পশ্চিমৰ তাহজাকে ডৰুৱাই অনা চমকা–চমক ক’লা মেঘবোৰ য’ত নামেহি সেইখনেই আমাৰ গাঁও৷ ওখ ওখ শিমলু আৰু চনকা চতিয়নাৰ পাত কঁপাই তাহে যেতিয়া সুহুৰি জায়, তেতিয়া মেঘৰ অশ্রু সৰে৷ হুৰহুৰকৈ বৰষুণ পৰে৷ ডাৱৰৰ মাজে মাজে বিজুলী নাচিলে পথাৰত পোহৰৰ জুনুকা বাজে৷ জাক পাতি শালিকা–কাণকুৰিকা াহলৈ ডৰে৷ হলাই হা গলীৰ ঠেং ৰাই পথাৰত পানী হয়৷ ডাঠ হনিত সোমাই আত্মগোপন কৰে৷ ৰষুণ–বিজুলী এৰিলে জেং গাই হৰ আগত হে৷ কিৰীলি পাৰি আকৌ পথাৰলৈ যায়৷ পানীৰে ডপচি চিনাকি পথাৰ অচিনাকি হয়৷ পানী পাই দলঘাঁহ াঢ়ে৷ কোনোবা নাৱৰীয়াই নাও মেলি পথাৰ চায়৷ আেবলি ৰ’দ পিৰিঙালে পূব আকাশত ৰামধেনু ওলায়৷ ধৰণী তিয়াই পথাৰত ৰষুণে াৰিষাৰ প্রথম খোজ ৰাখে৷ চতিয়নাৰ ডাল ভাঙি ৰদৈচিলাই ’হাগৰ নিচান ডৰুৱায়৷ ভঁৰালৰ চতিত ওলমি থকা কঠীয়া টোম নমাই পিতায়ে ধানৰ সঁচ নির্ণয় কৰে৷ খালত খুঁটি পুতি কঠীয়া টোম তিয়ালেই আমি কঠীয়াতলীত হাল াওঁ৷ গাঁৱলৈ াৰিষা আহে৷ ’হাগ, জেঠ আৰু আহাৰ গৈ এদিন হেঁপাহৰ শাওণ আহে৷
শাওণ আহিলে াৰিষা গাভৰু হয়৷ নীলা আকাশ ঢ়াকি শুকুলা মেঘে ইখনৰ পিছত সিখন গাঁও সাজে৷ নিজৰ ঘৰ পাহৰি কৃষকে পথাৰত পাম ঘৰ সাজে৷ আৱেগমধুৰ ষাসিক্ত ৰাতিেবাৰ শাওণৰ কুৰে এটি এটিকে পাৰ হৈ যায়৷ নিশাচৰ পখীৰ মাতত পুৱতি নিশাতে সাৰ পাই হাল ন্বিলৈ সাজু হওঁ৷ ঘৰৰ চালত চিপ্ চিপ্ ৰষুণ৷ পানী পতাত হৰ হৰকৈ পৰে নাওৰাৰ পানী৷ চাকিৰ পোহৰত হালোৱা সাজ পিন্ধি গোহালি পাওঁগৈ৷ জপনা খুলিলেই লধকেইটা গিৰিপ্ গিৰিপকৈ ডঠে৷ সিহঁতৰ টোপনি ভাঙি মনত দুখ পাওঁ৷ সিহঁতেও দুখ পায়৷ তথাপি ডিঙিৰ পঘা খুলিলে সিহঁত চোতাল পায়হি৷ ’ল কজলা লিলেই সিহঁত চাৰিওটাই ৰষুণত গা তিয়াই পথাৰলৈ াট লয়৷ মূৰৰ জাপিত আৰম্ভ হয় ৰষুণৰ গান৷ ককাইদেডৰ মুখত ভাওনাৰ বিলাপ শুনি শুনি পথাৰমুখী লধৰ নিঃশব্দ যাত্রা৷ পদূলিয়ে পদূলিয়ে নঙলা খুলি ইজন সিজনকৈ াটলৈ আহে৷ কাণিমুনি আন্ধাৰতে নালিয়া, কলিয়া, সৰুপোণা