পৰেশ বৰুৱা, এয়াই শেষ সুযোগ
ৰিতুল শইকীয়াৰ মুক্তিয়ে অসমলৈ আশাৰ তৰা কঢ়িয়াই আনিছে৷ জনসাধাৰণৰ মনলৈ লাহে লাহে ধাৰণা এটাৰ সৃষ্টি হ’বলৈ ধৰিছে যে এইবাৰ কিবা এটা হ’ব৷ অৱশ্যে সেই ‘কিবা’ৰ সৈতে স্বাধীন অসম, সর্াবভৌমত্ব আদিৰ হু দূৰ দূৰলৈ কোনো সম্পর্ক নাই৷ সম্পর্ক আছে অন্তহীন ৰক্তপাতৰ সৈতে৷ আলফা নামৰ সমস্যাটোক ৰাজ্যখনৰ পৰা নাইকিয়া কৰি উন্নয়নৰ পথ মসৃণ কৰ্বি লাগে৷ অর্থাৎ আলফাই কোৱা কথা, সমস্যা া দাবীসমূহ নহয়, আলফা নামৰ সমস্যাটোৰ সমাধান হ’ লাগে৷ তাৰ ােব আলোচনাৰ প্রয়োজন৷ এতিয়া সেই পৰিৱেশটোৱেই নতুনকৈ লাহে লাহে গঢ় লৈ উঠিছে৷ অৱশ্যে ইয়াত আলফা (স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ ৰুৱাৰ ৰ বিশেষ ভূমিকা নাই৷ আচল মানুহজন মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ মুখ্যমন্ত্রী হিচাপে কার্যভাৰ হাতত লৈয়েই তেওঁ পৰেশ ৰুৱাক আলোচনাৰ াবে আহ্বান জনায়৷ ইয়াতো নতুনত্ব একো নাই৷ বিগত সময়ছোৱাত মুখ্যমন্ত্রীৰ চকীত হা প্রতিগৰাকী ব্যক্তিয়ে এই আহ্বান জনাই আহিছে৷ কিছুদিনলৈ বিষয়টোক লৈ নাগৰিক সমাজ, সংবাদ মাধ্যম আদিত চর্চা চলে৷ সময়ৰ সোঁত কম দিনৰ ভিতৰতে সেইেবাৰ তল পৰিও যায়৷ সম্ভৱতঃ মুখ্যমন্ত্রী ড০ শর্মাক আচল সুযোগটো দিলে ৰিতুল শইকীয়াৰ মুক্তিৰ প্রসংগটোৱে৷ চতুৰ আৰু দূৰদর্শী ৰাজনীতিক ড০ হিমন্ত বিশ্ব শর্মাই ৰিতুলৰ জৰিয়তে আলফা (স্বাধীন)ক আলোচনাৰ মেজলৈ অনাৰ আশা এটা দেখি বিষয়টোত সক্রিয় হৈ পৰিল৷ তেতিয়াৰে পৰা কথাবোৰ তেওঁ বিচৰা ধৰণে হৈ আেেছ৷ পৰেশ ৰুৱাই বিচৰা মতে নহয়৷ মুখ্যমন্ত্রী ড০ শর্মাই নিজেই অপহূত শইকীয়াৰ ঘৰলৈ গৈ পিতৃ–মাতৃ, পত্নীক সাক্ষাৎ কৰিলে৷ ৰিতুল শইকীয়াক মুক্তি দিয়াৰ বাবে হূদয়স্পর্শী ৰূপত আহ্বান জনোৱাৰ লগতে অপহৰণ কাণ্ডটোৰ জৰিয়তে সংগঠনটোৱে অইল ইণ্ডিয়া, অ’ এন জি চিক লৈ উত্থাপন কৰা প্রশ্ণবোৰৰ ৰাজহুৱাকৈ উত্তৰ দিলে৷ ঘটনাপ্র্বাহত