নলবাৰীত কয়লা ভৰ্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত
নিয়মীয়া বাৰ্তা,২৫ মাৰ্চ: নলবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লাউদল চ’কত পুৱাই সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা । এই দুৰ্ঘটনাত ট্ৰাকখন সম্পুৰ্ণ ভাৱে উলটি খাই বিধ্বস্ত হৈ যায় । ট্ৰাকখনৰ চালক ইন্তাজ হুছেইনৰ অৱস্থা সংকটজনক । কয়লা ভৰ্তি ট্ৰাকখন মাৰ্ঘেৰিটাৰ পৰা উত্তৰ প্ৰদেশলৈ গৈ আছিল বুলি জানিব পৰা গৈছে ।