নিয়মীয়া বাৰ্তা ১৯ মেঃ গুৱাহাটী মহানগৰীৰৰ দুটা অঞ্চলক কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হৈছে। মহানগৰীৰৰ ভৰলুমুখৰ হাৰিয়ানা ভৱন আৰু ভূতনাথৰ এন আৰ পথ কণ্টেইনমেণ্ট জন ঘোষণা কৰিছে প্ৰশাসনে।
ভূতনাথ অঞ্চলৰ দুজন লোকক কোভিডত আক্ৰান্ত হোৱাৰ পিছত কামৰূপ মহানগৰ প্ৰশাসনে এই ঘোষণা কৰে।
জানিব পৰা মতে ভূতনাথৰ কোভিড আক্ৰান্ত দুয়োজনেই মংগু চাহানীৰ সংস্পৰ্শলৈ আহিছিল।
আনহাতে হাৰিয়ানা ভৱনত কোৱাৰেণ্টাইন চেণ্টাৰ কৰা হৈছিল আৰু তাত থকা দুজন কোভিডত আক্ৰান্ত হোৱা বাবে কণ্টেইমেণ্ট জ’ন ঘোষণা কৰিছে প্ৰশাসনে।
Next Post