পৰেশ ৰুৱাই তিনি মাহৰ ােব যুদ্ধবিৰতি ঘোষণা কৰিলে৷ ৰিতুল শইকীয়াক মুকলি কৰি দিলে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ওপৰত আস্থা প্রকাশ কৰিলে৷ লাহে লাহে আলোচনাৰ সপক্ষে এটা পৰিৱেশ সৃষ্টি হ’লৈ ধৰিলে৷ অৱশ্যে আলোচনাত হ্বি লি এতিয়াও পৰেশ ৰুৱাৰ তৰফৰ পৰা কোৱা হোৱা নাই৷ মাথোঁ পাকে–প্রকাৰে জাই দিয়া হৈছে৷ মুখ্যমন্ত্রীয়েও কৈছে, আলোচনা মানে দাবী, চর্ত আদিৰ কথা আহ্বি৷ কিমান বিশ্বাস কৰ্বি পাৰি, নোৱাৰি সেইেবাৰ কথাও আছে৷ কিন্তু আলোচনাৰ ােব সৃষ্টি হোৱা পৰিৱেশটো যদি আলফা (স্বাধীন)ৰ এটা ৰণকৌশল হয়, তেন্তে অসমৰ জনসাধাৰণে ভাব্বিলৈ আৰম্ভ কৰ্বি যে পৰেশ ৰুৱাক আৰু সুযোগ দিয়া উচিতনে?
আলফাৰ য়স এতিয়া দুকুৰি তিনি ছৰ৷ এই দীঘলীয়া পৰিক্রমাত সংগঠনটোৱে বিপ্লৱৰ নামত অসমত কি কৰিলে? বিজ্ঞানসন্মত সমাজ্বাদৰ দিশত কেইখোজ আগ্বাঢ়িল সংগঠনটো? স্বাধীনতাৰ দাবীত হাতত অস্ত্র তুলি লোৱা সংগঠনৰ আহ্বানত অসমৰ জনধাসাধাৰণক উদ্বুদ্ধ কৰ্বি পাৰিলেনে? ইয়াৰ পর্যালোচনা হোৱাৰ সময়৷ ওপৰত উল্লিখিত প্রতিটো প্রশ্ণৰে উত্তৰ নিগেটিভ৷ দুকুৰি ছৰীয়া পৰিক্রমাত আহি আহি আলফা নিজেই এটা সমস্যাত পৰিণত হৈছে৷ তথাকথিত সশস্ত্র সংগ্রামখনক কেতিয়াবাই অসমৰ জনগণে নাকচ কৰি থৈছে৷ তেন্তে এনে এখন সংগ্রামক শুদ্ধ লি ক’ পাৰিনে? ১৯৭৯ চনৰে পৰা আলফাই অসমত স্বাধীন অসমৰ সপক্ষে জনজাগৰণ অনাত দুখলগাকৈ থ হৈছে৷ প্রথম অৱস্থাত সিদ্ধার্থ ফুকন ওৰফে সুনীল নাথৰ উত্তেজনাময় ব্বৃিতিয়ে সংগঠনটোৰ প্রতি জাতি আৰু ৰাজ্যখনক ভালপোৱা হু যুৱক–যুৱতীক আকর্ষিত কৰিছিল৷ অসম গণ পৰিষদৰ প্রতাৰণাও আছিল ইয়াৰ এটা কাৰণ৷ অসম আন্দোলনৰ থতাত ক্ষুব্ধ হাজাৰ হাজাৰ যুৱক–যুৱতীয়ে আলফাত যোগ দি এখন নতুন অসমৰ স্বপ্ণ ৰচিছিল৷ সেই সময়ত আলফাই কোৱা হু কথা াস্তৱ যেন লাগিছিল৷ কেন্দ্রৰ মাহীআই দৃষ্টি, চাহপাত–তেল নতুবা প্রাকৃতিক সম্পদেৰে চহকী ৰাজ্যখনৰ পয়ালগা