নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢেকীয়াজুলিত ৰহস্যজনক গুলীচালনাৰ ঘটনা

ঢেকীয়াজুলিঃ বাণিজ্যনগৰী ঢেকীয়াজুলিত আজি সংঘটিত হয় এক ৰহস্যজনক গুলীচালনাৰ ঘটনা। ধীৰেণ ভূয়ৰ নামৰ লোকজনলৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলী। এখন নম্বৰপ্লেট বিহীন বাইকত আহিছিল দুৰ্বৃত্তৰ দলটো। ঘটনাস্থলীত আৰক্ষীয়ে উদ্ধাৰ কৰে ৪জাঁই খালী কাৰ্টিজ।…

১৭ নৱেম্বৰত ভাৰত ভ্ৰমণলৈ ভূটানৰ বৈদেশিক মন্ত্ৰী

নিউজ ডেস্ক ১৬ নৱেম্বৰঃ ভূটানৰ বিদেশ মন্ত্ৰী তন্দী দৰজী অহা ১৭ নৱেম্বৰত ৫ দিনীয়া কাৰ্যসূচীৰে ভাৰত ভ্ৰমণলৈ আহিব। বিদেশ মন্ত্ৰালয়ৰ পৰা এক বিবৃত্তিক প্ৰকাশ যে ভূটানৰ বিদেশ মন্ত্ৰী দেওবাৰে পুৱা দিল্লীত উপস্থিত হ'ব আৰু বৈদেশিক সচিব বিজয় গোখলৰ লগত…

প্ৰসংগঃ দিল্লীৰ বায়ু প্ৰদূষণ, কেন্দ্ৰক ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

দিল্লীঃ দিল্লীৰ বায়ু প্ৰদূষণ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক ককৰ্থনা কৰি এসপ্তাহৰ ভিতৰত প্ৰদূষণমুক্ত কৰাৰ নিশ্চিত উত্তৰ দিবলৈ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ৰ অৰুণ মিশ্ৰ আৰু দীপক গুপ্তাৰ বিচাৰপীঠে দিল্লী চৰকাৰে প্ৰদূষণমুক্ত কৰিবলৈ…

অনুশীলনলৈ ধোনী

নিউজ ডেস্ক ১৬ নৱেম্বৰঃ বিশ্বকাপৰ ছেমিফাইনেলত পৰাজিত হোৱাৰ পিছৰে পৰা খেলপথাৰৰ পৰা আঁতৰি থকা টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে শুকুৰবাৰে অনুশীলনলৈ উভতে। গৃহ চহৰ ৰাঁচীৰ ঝাৰখণ্ড ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামত তেওঁ দীৰ্ঘ সময় ধৰি নেট…

জুনিয়ৰ ক্ৰিকেটতো সম্পূৰ্ণৰূপে ব্যৰ্থ অসম

গুৱাহাটী ১৬ নৱেম্বৰঃ অসম ক্ৰিকেটৰ বাবে শুকুৰবাৰৰ দিনটো যেন আছিল কেৱল ব্য়ৰ্থতাৰ দিন। মুস্তাক আলী টি-২০ ত অসমৰ ছিনিয়ৰ দলটো পণ্ডিচেৰীৰ সন্মুখত পৰাস্ত হোৱাৰ সমান্তৰালকৈ ২৩ বছৰ অনূধৰ্ব পুৰুষ-মহিলা দল দুটায়ো শোচনীয় পৰাজয়ৰ সন্মুখীন হয়। কটকত চলি…

সাংবাদিকতাৰ প্ৰকৃত মূল্যবোধ হ্ৰাস পাইছেঃ ভেংকায়া নাইডু

নিউজ ডেস্ক,১৬ নৱেম্বৰঃ উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুয়ে শনিবাৰে দিল্লীৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনাই সংবাদমাধ্যম সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে । টিভি চেনেল আৰু সংবাদপত্ৰসমূহ কিছুমান ব্যৱসায়িক দল আৰু ৰাজনৈতিক…

বিজেপি-শিৱসেনাৰ গোপন বুজাবুজি!

মুম্ৱাইঃ বহু জল্পনা-কল্পনাৰ অন্ত পেলাই মহাৰাষ্ট্ৰত চৰকাৰ গঠনৰ দিশে বিজেপি-শিৱসেনা! এক বিশেষ সূত্ৰৰ মতে দুই দলৰ শীৰ্ষ নেতা বৈঠকত বাবে সাজু আৰু দেওবাৰে মুম্ৱাইত দুই দলৰ শীৰ্ষনেতাই এখন বৈঠকত মিলিত হ'ৱ। এই বৈঠকত চৰকাৰ গঠনৰ সিদ্ধান্ত লোৱা হ'ব…

দিল্লীত বিদেশী মহিলাৰ মৃতদেহ উদ্ধাৰ

দিল্লীৰ পাহাৰগঞ্জৰ এখন হোটেলত ৪৯ বছৰীয়া বিদেশী মহিলাৰ মৃতদেহ উদ্ধাৰ নিউজিলেণ্ডৰ মহিলাগৰাকীৰ মৃত্যু সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত কি কাৰণত এইগৰাকী বিদেশী মহিলাৰ মৃত্যু হ'ল সেয়া তদন্তৰ পাচতহে পোহৰলৈ আহিব

নুমলীগড় শোধনাগাৰৰ মূখ্যদ্ৱাৰ ভাঙি হাতীৰ উপদ্ৰব

নুমলীগড়ঃ ক্ৰমাৎ ৰাজ্যত বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত। দিনকদিনে বাঢ়ি অহা জনসংখ্য়া আৰু বনাঞ্চল ধ্ৱংসই ইয়াৰ মূল কাৰণ বুলি ক'ব পাৰি। হস্তীদণ্ডীসমূহ বন্ধ কৰি বৃহৎ বৃহৎ অট্টালিকা দেৱাল আদি নিৰ্মাণ কৰাৰ ফলত জনাঞ্চলত হাতীৰ উপদ্ৰব দৈনিক বৃদ্ধি…

গোৱাত ভূ-পতিত মিগ বিমান

নিউজ ডেস্ক ১৬ নৱেম্বৰঃ গোৱাত আজি এখন মিগ যুঁজাৰু-২৯ কে বিমান ভূ-পতিত হয়। প্ৰশিক্ষণৰ বাবে উৰণ সম্পন্ন কৰাৰ সময়ত বিমানখন ভূপতিত হয়। অৱশ্যে বিমানখনৰ দুয়োজন পাইলট সুৰক্ষিত ভাৱে বিমান খনৰ পৰা ওলাই আহিবলৈ সক্ষম হয়। A MiG-29K fighter aircraft…