আৰু ভুবনহঁতৰ মাত শুনো৷ নিমিষতে াট সলাই লধ পথাৰলৈ নামে৷ নিজৰ পথাৰখন সিহঁতেও চিনি পায়৷ এনে জ্ঞান দেখি সিহঁতলৈ পুতৌ ওপজে৷ মৰমতে সিহঁতক ৰকৈ নোকোবাওঁ৷ মূল াটৰ পৰা পথাৰলৈ নমাৰ কেইবাটাও াট৷ কোনোবা নামে লেজাই তলৰ াটেদি, কোনোবা শিমলু তলেদি, কোনোবা এজাৰ তলেদি আৰু কোনোবা ৰঘুতলৰ াটেদি৷ নিজৰ পথাৰলৈ যেনি চমু হয় তেনিয়েই লধ নামে আৰু পিছে পিছে হালোৱা৷ গছৰ নামেৰেই াট৷ কথাটো ভাবি কুৰ কোনোবাখিনিত সুখ অনুভৱ কৰোঁ৷ শাওণৰ মেঘে ঢ়কা পথাৰ৷ আলি ভাঙি পানী াগৰে কল্ কল্ হৰ্–হৰ্৷ এন্ধাৰত হাল চলে চপ চপ৷ আলি চুকত পোৱালি সাবটি লুকাই থাকে শৰালি–কোঢ়াৰ স্নেহময়ী মাক৷ হালৰ খোজত ছেদেলি–ভেদেলি হোৱা পোৱালি বিচাৰি ধপধপাই ফুৰা শৰালিজনীক সাত্ব্ন্না দ্বিলৈ আমি হাল ৰখাই ৰওঁ৷ মাক–পোৱালি লগ হৈ কেন্বিা যায়গৈ৷ চিঁ চিঁ – টি টি মাতেবাৰ নুশুনা হওঁ৷ লধে আকৌ খোজ লয় চপক–চপক৷ পুৱতি নিশা শাওণৰ পথাৰ৷ ওপৰত কোনোবা দায়িত্বশীল শৰালি এটাই চিৰিৰিক চিৰিককৈ মাতি ডৰি যায়৷ েবাধহয় সিহঁতৰ াপেক৷ শাওণৰ মোহত এন্ধাৰতে এডৰা–দুডৰাকৈ হাল াওঁ৷ যা যা, ঘূৰ ঘূৰ শব্দত শাওণৰ পথাৰ ৰসাল হয়৷ ওঁহো হঁো াঢ়ি যা, চাপি আহ৷ হালোৱা মুখৰ এই কথােবাৰতে ধৰি লওঁ কোনে ক’ত হাল াইছে৷ লাহে লাহে পূেব ধলফাট দিয়ে৷ আঁতৰত কাডৰীৰ কা কা মাত৷ ৰষুণৰ পথাৰখন েবলিয়ে ক্রমে পোহৰাই তোলে৷ পথাৰৰ আলিত গলী–বৰটোকোলাই ভাবি–গুণি হে৷ শালিকা–কাণকুৰিকাৰ পিছে পিছে চ্বুৰি পোৱালিৰ মাত৷ চৰাইৰ মাতত ক্রমে কোলাহল পূর্ণ হয় শাওণৰ এটি পুৱা৷ সঁচাকৈ মোহনীয় াৰিষাৰ পথাৰ৷ েবাকাময় পথাৰৰ আলিত শাৰী শাৰী কঠীয়াৰ আষা৷ ৰোৱনী আহিলেই মুঠি ভৰি েবাকাত শিপা গুঁজি সোমাই পৰ্বি৷ শাওণে সাবটি ল’ এখন দুখনকৈ সঁজাল ধৰা পথাৰ৷
