নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

APWৰ হৈ ৰাজীৱ ডেকাৰ গোচৰ

নিয়মীয়া বাৰ্তা, ২৮ নবেম্বৰঃ NRCৰ পূৰ্বৰ মুখ্য সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে CBIক গোচৰ দাখিল কৰিলে অসম প্লাবিক ৱৰ্কছে।APWৰ হৈ গোচৰ ৰুজু কৰে ৰাজীৱ ডেকাই। প্ৰতীক হাজেলাই NRCক লৈ দুৰ্নীতি কৰাৰ অভিযোগ APWৰ। NRCৰ বাবে কেন্দ্ৰীয় চৰকাৰে মুকলি কৰা ১৬শ কোটি টকাৰ হিচাপৰ তথ্য CBIক গোচৰ। এই সন্দৰ্ভত APWৰ অধ্যক্ষ অভিজিত শৰ্মাই কয় যে প্ৰতীক হাজেলাৰ বিৰুদ্ধে আৰু কেইবাটাও গোচৰ পৰবৰ্তী সময়ত ৰুজু কৰা হৱ। NRCক লৈ হাজেলাই হেতালি খেলিলে লগতে বহু সন্দেহযুক্ত বিদেশীৰ নাম NRCত সোমোৱাৰ অভিযোগত দেশদ্ৰোহৰ অভিযোগ প্ৰতীক হাজেলাৰ বিৰুদ্ধে।