অৱস্থা দেখি অনেকে হাতত অস্ত্র তুলি লৈছিল৷ কর্মসংস্থাপন নাই৷ উন্নয়ন নাই৷ চৌদিশে হতাশজনক পৰিৱেশ৷ কিন্তু তেতিয়াও অসমৰ গৰিষ্ঠসংখ্যক জনসাধাৰণে আলফাৰ স্বাধীন অসমৰ দাবীৰ প্রতি আগ্রহ প্রদর্শন কৰা নাছিল৷ ৰাজ্যখনৰ আর্থিক দুৰৱস্থা, চৰকাৰী অৱহেলা আদিয়ে মনত উমি উমি জ্বলাই ৰখা ক্ষোভৰ কথােবাৰ যেন আলফাই চিঞৰি চিঞৰি কৈছিল৷ সেয়াই আছিল আলফাৰ প্রতি সেই সময়ত আকর্ষণৰ এটা প্রধান কাৰণ৷ তদুপৰি সুৰাপায়ী, দুর্নীতিপৰায়ণ া অসামাজিক লোকক চুলি খুৰাই া অন্যান্য শাস্তি বিহি সৃষ্টি কৰা ৰোমাণ্টিচিমৰ ােবও আলফা হু ডেকা–গাভৰুৰ আকর্ষণৰ কাৰণ হৈ পৰিছিল৷ কিন্তু যেতিয়াই ৰাষ্ট্রযন্ত্রৰ প্রবল প্রত্যাহ্বানৰ সন্মুখীন হ’লৈ আৰম্ভ কৰিলে, সংগঠনটো তাচপাতৰ দৰে খহ্বিলৈ ধৰিলে৷ প্রথমেই আলফাৰ পৰা মধ্যবিত্তৰ পলায়ন ঘটিল৷ অপাৰেচন জৰং, ৰাইন’ৰ পৰা আৰম্ভ কৰি বিগত সময়ছোৱাত হোৱা প্রতিটো বৃহৎ বৃহৎ অভিযানত আলফাৰ বিভাজন ঘট্বিলৈ ধৰিলে৷ এতিয়া আলফা লিলে পৰেশ ৰুৱাৰ নেতৃত্বত মুষ্টিমেয় কেইজনমান সদস্যহে াকী আছে৷
দুকুৰি ছৰীয়া পৰিক্রমাত আলফাই নিজৰ ােব সাগৰ খন্দাৰ বিপৰীতে খালৰ পানীত ালি জাপি নিজৰ ােব মৰুভূমি তৈয়াৰ গঢ়ি ল’লে৷ প্রকৃত বিপ্লৱী সংগঠন এটাৰ ােব এইটো অকল্পনীয়, অভাৱনীয় কথা৷ কিয়নো বিপ্লৱত বিপ্লৱী আৰু জনসাধাৰণৰ সম্পর্ক মাছ আৰু পানীৰ দৰে৷ বিপ্লৱীসকল জনসাধাৰণৰ মাজত থাকে৷ হাবিত কাহে ওলাই নাহেৰ দৰে নহয়৷ অথচ এসময়ত এই পৃষ্ঠভূমি তৈয়াৰ ােব সংগঠনটোৱে হু দ্ধিজীৱী, চিন্তানায়কৰ মুকলি সমর্থন লাভ কৰিছিল৷ কিন্তু কিয় এনে নহ’ল? অসমৰ জনসাধাৰণ ভাৰত্বর্ষ আৰু গণতান্ত্রিক শাসন ৱস্থাৰ প্রতি প্রথমৰ পৰাই আছে অপৰিসীম আস্থা৷ সাংস্কৃতিক–ঐতিহাসিক্ আদি সকলো দিশৰ পৰাই ভাৰতৰ সৈতে এই ভূখণ্ডৰ সম্পর্ক নিবিড৷ ই বিশ্বাস আৰু পৰম্পৰাৰ সৈতে অংগাংগীভাৱে জডিত৷ গতিকে অভিযোগ–আপত্তি থাকিলেও অসমত ৰাষ্ট্রৰ বিৰুদ্ধে বিদ্রোহ–বিপ্লৱ সহজ নাছিল৷ অতি দক্ষ নেতৃত্বই নেতৃত্বই যদি কাহান্বিা জনসাধাৰণক উদ্বুদ্ধ কৰি ইয়াত বিপ্লৱৰ পাতনি মেলে আৰু সার্থক কৰি তোলে, সেইটো সুকীয়া কথা৷ কিন্তু বিপ্লৱ যদি মাথোঁ হত্যা, অপহৰণ, ধন দাবী, ব্বৃিতিটো সীমাবদ্ধ থাকে, তালৈ কোনেও সমর্থন আগন্বঢ়ায়৷ এয়াই াস্তৱ৷ অসমৰ জনসাধাৰণে গুপ্তহত্যা, দুর্নীতি–পশাসনৰ বিৰুদ্ধে আলফাৰ কাষ নাচাপি হিলদল ভাঙিে ভোটকেন্দ্রত ভিৰ কৰে৷ এইখন ৰাজ্যত প্রায় আশী শতাংশই ভোটদান কৰি এটা দল নতুবা মিত্রজোঁটক দ্বিতীয়্বাৰলৈ চৰকাৰ গঠনৰ সুযোগ কৰি দিয়ে৷ ইয়াতেই জিব পাৰি ৰাষ্ট্রযন্ত্রৰ বিৰুদ্ধে চলি থকা তথাকথিত সংগ্রামখনলৈ জনসাধাৰণৰ সমর্থন আৰু আস্থা কিমান৷ আলফাৰ স্বাধীন অসমৰ সংগ্রামখন এবছৰ া পাঁচ ছৰীয়া হোৱাহেঁতেন কথাটো েবলেগ আছিল৷ আজিৰ তাৰিখত ইয়াৰ য়স ৪৩ ছৰ৷ প্রফুল্ল কুমাৰ মহন্ত নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰখনৰ কার্যকালত সংগঠনটোৱে কুৰি ছৰকাল অতিক্রম কৰিছিল৷ এনে দীঘলীয়া পৰিক্রমাত আলফাৰ দৰে সেইেবাৰ তথাকথিত বিপ্লৱী সংগঠনৰহে এনে দুর্গতি হয়, যাৰ বিপ্লৱৰ আঁৰত যুক্তি নহয়, মতল্ব থাকে৷ পৰেশ ৰুৱাই এখন ভুল সংগ্রামৰ নেতৃত্ব দি অসম আৰু অসমীয়াৰ ওচৰত ক্ষমাৰ অযোগ্য অপৰাধ কৰিছে৷ অসমৰ ইতিহাসে তেওঁক কেতিয়াও ক্ষমা নকৰ্বি৷ তেওঁৰ ভুল আহ্বানত ৰাজ্যখনৰ হাজাৰ হাজাৰ পাহোৱাল ডেকা–গাভৰুৰ অকালতে মৃত্যু হ’ল৷ বিপ্লৱৰ নামত নিয়ন্ত্রণহীন অস্ত্রৰ ৱহাৰে হু মানুহক এইখন পৃথিৱীৰ পৰা আঁজুৰি লৈ গ’ল৷ শত্রুৰ নামত মিত্রৰ ওপৰতে চলোৱা অমানৱীয় নির্যাতন৷ সশস্ত্র বিপ্লৱী সংগঠন এটাৰ মূল নীতিটোৱেই হৈছে অস্ত্র চলোৱাৰ আগেয়ে অস্ত্রচালনাৰ মানসিকতাক গঢ় দিয়া হওক৷ কিন্তু বিপ্লৱৰ নামত পাইকাৰী হাৰত লোকক সংগঠনটোত যোগদান কৰোৱাই প্রশিক্ষণৰ নামত কেইদিনমান বিপ্লৱৰ কেইখিলামান পৃষ্ঠা পঢ়ুৱাই পৰেশ ৰুৱাই অসমত এনে এটা াহিনী প্রস্তুত কৰিলে যে তেওঁলোকে যাকে–তাকে হত্যা কৰাটোকেই বিপ্লৱৰ প্রধান কাম লি ধৰি লোৱা হ’ল৷