শাওণৰ পথাৰ ৰঙে–ৰূপে ভৰা৷ ৰষুণ এৰিলে মূৰৰ জাপি নমাই থওঁ৷ সোঁ সোঁকৈ তাহ য়৷ আলিৰ জাপি ডৰি গৈ েবাকাত পৰে৷ মেঘৰ ফাঁকে ফাঁকে েবলিয়ে ঠেং মেলি পথাৰত নামে৷ ৰ’দত জিলিকে পানী মকৰা মুখৰ েবলি সূতা৷ েবলি দেখি পানী পৰুৱাই ঘূৰি ঘূৰি নাচে৷ কোমল পাখি শুকালে জিঞা ককাই আহি লধৰ শিঙত হি চেৰেপা ধৰি খায়৷ পথাৰত চেৰেপা খেদ্বিলৈ আইতাই শিকোৱা মন্ত্র এফাকি গাওঁ– ‘জিঞা ককাই এ’ মোক চেৰেপাই খায়, জিঞা ককাই আহিলে চেৰেপা পলাই যায়…৷’ মন্ত্র শুনি আমাৰ মূৰতো জিঞা পৰেহি৷ চেৰেপা পলাই যায়৷ হাতত জুমুঠিৰ ধোঁৱা ডৰুৱাই তাহী পেহীহঁত ভূঁই ৰুবলৈ আহে৷ গাঁও নিজান কৰি সকলো পথাৰলৈ যায়৷ হাল েবাৱা, আলি দিয়া, কঠীয়া তোলা, মৈ দিয়া, ভূঁই ৰোৱা, ঘাঁহ কটা আদি অসংখ্য কাম৷ াৰিষাৰ ােব সকলোৱ ডুলি–পাচি ভৰাই চাডল–জলপান ডলিয়াই থয়৷ ৰ চাঙত আলুগুটি–ৰঙালাও৷ স্তা ভৰাই মাটি মাহ– কলা মাহ ভাগে ভাগে ৰাখে৷ পথাৰত কলমৌ–জিলমিল আৰু পানী খুতৰা শাক৷ গছত ঔটেঙা, কঁঠাল, আম–জামু আৰু লেতেকু –পনিয়ল৷ াৰীত আলু–কচু, ভোল–জিকা আৰু ভাতকেৰেলা৷ পথাৰত মাছ৷ এই সকলোেবাৰ হাততে পোৱাকৈ থাকে৷ এফালে ৰোৱা–তোলা আৰু হালেবাৱা৷ আনফালে ভোগৰ ভোগজৰা৷ মৈ দিয়া হ’লেই পথাৰলৈ নামি আহে জাকে জাকে ৰোৱনী৷ মুখত তামোলৰ সেলেঙী৷ ভাদৈ খুৰীয়ে বোকাত পিক পেলাই বোকা ভাল হৈছেনে নাই পৰীক্ষা কৰে৷ মূৰ দুপিয়ালেই জোঁ– ভাল েবাকা হৈছে৷ কঠীয়া লাই দিলেই মাটিডৰা শুৱনি হয়৷ ভৰ শাওণৰ এখন জীয়া ছবি চকুত জিলিকে৷ সকলোৰে পথাৰত একেই ছবি৷ মূৰ তুলি চোৱাৰ সময় নাই৷ কঁকালত চাদৰ খুঁচি ৰোৱনীয়ে তাহৰ ঢ়াল বিচাৰে৷ তাহে ঢ়ৌৱাই যায় কুমলীয়া কঠীয়াৰ পাত৷ লাহে লাহে েবলি দুপৰ হয়৷ হাল মেলি হালোৱাই জিৰণি ল’লে ৰোৱনীৰ হাতৰ েবগ াঢ়ে৷ শাওণৰ দুপৰীয়ােবাৰ ক্রমে নিজান হয়৷ গলী–শালিকাৰো ভাগৰ লাগে৷ ক’ৰ্বাত জিৰণি ল’লৈ যায়৷ আকাশত কেৱল জিঞাখাতী আৰু তেলটুপি ডৰে৷ তেলটুপিৰ মুখত মাত নাই৷ চিকাৰ হেৰোৱাৰ ভয়ত জিঞাখাতীয়েও নামাতে৷ এটি এটিকৈ জিঞা ধৰি খায়৷ ভূঁই ৰুই ৰোৱনীকো ভাগৰে হেঁচা মাৰি ধৰে৷ ওচৰতে ক’ৰ্বাত দুই এটা ফেচুৰ মাত৷ দুপৰ ভাগিলে সকলো ঘৰলৈ যায়৷ ক্বিা এক অচিন নীৰৱতাই সাবটি ধৰে শাওণৰ পথাৰ৷ চৌদিশে বিয়পি পৰে দুপৰৰ নির্জনতা৷
ককাইদেডতাহঁতে কয়– ‘শাওণ সোণৰ দিন৷ শাওণত দুগোছা নুগুঁজিলে ছৰটো লঘোণে যাব৷ শাওণত পানীলৈ ভয় নকৰিবি৷ শাওণৰ পানী ৰাৱণে খায়৷ এলাহ নকৰি দুই েবলা পথাৰলৈ যাবি, ছৰ জোৰাই খাবি৷’ এইেবাৰ পুৰুষানুক্রমে চলি অহা ঢ়া লোকৰ াণী৷ কথােবাৰ সঁচা, শাওণ সোণৰ দিন৷ শাওণত মূৰৰ ঘাম মাটিত নেপেলালে ভঁৰাল নভৰে৷ আঘোণত সোণালী ধাননিও নেদেখি৷ সেয়ে সকলো দুই েবলা পথাৰলৈ যায়৷ ৰষুণ এৰিলেই পথাৰত পানী শুকায়৷ ৰ’দ আৰু তাহে শাওণৰ পানী ৰাৱণে খোৱাদি খায়৷ আগেবলাৰ পানী পিছেবলালৈ নাথাকে৷ পথাৰৰ আলি ওখকৈ দিয়া হয়৷ পানী ান্ধি জাবৰ ন গেলোৱা হয় আৰু কঠীয়া তোলাও সহজ হয়৷ এইেবাৰ সুবিধা কৰি থ’লে নিশা নিচিন্তে শুব পাৰি৷ আলি দিয়া, কঠীয়া তোলা আৰু কঠীয়া ন্ধা কামেবাৰ আেবলিহে হয়৷ পিছদিনা হাততে সকলো পোৱাকৈ সাজু কৰি থোৱা হয়৷ সেয়ে শাওণৰ আেবলিও পথাৰত কামৰ জোৱাৰ ডঠে৷ হোলোঙাৰে বিন্ধাই কঠীয়া নিয়ে দূৰলৈ৷ গোনাম’হৰ পিঠিত গুৱালে গায় বিহুনাম৷ কিৰীলিত ডফৰি পৰে পুঠি–ডঁৰিকণা৷ ঠুহা–চেপা ভৰি মাছ লাগে৷ তাতে আকৌ জকাই েবাৱা৷ জকাই তিনি ধৰণে ায়৷ চোঁচা জকাই, খেদা জকাই আৰু ভেটা জকাই৷ দলঘাঁহ টানি আনি এবিঘামান মাটি সামৰি ঘূৰণীয়াকৈ ভেটা দি এফালে খুলি ৰখা হয়৷ ভেটাৰ ওপৰত জকাইেবাৰ শাৰী পাতি থৈ ত্তাকাৰে পানী চটিয়াই দূৰৰ পৰা মাছ খেদি আনি খোলা াটেৰে ভেটাত ভৰাই াট ন্ধ কৰি দিয়ে৷ ন্ধ ভেটাত সোমাই মাছৰ মৰণ কাতৰ জাঁপ৷ জাকৈয়া ছোৱালীয়ে কিৰীলি পাৰি ভেটা জকাই মাৰে৷ কঁকালৰ খালৈ ভৰিলে গধূলি ঘৰলৈ ঘূৰে৷
শাওণ মানেই ৰষা ঋতু৷ ৰষাৰ গধূলিেবাৰো এক বিশেষ আমেজে ভৰা৷ ৰষুণত েবাকাময় াট৷ তথাপি ইঘৰ–সিঘৰ ফুৰি মনৰ কথা পাতে ঘৰৰ কথা পাতে৷ চ’ৰা ঘৰত হি ৰামায়ণ–পুৰাণ পঢ়ে৷ তমানৰ পৰিস্থিতিৰ লগত ৰামায়ণ–পুৰাণৰ কাহিনী তুলনা কৰি চায়৷ ধর্ম–কর্ম এৰ্বি নাপায়৷ কি কি কামত পাপ আৰু কি কি কামত পুণ্য অর্জন কৰ্বি পাৰি এই বিষয়ে সকলোৱে আলোচনা কৰে৷ ঋষজ াহ্মণে পুণ্য কর্ম কৰি পৰিয়াল পোহপাল দিয়ে৷ একো নোপোৱাৰ দিনা লঘোনে থাকে৷ কোনোবা এফাকি পদত ডল্লেখ আছে– েবালে অন্যায়ৰ আশ্রয় লৈ পেট প্রৱর্তাব নাপায়৷ সকলোৱে মূৰ দুপিয়ায়৷ পুথি পঢ়াৰ মাজতে চাহ–জলপান খাই দেহৰ অলসতা দূৰ কৰে৷ পুথি পঢ়াৰ এটি শুৱলা সুৰ আছে– শুৱলা লহৰ আছে৷ সেই সুৰ আৰু লহৰ শুনি দুই এজনৰ টোপনি ধৰে৷ তাকে দেখি পাঠেক সুখমল দদাইদেৱে কয়– ‘কি কৰোঁ হয়নে শিশুৰাম৷ সামৰি দিয়াই ভাল হ’ নেকি …৷’ ৰূপেশ্বৰে টপৰাই মাত দিয়ে– হয় কাইটি, দোহাৰি দিয়া৷ দিনৰ দিনটো কাম কৰি, লৰি ঢ়াপৰি মানুহেবাৰৰ ভাগৰ লাগে৷ টোপনিয়ে হেঁচা মাৰি ধৰে৷ এটা সময়ত ৰামায়ণ দোহাৰি সকলো ঘৰাঘৰি যায়গৈ৷ ষা কালত দুমাহ দিন আমাৰো সুকল ন্ধ থাকে৷ পীৰাত হি আমিও শাস্ত্র–ভাগৱত শুনো৷ ধর্ম–কর্মৰ প্রতি আমাৰো ৰাপ াঢ়ে৷ অন্যায়–ধর্ম কৰ্বিলৈ এতিয়াও সত নাযায়৷ শাওণ কেৱল খেতিৰে নহয়৷ গ্রাম্য জীৱনৰ হূদয়ত শাওণেও আনে এনে হু অনন্য আৱেগ–নুভূতিৰ জোৱাৰ৷ ধর্ম–কর্মৰ অনুভৱ–ডপলব্ধি দিয়া তাহানিৰ সেই শাওণৰ গধূলিেবাৰলৈ মনত পৰিলেই কুখন বিষায়৷ পৰিৱর্তনৰ চাকনৈয়াত পৰি দিনে দিনে ঢ়া অন্যায়–বিচাৰেবাৰ দেখি মনে দুখ পায়৷
শাওণ কেৱল ৰষুণৰে নহয়৷ কৃষকক ৰ’দো লাগে শাওণত৷ হালেবাৱা পথাৰত ন গেল্বিলৈ ৰ’দৰ ৰ প্রয়োজন৷ কৃষকৰ মন জি প্রকৃতিয়ে কেতিয়াবা তৰ ফৰকাল কৰে শাওণত৷ ৰ’দত পথাৰৰ পানী গৰম হয়৷ ন–বাট গেলি মাটি ওলায়৷ পথাৰ গা হৈ মাছ মৰে৷ মৰা মাছৰ দুখত গলী–বৰটোকোলাই আলিত হি শোক সভা পাতে৷ দুখ–সুখৰ দোমোজাত কৃষকৰ হূদয় দগ্ধ হয়৷ তথাপিও সংগ্রামৰ পৃথিৱী লি ভাবি মানুহে শ্রম কৰে৷ হাল–মৈ টানি লধে দুখ পায়৷ কান্ধ ছিগে, েবঙেতি ফালে কাটে, এছাৰিৰ কোবত পিঠি দমলা–দমল হয়৷ েবলাটো হাল টানি ভাগৰ লাগে, হালোৱাই জি নাপায়৷ কেতিয়াবা পানী খোৱাৰ চলতে অকণমান ৰ’লৈ মন কৰে৷ আমি চেঙেলীয়া হালোৱাই খঙতে কওঁ– লধ সোৰোপা পানী খোৱা, হালোৱা সোৰোপা েবলি চোৱা ….