বাৰ্তা ৩ ডিচেম্বৰঃ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২০ ছিজনৰ বাবে ক্ৰিকেটাৰ সকলৰ নিলাম চলিতে মাহতে অনুষ্ঠিত হব। ক্ৰিকেট খেলা দেশসমূহৰ খেলুৱৈ সকেল লীগৰ বাবে আবেদন কৰিছে। পেট কামিন্স, ডেল ষ্টেইন, মেক্সৱেল দৰে খেলুৱৈৱে নিজৰ নূন্য়তম মূল্য ২…

চিলাপথাৰ, গৌৰীপুৰ নহয় এইবাৰ বিলাসীপাৰা

নিয়মীয়া বাৰ্তা, ৩ ডিচেম্বৰঃ পুনৰ অসমীয়াৰ স্বাভিমানত আঘাত হানি দুৰ্বৃত্তই লণ্ড-ভণ্ড কৰিলে বিলাসীপাৰাৰ আছুৰ কাৰ্যালয়। লগতে অসমীয়াৰ অহংকাৰ ভূপেন হাজৰিকা, বিষ্ণু ৰাভাৰ আলোকচিত্ৰ ফালি, চকী-মেজ ভাঙি নিশা তাণ্ডৱ চলাই দুৰ্বত্তই। CABৰ বিৰোধিতা কৰাৰ…

ধৰ্ষণকাৰীক ফ্ৰাইড ৰাইছ্ আৰু ছাগলীৰ মঙহেৰে আপ্যায়নঃ তেলেংগানাত প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ৩ ডিচেম্বৰঃ হায়দৰাবাদৰ গণধৰ্ষণ কাণ্ডৰ পাচতেই সমগ্ৰ দেশতে অব্যাহত আছে প্ৰতিবাদ । এই ধৰ্ষণ কাণ্ডৰে জড়িত চাৰি অপৰাধীৰ ফাঁচীৰ দাবীত এতিয়া তেলেংগানাৰ লগতে প্ৰতিবাদমুখৰ হৈ পৰিছে সমগ্ৰ দেশ । অৱশ্যে এই প্ৰতিবাদ আৰু আন্দোলনৰ মাজতে…

ছ্যুটকেছৰ ভিতৰত মানুহৰ ছিন্ন-বিচ্ছিন্ন অংগ উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ৩ ডিচেম্বৰঃ সোমবাৰে নিশা মুম্বাই মহিম সমুদ্ৰ তীৰত উদ্ধাৰ হ'ল এটা ছ্যুটকেছৰ ভিতৰত অচিনাক্ত লোকৰ ছিন্ন-বিচ্ছিন্ন অংগ । উল্লেখ্য যে ক'লা ৰঙৰ ছ্যুটকেছটো প্ৰথমে মাছমৰীয়া কেইজনমানে সমুদ্ৰত উটি ভাহি থকা প্ৰত্যক্ষ কৰিছিল । পাছত…

নিৰ্বল আপুনি দাদা….এটা পৰিয়ালৰ মহিলাৰ কাৰণে থিয় হৈছেঃ পুনম মহাজন

নিয়মীয়া বাৰ্তা ৩ ডিচেম্বৰঃ সোমবাৰে কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণক নিৰ্বলা বুলি কটাক্ষ কৰিছিল। যাৰ পৰিপেক্ষিতত মঙলবাৰে লোকসভাত যথেষ্ট উত্তপ্ত হৈ পৰে। আজি বিজেপিৰ সাংসদ পুনম মহাজনে অধীৰ ৰঞ্জন চৌধুৰীক আক্ৰমণ…

লোকসভাত পিঁয়াজক লৈ উত্তপ্ত

নিয়মীয়া বাৰ্তা ৩ ডিচেম্বৰঃ পিঁয়াজৰ বৰ্ধিত মূল্যক লৈ উত্তপ্ত লোকসভা। আজি লোকসভাত পিঁয়াজৰ মূল্যক লৈ বিৰোধীপক্ষই শাসক পক্ষক তীব্ৰ আক্ৰমণ কৰে। লোকসভাত কংগ্ৰেছ সাংসদ অধীৰ ৰঞ্জীৰ চৌধুৰীয়ে কয় যে বজাৰত জুই লাগিছে মহাশয়। প্ৰতিটো খাদ্য সামগ্ৰীৰ মূল্য…

বিক্ৰম লেণ্ডাৰৰ ধ্বংসাৱশেষৰ সম্ভেদ পালে নাছাই

নিয়মীয়া বাৰ্তা, ৩ ডিচেম্বৰঃ মঙলবাৰে নাছাই সন্ধান উলিয়ালে ভাৰতৰ চন্দ্ৰযান–২ৰ লেণ্ডাৰ বিক্ৰমৰ। লুণাৰ ৰিকনেইছেন্স অৰ্বিটাৰে চন্দ্ৰপৃষ্ঠত সন্ধানহীন চন্দ্ৰযান–২ৰ লেণ্ডাৰ বিক্ৰমৰ ধ্বংসাৱশেষৰ ফটো প্ৰেৰণ কৰিছে নাছালৈ। টুইটাৰযোগে এই ফটো প্ৰকাশ কৰিছে…

কোনো যুক্তিতে ভূমিপুত্ৰ-খিলঞ্জীয়াসকল শংকিত হ’ব নালাগেঃ সোণোৱাল

নিয়মীয়া বাৰ্তা, ৩ ডিচেম্বৰঃ চলিত শীতকালীন অধিৱেশনতে সংসদত কেন্দ্ৰই কেব উত্থাপন কৰাটো নিশ্চিত হোৱাৰ লগে লগে সমগ্ৰ ৰাজ্য প্ৰতিবাদত উত্তাল হৈ পৰাৰ মাজতে প্ৰথমবাৰলৈ মুখ খুলিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । ডিব্ৰুগড়স্থিত নিজ গৃহত আছুৰ…

যিটো বস্তু বেয়া সেইটো আমি বাধা দিব লাগিব, কি বস্তুত বাধা দিব জুবিনে?

নিয়মীয়া বাৰ্তা, ৩ ডিচেম্বৰঃ CABৰ বিৰুদ্ধে পুনৰ গৰজি উঠিল জুবিন গাৰ্গ। CABৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিব জুবিনে। বিভিন্ন দল-সংগঠন শিল্পী সমাজৰ সহযোগত ৰাজপথত জুবিনে চলাব প্ৰতিবাদ। তেজপুৰৰ তেলেৰীয়াত সাংবাদিকক জনালে জুবিন গাৰ্গে। আমি সকলো…