নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেজপুৰৰ হলেশ্বৰত শোকাৱহ দুৰ্ঘটনা

দুৰ্ঘটনাত নিহত এজন লোক

তেজপুৰ, ২৬ নবেম্ৱৰঃ তেজপুৰৰ হলেশ্বৰত শোকাৱহ দুৰ্ঘটনা সংঘটিত হয়। বাইক আৰু ইনভা বাহনৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় এজন লোক। থিতাতে নিহত লোকজনৰ নাম মনজুৰ আলী। পুত্ৰ আৰু ভতিজাকক বিদ্যালয়ৰ পৰা অনাৰ পথত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাত আহত দুই শিশুক ভৰ্তি কৰোৱা হৈছে হাস্পতালত।

 

 

You might also like