৷ অজানিতে লধৰ পিঠিত কোব দিওঁ৷ সহ্বি নোৱাৰি পিতায়ে কয়– ‘হেৰৌ সিহঁতৰো দুখ–ভাগৰ আছে নহয়৷ নোকোবাবি, অলপ ৰওক দে৷’ কাষলৈ আহি লধৰ পিঠিত হাত লাই দিয়ে৷ জুমুঠি ঘূৰাই চেৰেপা খেদে– ঠেঙৰ জোক গুচাই দিয়ে৷ মুখত মুখ থৈ মৰম কৰে হালৰ লধকেইটাক পিতাইহঁতে ঘৰৰ লখিমী লি মৰম কৰে৷ দুপৰ নিশাও ডঠি আহি গোহালিৰ গৰু কেইটাত চকু ফুৰাই যায়৷ পিতাইৰ এনে মৰম দেখি গৰুেবাৰলৈ আমাৰো মৰম ওপজে৷ চৰিয়াত পঁইতা ভাত দি সন্ধিয়া ’টিয়েও সিহঁতক মৰম কৰে৷ মূৰত হাত ফুৰায়৷ চকু চলচলীয়া কৰি ’টিয়ে ফকৰা যোজনা গায়– ‘সাত জনমৰ মূৰত পেটে–ভাতে খায়, হু পুণ্যৰ লত পৰক পৰে ায়…৷’ জ্বিলৈ াকী নাথাকে৷ লধকেইটাক হু পুণ্যৰ লত আমি পাইছেছা৷ সিহঁতে আমাৰ ঘৰত হাল টানিছে৷ আদৰতে গলবিচনী চুই আমিও মৰম কৰোঁ৷ জাপিৰে বিচি জাগৰ ধোঁৱা ডৰাই মহ–ডাঁহ খেদোঁ৷ ঘাঁহ পাগুলি সিহঁত সাদৰত টোপনি যায়৷
শাওণৰ ফৰকাল সন্ধিয়া আকাশত হাতীপটি ওলায়৷ নীল আকাশত তিৰবিৰায় তৰা৷ কি পাপৰ ফলত জানো লগ এৰি এটি এটিকৈ সৰি পৰে তৰা৷ আইতাই সেইেবাৰক পপীয়া তৰা লি কয়৷ তহঁতৰ ভূগোলত আছে৷ পঢ়ি চাবি৷ চাকিৰ পোহৰত ভূগোলৰ পাত মেলি পপীয়া তৰা পঢ়ঁো৷ আকৌ আকাশলৈ চাওঁ অলপ সময়ৰ মূৰে মূৰে পৰি থাকে পপীয়া তৰা৷ তৰাৰ পৃথিৱীত বিচৰণ কৰে আমাৰ কুমলীয়া মন৷ ওচৰৰ–পথাৰৰ পৰা ভাহি আহে এটি কোঢ়া চৰাইৰ মাত৷ আঁতৰত এজাক শৰালিৰ মাতে মন ডৰণীয়া কৰে৷ াৰীত ফেঁচাৰ মাত শুনি চকুৰ পতা জাপ খাই পৰে৷ আয়ে ধমক দিয়ে– নুশুবি এতিয়াই, ভাত খাই শুবি৷ আকৌ চকু মেলি কিতাপ পঢঁো, আকাশলৈ চাওঁ৷ আইৰ মুখৰ পুৰণি কাহিনী শুনো৷ শাওণৰ নিশা চুটি৷ পুৱাতে ডঠি হাল ন্বি লাগে৷ গাঁৱৰ সকলোৱে সোনকালে ভাত খাই শোৱে৷ কথাতে কয়– শাওণ সোণৰ দিন৷ পুৱা এলাহ কৰিলেই শাওণ অথলে যাব৷ কেতিয়াবা হাল খতি থাকিলে নাওলৈ দলনি পথাৰত ঘাঁহ কাটো৷ কলমৌ–পানী কলা