নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাৰ মালিবাৰীত কাঠৰ দলং মেৰামতি ৰাইজৰ

নিয়মীয়া বাৰ্তা, ৬ ছেপ্টেম্বৰঃ নগৰবেৰাৰ মালিবাৰীৰ পৰা ছমৰীয়া সত্ৰলৈ যোৱা একমাত্ৰ এই পথৰ ওপৰত বিধ্বস্ত দলঙত ৰাইজৰ যাতায়াতৰ আহুকাল। নিজেই হাতে-কামে লাগিল গাঁওখনৰ যুৱক আৰু আজি আবেলি প্ৰায় তিনি বজাত কাম সামৰি সাৱ্যস্ত কৰিলে উত্তাল প্ৰতিবাদ। দলংখন মেৰামতি কৰি দিবলৈ সাংসদ-বিধায়কক বাৰম্বাৰ আৱেদন জনায়ো কোনো সুফল নোপোৱাৰ অভিযোগ ৰাইজৰ৷ সেয়ে বিধ্বস্ত দলংখন ৰজাঘৰীয়াৰ দৃষ্টিগোচৰ কৰিবলৈ এইদৰে দলঙৰ ওপৰতে সাব্যস্ত কৰিলে প্ৰতিবাদ।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like