নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৮ বছৰীয়া কন্যাসহ মাতৃৰ আত্মহত্যা

নিয়মীয়া বাৰ্তা, ১৯ মেঃ বৰপেটা জিলাৰ সৰভোগত মৰ্মান্তিক ঘটনা। সৰভোগৰ দক্ষিণ গণকগাড়ী গাঁৱৰ ওজাপাৰাত ৮ বছৰীয়া কন্য়াসহ মাতৃৰ আত্মহত্যা।

সঞ্জীৱ ঠাকুৰীয়া নামৰ লোকজনৰ পত্নী নমিতা ঠাকুৰীয়াা বৈশ্য় আৰু ৮বছৰীয়া কন্য়া ছায়ামণি ঠাকুৰীয়াৰ বৈশ্যই চিপ লৈ আত্মহত্যা কৰে। এই ঘটনাৰ সময়ত ঘৰত নাছিল স্বামী সঞ্জীৱ ঠাকুৰীয়া। বজাৰলৈ যোৱাৰ সময়তে পত্নী আৰু কন্যাই 

বৰ্তমানলৈ পোহৰলৈ অহা নাই আত্মহত্যাৰ কাৰণ। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ অনুসন্ধান অব্যাহত ৰাখিছে।

You might also like