ছিঙি ঘৰলৈ আনো৷ ঠুহা –চেপা চাওঁ৷ খালৈ ভৰাই মাছ আনো৷ নাৱৰ টিঙত থিয় হৈ ঔ টেঙা পাৰোঁ৷ ঔ তলৰ নলনি ফালি নল কেৰেলা– ঘুকুচি মৈ ছিঙো৷ নল াঘিনীয়ে গা কাটে৷ পোৰণি–দেৱনি ডঠে৷ ঢ়াপৰ ঢেঁকীয়া আনি আঞ্জা খাওঁ৷ সমনীয়াৰ স’তে াৰীয়ে াৰীয়ে আম–কঁঠাল বিচাৰোঁ৷ গৰম ন্ধ দিওঁতে শিক্ষকে দিয়া ডপদেশ মনত পেলাওঁ৷ পেট ভৰাই আম–কঁঠাল নাখাওঁ৷ চকু ৰঙা হোৱাকৈ জানত সাঁতুৰি গা নোধোওঁ৷ তথাপিও কেতিয়াবা সকলো পাহৰি পানী সোঁতত সাঁতোৰো, আম–কঁঠাল খাওঁ৷ দুদিনমান জ্বৰ নৰীয়া হয়৷ আই–পিতাইৰ গালি শপনি খাওঁ৷ আয়ে মূৰত ভৰণ দিলে জ্বৰ ভাল হয়৷ আকৌ পথাৰ পাওঁগৈ৷ পথাৰত শাওণ আছে৷ আছে ঘৰৰ সপোন– সমাজৰ সপোন৷ শাওণ ৰৈ নাথাকে৷ এদিন–দুদিনকৈ কৃষকৰ সপোন পূৰাই শাওণে এদিন মেলানি মাগ্বি৷ শাওণৰ কুৰে হাজাৰ প্রতিশ্রুতিৰ ন্যা াগৰি ৰিমঝিম ৰষুণ আহে, পিঠি পোৰা ৰ’দ ঢ়ালে, সোঁ সোঁ তাহ আৰু েবাকা–পানীৰ সমাহাৰ৷ শাওণৰ তাহত মাটি আৰু ঘামৰ সুবাস বিয়পে৷ গুৱাল–গৰখীয়াৰ দীঘলীয়া ডকি আৰু পথৰুৱা মানুহৰ কথাৰ গুঞ্জনত শাওণ সুৱদি হয়৷ কেতিয়াবা শাওণৰ মাদকতা ভাঙি ান আহে৷ মানুহে কু ঢ়াপৰিয়াই মৰণকাতৰ চিঞৰ মাৰে৷ চিঞৰেবাৰে আমাৰ কুমলীয়া মন ভাঙে৷ ন–ভূঁই তল যায়৷ আষা কঠীয়া ডটুৱাই নিয়ে৷ আলি কেঁকুৰিত হি কৃষকে কপালত হাত থৈ নিজেই নিজক জনি দিয়ে৷ মানুহৰ আশা আৰু সপোন ভঙা ান আহিলে ডছাহৰ শাওণৰো মেঘলৈ খং ডঠে৷ ান আনি মেঘ আঁতৰি গ’লে শাওণে আমাক আকৌ মাতে৷ কিন্তু তেতিয়ালৈ আমাৰ ডছাহ ভাগে, দেহত ল নাথাকে৷ তথাপি পিতাই পথাৰলৈ যায়৷ পলসত পোত যোৱা ভূঁইৰ ওপৰত আমি আকৌ ভূঁই ৰোওঁ৷ দুদিনতে ভোমোৰা পাখি যেন হয় সঁজাল ধৰা পথাৰ৷ আস্ শাওণৰ কি যে শক্তি, শাওণৰ কিযে মোহনী ….৷ তেতিয়া পিতায়ে কয়– ‘দেখিলি, লাগি থাকিলে মাগি খাব নালাগে…৷’
