নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিদ্যুতৰ খুঁটাত খুন্দা যাত্ৰীবাহী বাছৰ

ধূপধৰাত ভয়াৱহ দুৰ্ঘটনা

নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰঃ ধূপধৰাত ভয়াৱহ দুৰ্ঘটনা।নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ বিদ্যুতৰ খুঁটাত খুন্দা যাত্ৰীবাহী আল্ট্ৰা বাহনৰ। দুৰ্ঘটনাত আহত বাছখনৰ বহুকেইজন যাত্ৰী। আহত লোকসকলক ধূপধৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। গুৱাহাটীৰ পৰা ধুবুৰী অভিমুখী আছিল বাছখন।