পৰেশ ৰুৱাৰ ােব এইটো শেষ সুযোগ৷ ইয়াৰ পিছতো যদি আলোচনা প্রক্রিয়াটোক ৰণকৌশল হিচাপে ৱহাৰ কৰি অসমৰ জনসাধাৰণৰ মাজত গঢ় লৈ উঠা পৰিৱেশটোৰ ওপৰত কুঠাৰাঘাত কৰে, ই হ’ পৰেশ ৰুৱাৰ ােব এটা আত্মঘাতী সিদ্ধান্ত৷ বিগত সময়ছোৱাত মাথোঁ ভুলৰ পিছত ভুলহে কৰি যোৱা পৰেশ ৰুৱাই শান্তি আলোচনালৈ আহ্বি লিলে আজিও মানুহৰ মনত আশাৰ চাকি জ্বলি উঠে৷ কিন্তু াৰে াৰে আলোচনাৰ নামত আগুৱাই পিছত মূৰ পোলোকা দিয়াটোকেই যদি একমাত্র নীতি হিচাপে লোৱা হয়, তেওঁলৈ পিঠি দ্বিলৈ অথ্বা বিৰক্তেবাধ কৰ্বিলৈ মানুহৰ েবছি সময় নালাগ্বি৷ পৰেশ ৰুৱাই লগতে এটা কথা মনত ৰাখ্বি লাগে যে অসমৰ জনসাধাৰণে আলফা সমস্যাৰ সমাধান বিচাৰে শান্তিৰ স্বার্থত৷ স্বাধীন অসম প্রাপ্তিৰ ােব াংলাদেশ, ম্যানমাৰ, চীনত হি দূৰদর্শন, ৱ্বে প’র্টেলৰ াতৰিৰ জৰিয়তে নতুবা ৰাজ্যখনৰ র্ন্বিাচিত দ্ধিজীৱী, সমাজকর্মী, ৰাজনৈতিক ক্তিৰ সৈতে সময়ে সময়ে ফোনত কথা পাতি অসমৰ ছবি আঁক্বি বিচৰা পৰেশ ৰুৱাই হয়তো নাজানে, ১৯৭৯–২০০০ ষৰ অসমখন এতিয়া নাই৷ অসমৰ নতুন প্রজন্মই শিক্ষা–দীক্ষালৈ ৰাজ্যখনৰ উন্নয়ন বিচাৰে৷ চাকৰি নাই, হিঃৰাজ্যলৈ গৈ কর্মসংস্থাপন লৈছে৷ আলফালৈ নাযায়৷ আগেয়ে হিন্দী লয়ৰ ৰাজনীতিক গুৰুত্ব দিয়া কংগ্রেছৰ শাসনত অসমে হুক্ষেত্রত প্রাপ্যৰ পৰা ঞ্চিত হৈছিল৷ এতিয়া আৰু সেই দিন নাই৷ অসমেই নহয়, দিল্লীৰ দৃষ্টিত উত্তৰ–পূব এতিয়া গুৰুত্বপূর্ণ অঞ্চল৷ এক্ট ইষ্ট পলিচীয়ে ইয়াৰ গুৰুত্ব অধিক দ্ধি কৰিছে৷ তদুপৰি, অঞ্চলটোৰ বিকাশৰ ােব কেন্দ্রৰ পৰা এই অঞ্চলটোৱে ধন, গুৰুত্ব যথেষ্ট লাভ কৰে৷ তাৰ মাজতো কিছু আপত্তি থাকি যায়৷ তাৰ ােব স্বাধীন অসমৰ প্রয়োজন নাই৷ ৰাজনৈতিকভাৱেই তাৰ মোকাবিলা কৰ্বি পৰা যায়৷ কথােবাৰ আগৰ দৰে হৈ থকা নাই৷ ৰাজ্যখন যদি শুদ্ধ নেতৃত্বৰ হাতত থাকে, বিকাশৰ এটা স্তৰলৈ অসম আগুৱাবলৈ সক্ষম হ’ই৷