নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

CABৰ সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ৱ শৰ্মাৰ প্ৰতিক্ৰিয়া

  • শীতকালীন অধিবেশনত দুদিনতে সংসদত গৃহীত হ’ব CAB।
  • CAB আহিব বুলি অমিত শ্ৱাহে গুৱাহাটীতেই ঘোষণা কৰিছিল।
  • পুৰণা খচৰাৰ সৈতে একে নহয় নতুন খচৰা।
  • উত্তৰ-পূৱৰ স্ৱকীয়তা ৰক্ষাৰ প্ৰচেষ্টা কৰা হ’ব।
  • CAB খন মাত্ৰ ৪-৫ লাখৰ লোকৰ মাত্ৰ সমস্যা।
  • এই সমস্যা দূৰ হলেই অসম প্ৰগতিৰ পথত আগবাঢ়িব।