ৰ’দ–বৰষুণৰ শাওণে লাহে লাহে ভৰপক দিলেই আমাৰ সুকল খোলে৷ েবাকা–মাটিৰ মোহত আমি সুকললৈ নাযাওঁ৷ ’টিয়ে ধমক দিয়ে– সুকললৈ যা৷ পিতাই মৌন হৈ কাৰো পক্ষ নলয়৷ কেঁচুমতা– শেলুৱৈয়ে ঢ়কা শ্রেণীকোঠা, ভেঁকুৰ লগা ডেস্ক–েবঞ্চৰ দুর্গন্ধত সুকলত থাক্বি নোৱাৰি৷ তাতোকৈ পথাৰেই ভাল৷ সেডজ কোমল কঠীয়াৰ মিঠা মিঠা গোন্ধ৷ কেঁচা মাটিৰ সুবাস আৰু পথৰুৱা ৰং–ধেমালি এৰি সুকললৈ মনতে নপৰে৷ শাওণ গ’লে আৰু ছৰটোলৈ নাহে৷ সেয়ে আমি মন ভৰাই শাওণৰ েবাকোচাত ডঠোঁ৷ দেহা জুৰাই ৰষুণত তিতোঁ৷ দুবাহুৰে আজুৰি কঠীয়া তোলোঁ৷ েবাকাত লেও লৈ দ–পানীত গা ধোওঁ৷ লধৰ নেগুৰত ধৰি আলি ছিগা পাৰ হওঁ৷ মূৰৰ জাপি পানীত ডটি যায়৷ ৰ মাৰি জাপি বিচাৰি অনাৰ প্রতিযোগিতা চলে৷ কেতিয়াবা জাপি হেৰায়৷ ঘৰত গালি খাওঁ৷ হাল াওঁ ৰষুণত তিতি৷ এদিন শিক্ষাগুৰু আমাৰ ঘৰলৈ আহে৷ পিতাইৰ আগত আমাক সুকললৈ যাবলৈ কয়৷ স্বাধীনতা দিৱসত সমদল কৰ্বি লাগে৷ সেই ডপলক্ষে সুকলত কৃষ্টি সভা হ’৷ কৃষ্টি সভাত আমি হালোৱা গীত গাওঁ৷ ছোৱালীেবাৰে জ্যোতি গীত …৷ এদিন–দুদিনকৈ পথাৰৰ কাম শেষ হ’লে আমি সুকললৈ যাওঁ৷ আমাৰ ওপৰত শিক্ষাগুৰুৰ খং৷ ডশাহটোৰ ভিতৰতে টান অংক আৰু ইংৰাজী অনুবাদ কৰ্বিলৈ দিয়ে৷ আমি কৰি দেখুৱাওঁ৷ খং সাৰ্বিলৈ াট নাপালে কাণমোচৰা দি কয়– ইমান দিনে কিয় সুকল অহা নাছিলি? শিক্ষকৰ খং আমি জেজা৷ ছৰেকীয়া পৰীক্ষালৈকে আৰু কোনো দিনে সুকল খতি নকৰোঁ৷ াটৰ পৰাই সজাল ধৰা পথাৰেবাৰ চাই চাই সুকললৈ অহা–যোৱা কৰোঁ৷ শিক্ষা জীৱন আৰু কৃষকৰ জীৱনৰ মাজত সমন্বয়ৰ সেতু গঢ়ি এনেকৈয়ে জীপাল কৰোঁ গ্রাম্য জীৱনৰ ধাৰা৷ আমাৰ য়স আগ্বাঢ়ে৷ সাক্ষী হৈ ৰয় কেৱল শাওণ৷ শাওণ একেই আছে৷ মাথোঁ সলনি হৈছোঁ আমি৷ শাওণৰ সেই একেই মাদকতা৷ মাথোঁ ল’ নাজানো আমি৷ যান্ত্রিকতাৰ পৃথিৱীত শাওণ এতিয়াও সদম্ভে জীয়াই আছে আৰু জীয়াই থাকিব অনন্ত কাললৈ৷ ক’লা মেঘৰ আঁচলত ধৰি এইবাৰো শাওণ আহিছে ধৰালৈ৷ শাওণ তুমি হুৰ হুৰ ৰষুণ দিয়া, দেহা পোৰাকৈ ৰ’দ দিয়া, গা জুৰ পৰাকৈ তাহ দিয়া আৰু চকু জুৰ পৰাকৈ আমাক শস্য দিয়া৷ সেয়েহে শাওণ তোমাক জনালোঁ স্বাগতম….৷