নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডুবাইত উজলিল গুৱাহাটীৰ মনশ্রী শর্মা

নিয়মীয়া বার্তা, ২৭ নৱেম্বৰঃ অসমবাসীৰ বাবে এটা সুখবৰ ৷ আন্তঃৰাষ্ট্রীয় পর্যায়ত আকৌ এবাৰ উজলি উঠিছে অসমৰ এগৰাকী মহিলা ৷ যোৱা ২৪ নৱেম্বৰত ডুবাইত অনুষ্ঠিত শ্রেষ্ঠ মাতৃ প্রতিযোগিতাত প্রথম স্থান দখল কৰি দেশৰ লগতে ৰাজ্যলৈ সুনাম কঢ়িয়াই আনিছে মনশ্রী…

ভকতিদুৱাৰ বিদ্যালয়ৰ সপ্তম শ্রেণীৰ শিক্ষার্থীৰ আলোচনী ‘ঊষা কিৰণ’ উন্মোচন

নিয়মীয়া বার্তা, ২৮ নৱেম্বৰঃ মাজুলীৰ অন্যতম শিক্ষাৰ বুনিয়াদ স্বৰূপ ভকতিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়খনে জন্মলগ্ণৰে পৰা ছাত্র–ছাত্রীসকলৰ সাহিত্য, সংস্কৃতি, শিক্ষা, খেলা– ধূলাত ছাত্র–ছাত্রীৰ মান বিকাশৰ বাবে বিভিন্ন ধৰণৰ কার্যসূচী ৰূপায়ণ কৰি…

বৰা ছার্ভিচত মহিলাৰ চেইন থপিয়াই আৰক্ষীৰ জালত যুৱক

নিয়মীয়া বার্তা, ২৮ নৱেম্বৰঃ পল্টন বজাৰ থানাৰ অন্তর্গত বৰা ছার্ভিচৰ হৰবালা পথত বুধবাৰে এগৰাকী মহিলাৰ পৰা সোণৰ চেইন থপিয়াই পলাবলৈ চেষ্টা চলোৱা এজন যুৱকক ৰাইজে উত্তম–মধ্যম শোধাই আৰক্ষীক গতাই দিয়ে ৷ প্রত্যক্ষদর্শীয়ে জানিবলৈ দিয়া মতে, এএছ–০১…

চাইকেলেৰে ভাৰত ভ্রমি শিৱসাগৰত উপস্থিত ধর্মেশ্বৰ দাস

নিয়মীয়া বার্তা, ২৮ নৱেম্বৰঃ যি সময়ত অন্য একাংশ যুৱকে নিচাযুক্ত দ্রব্য সেৱন কৰি জীৱন ধ্বংস কৰিছে, তেনে সময়তে আন একাংশ উচ্চশিক্ষিত যুৱকে শ্রীমদ্ভাগৱত–গীতাৰ বাণী প্রচাৰৰ লগতে প্রদূষণ নিয়ন্ত্রণৰ উদ্দেশ্যে বিভিন্ন পন্থা অৱলম্বন কৰা পৰিলক্ষিত…

পিবিএললৈ অসম কন্যা অস্মিতা চলিহা

নিয়মীয়া বাৰ্তা ২৭ নৱেম্বৰঃ অহা বৰ্ষৰ প্ৰিমিয়াৰ বেডমিণ্টন লীগত দেখিবলৈ পোৱা যাব অসমৰ প্ৰচুৰ প্ৰতিভাসম্পন্ন শ্বাটলাৰ অস্মিতা চলিহাক। নতুন দিল্লীত মঙলবাৰে অনুষ্ঠিত ঐশ্বৰ্যশালী বেডমিণ্টন লীগখনৰ নিলাম অনুষ্ঠানত অসমৰ উদীয়মান বাঁওহতীয়া…

কেণ্টিনত সোমাল হাতী

মহানগৰীৰ নাৰেংগীত বন্যহস্তীৰ উপদ্ৰৱ নাৰেংগীৰ আৰ্মী কেণ্টিনত সোমাল হাতী কেণ্টিনৰ আচবাব ভাঙি লণ্ডভণ্ড কৰে হাতীটোয়ে জুই লৈ হাতী খেদাৰ চেষ্টা কেণ্টিন কৰ্মীৰ

আঘাতৰ বাবে টি-২০ শৃংখলাৰ পৰা শিখৰ বাহিৰ

নিয়মীয়া বাৰ্তা ২৭ নৱেম্বৰঃ অহা সপ্তাহৰ পৰা অনুষ্ঠিত হ'ব লগীয়া ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত টি-২০ ক্ৰিকেট শৃংখলাত আঘাতৰ বাবে ভাৰতৰ অপেনাৰ বেটছমেন শিখৰ ধাৱন দলৰ পৰা বাদ পৰিছে। ধৱনে মুস্তাক আলী টুৰ্ণামেণ্ট মহাৰাষ্ট্ৰৰ বিৰুদ্ধে খেলা মেচত আঘাত…

এবছৰত ৯৮০০ বাৰ উৰণত বিলম্ব

নিয়মীয়া বাৰ্তা ২৭ নৱেম্বৰঃ দেশৰ ৰাজহুৱা খণ্ডৰ বিমান প্ৰতিষ্ঠান এয়াৰ ইণ্ডিয়াৰ যোৱাটো বিত্তীয় বৰ্ষত ৯,৮০০ বাৰ উৰণত বিলম্ব হৈছে। এয়াৰ ইণ্ডিয়াত যাত্ৰা কৰা যাত্ৰীসকলৰ জ্ঞাত যে ২০১৮-১৯ ত এয়াৰ ইণ্ডিয়াৰ বিমান ১ ঘণ্টা বা তাতকৈ বেছি বিলম্ব হৈছে। এয়াৰ…

১১ ডিচেম্বৰলৈকে তিহাৰ জেলৰ আলহী পি. চিদাম্বৰম

নিয়মীয়া বাৰ্তা ২৭ নৱেম্বৰঃ সংকতে যেন লগ এৰা নাই প্ৰাক্তন বিত্ত মন্ত্ৰী পি. চিদাম্বৰমৰ । দিল্লীৰ এখন বিশেষ আদালতে ন্যায়িক জিম্মা পুনৰ বৃদ্ধি কৰে চিদাম্বৰমৰ। আই এন এক্স মিডিয়া গোচৰত চিদাম্বৰমক ১১ ডিচেম্বৰলৈকে তিহাৰ জেলতে থাকিব লাগিব।…

অযোধ্যা বিবাদঃ ডিচেম্বৰৰ প্ৰথম সপ্তাহত পুনৰীক্ষণ আবেদন

নিয়মীয়া বাৰ্তা ২৭ নৱেম্বৰঃ অযোধ্যা বিবাদৰ উচ্চতম ন্যায়ালয়ে দিয়া ৰায়দানৰ বিপক্ষে পুনৰ বিচাৰ আবেদন মুছলিম পাৰছনেল ল' ব'ৰ্ডে ডিচেম্বৰ মাহৰ প্ৰথম মাহত দাখিল কৰিব। পাৰছনেল ল' ব'ৰ্ডে টুইটৰ যোগেদি জানিবলৈ দিছে। ব'ৰ্ডৰ সচিবৰ লগতে বিশিষ্ট অধিবক্তা…