নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজনীত হিন্দু যুৱ ছাত্ৰ পৰিষদৰ শ্বেৰমান আলী আহমেদৰ পুত্তলিকা দাহ

নিয়মীয়া বাৰ্তা, ৪ নৱেম্বৰঃ চিৰাঙৰ বিজনীত হিন্দু যুৱ ছাত্ৰ পৰিষদ, অসমৰ প্ৰতিবাদী কাৰ্যসূচীত কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী আহমেদৰ পুত্তলিকা দাহ কৰা হয়। বিধায়ক শ্বেৰমানৰ “মিঞা মিউজিয়াম ” বিতৰ্কৰ বিৰুদ্ধে বিজনীৰ মাজমজিয়াত এই প্ৰতিবাদ ৰূপায়ণ কৰে । উক্ত প্ৰতিবাদ কাৰ্যসূচীত উপস্থিত থাকে হেমন্ত তালুকদাৰ, কেন্দ্ৰীয় উপ-সভাপতি।নাৰদ ৰায়,সভাপতি, কেন্দ্ৰীয় সাংগঠনিক সম্পাদক প্ৰণয় কুমাৰ বৰ্মন, চিৰাং জিলা কেন্দ্ৰীয় সমিতিৰ সহযোগত চিৰাং জিলা সমিতিৰ উদ্যোগত উক্ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

You might also like