অসম ঐতিহাসিক ৰায়ৰ পিছত প্ৰথমবাৰলৈ অসমত ৰঞ্জন গগৈ নিয়মীয়া বাৰ্তা Nov 11, 2019 ঐতিহাসিক ৰায়ৰ পিছত প্ৰথমবাৰলৈ অসমত পদাৰ্পন ৰঞ্জন গগৈৰ । জীৱনৰ দ্বিতীয় ইনিংছৰ বাবে শুভাশিস বিচাৰিলে ৰঞ্জন গগৈয়ে ।
বিশেষ অযোধ্যাৰ ৰাম মন্দিৰ নিয়মীয়া বাৰ্তা Nov 11, 2019 ভাৰতবৰ্ষৰ ইতিহাসত ৰাজনৈতিকভাৱে অতি স্পৰ্শকাতৰ ৰূপে চিহ্নিত অযোধ্যা ভূমি বিবাদ গোচৰৰ শুনানি একেৰাহে ৪০ দিন ধৰি গ্ৰহণ কৰাৰ অন্তত যোৱা ১৬ অক্টোবৰত উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে ৰায় সংৰিত ৰখাৰ পিছৰ ৰা একপ্ৰকাৰ ৰুদ্ধশ্বাস উৎকণ্ঠাৰ সৃষ্টি…
অসম উন্মুক্ত সীমান্তত নাওসহ জব্দ ৭৩টা গৰু নিয়মীয়া বাৰ্তা Nov 11, 2019 দক্ষিণ শালমাৰা,১১ নৱেম্বৰঃ দক্ষিণ শালমাৰা থানাৰ অন্তৰ্গত চৌকিচৰৰ বাংলাদেশ সীমান্তৰ লগতে সুখচৰ থানাৰ অন্তৰ্গত মহামায়া আৰু হাতীৰচৰৰ বাংলাদেশ সীমান্তৰ পৰা বি এছ এফে দুখন যন্ত্ৰচালিত নাওসহ ৭৩ টা চোৰাং গৰু জব্দ কৰে । সোমবাৰে পুৱতি নিশা প্ৰায়…
অসম অংকুৰ ৰঞ্জন ফুকন আৰু মনোৰঞ্জন বড়িলৈ মুনীন বৰকটকী বঁটা নিয়মীয়া বাৰ্তা Nov 11, 2019 নিয়মীয়া বাৰ্তা,১১ নৱেম্বৰঃ মুনীন বৰকটকী ন্যাসে নতুন প্ৰজন্মৰ লেখক সকলক উৎসাহিত কৰাৰ মানসেৰে ১৯৯৫ চনৰ পৰা প্ৰদান কৰি অহা মুনীন বৰকটকী বঁটা চলিত বৰ্ষত আগবঢ়োৱা হৈছে যুৱ কবি অংকুৰ ৰঞ্জন ফুকন আৰু গল্পকাৰ মনোৰঞ্জন বড়িলৈ । সোমবাৰে মুনীন বৰকটকী…
আঞ্চলিক আমগুৰিত মূল্যবৃদ্ধিৰ প্ৰতিবাদ যুৱ-ছাত্ৰৰ নিয়মীয়া বাৰ্তা Nov 11, 2019 নিয়মীয়া বাৰ্তা, আমগুৰি, ১১ নৱেম্বৰঃ অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আমগুৰি আঞ্চলিক সমিতিৰ উদ্যাগত সোমবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰা হয় । যুৱ ছাত্ৰৰ…
মহানগৰ গুৱাহাটীৰ বিভিন্ন স্থানত বিকল ষ্ট্ৰীট লাইট নিয়মীয়া বাৰ্তা Nov 11, 2019 গুবাহাটীঃ নিশা হলেই অন্ধাকাৰত ডুব যায় মহানগৰীৰ বিভিন্ন অঞ্চল। জি এছ ৰোড, চানমাৰী, হেঙেৰাবাৰী, ডাউন টাউনকে ধৰি কামাখ্য়ালৈকে বিভিন্ন স্থানত বিকল হৈ পৰিছে ষ্ট্ৰীট লাইট সমূহ। বিগত কিছুদিন ধৰি লাইটসমূহ জ্ৱলা নাই যদিও খবৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ…
অর্থনীতি দেশজুৰি আৰ্থিক মন্দাৱস্থা, হ্ৰাস বিদ্যুতৰ চাহিদা নিয়মীয়া বাৰ্তা Nov 11, 2019 নিউজডেস্ক, ১১ নৱেম্বৰঃ আৰ্থিক মন্দাৱস্থাৰ পাছত দেশত অভাৱনীয়ভাবে হ্ৰাস পাইছে বিদ্যুতৰ চাহিদা। চৰকাৰী তথ্য়মতে সুদীৰ্ঘ ১২ বছৰৰ ভিতৰত অক্টোবৰ মাহত সবাতোতকৈ নিম্নগামী হৈছে বিদ্য়ুতৰ চাহিদা। দেশজুৰি অক্টোবৰ মাহত হ্ৰাস পাইছে ১৩.২ শতাংশ বিদ্যুতৰ…
আঞ্চলিক মধ্যাহ্ন ভোজন প্ৰসংগঃ চৰাইদেউত দুৰ্নীতিবিৰোধী যুৱ শক্তিৰ এজাহাৰ নিয়মীয়া বাৰ্তা Nov 11, 2019 সোণাৰি, ১১ নৱেম্বৰঃ বেচৰকাৰী প্ৰতিষ্ঠানক চৰকাৰে মধ্যাহ্ন ভোজন যোগান ধৰিবলৈ নিৰ্দেশ দিয়াৰ পাছতে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । তাৰ সমান্তৰালকৈ সোমবাৰে শিক্ষামন্ত্ৰী, শিক্ষা বিভাগৰ আয়ুক্ত আৰু বেচৰকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে দুৰ্নীতি…
অসম ৰামুৱে বশ কৰিলে লাডেনক নিয়মীয়া বাৰ্তা Nov 11, 2019 নিয়মীয়া বাৰ্তা, ১১ নৱেম্বৰঃ গোৱালপাৰাত সন্ত্ৰাস চলোৱা বন্যহস্তী লাডেনক অৱশেষত বশ কৰিবলৈ সক্ষম হ'ল বন বিভাগ । বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত যোৱা অভিযানকাৰী দলে সোমবাৰে উদণ্ড হাতীটোক ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম হয় । দলটোৰ সৈতে যোৱা চিকিৎসকে…
ক্রীড়া-জগত চৈয়দ মুস্তাক আলী টি-২০ ত পৰাস্ত অসম নিয়মীয়া বাৰ্তা Nov 11, 2019 গুৱাহাটী, ১১ নৱেম্বৰঃ চৈয়দ মুস্তাক আলী টি-২০ ক্ৰিকেট প্ৰতিযোগিতাত অসমে সোমবাৰে হাৰিয়ানাৰ বিৰুদ্ধে তীব্ৰ যুঁজ দি পৰাস্ত হয়। মুম্বাইৰ বান্দ্ৰা কাৰলা কমপ্লেক্সত অনুষ্ঠিত গ্ৰুপ পৰ্যায়ৰ মেচখনত হাৰিয়ানাই অন্তিম অ'ভাৰত ৭ উইকেটৰ বিনিময়ত জয়ৰ লক্ষ্যত…