নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্রীৰ ভাষণ

- পৰেশ বৈশ্য

অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা মুখ্যমন্ত্রী হোৱাৰ পিছত ৰাজহুৱা স্থানত দিয়া ভাষণেবাৰ যদি পর্যালোচনা কৰে দেখ্বি যে তেওঁৰ ভাষণত সকলো ক্ষেত্রতে অসমখনক এক নতুন ৰূপত সজোৱাৰ এক সমূল স্বপ্ণ আছে৷ তেওঁৰ মুখ্যমন্ত্রিত্বৰ অনিৰুদ্ধ যাত্রাৰ বেদী হ’ল ৰাইজৰ ােব সু–শাসন৷ আন এটা কথা৷ ড০ হিমন্ত বিশ্ব শর্মাই মুখ্যমন্ত্রী হিচাপে কার্যর্ন্বিাহ কৰাৰ পূবৰ ভাষণ আৰু মুখ্যমন্ত্রী পদত অধিষ্ঠিত হৈ দিয়া ভাষণেবাৰৰ মাজতো এক বিৰাট পার্থক্য আছে৷ এতিয়া তেখেতৰ ভাষণত শুন্বিtransformationৰ সুৰ৷ মানে তেখেতৰ ভাষণত শুন্বি অসমখনক নতুন ৰূপত গঢ়াৰ লহৰ৷ মাজে মাজে তেখেতৰ ভাষণত হিন্দুত্বৰ গোন্ধ পায় যদিও সেয়া দলৰ আত্মাৰ আহ্বান৷ সেই লৈ অসমৰ আন ধর্মাৱলম্বীসকলে নিশ্চয় শংকা কৰা নাই৷ আন ধর্মাৱলম্বীসকলেও জানে মুখ্যমন্ত্রীৰ তেনে ভাষণে তেওঁলোকৰ ধর্মীয় স্বাধীনতা হানি নকৰে৷ তেওঁলোকেও ইতিমধ্যে মুখ্যমন্ত্রীৰ ভিতৰৰ মানুহজনক আৱিষ্কাৰ কৰিছে৷ তাৰ উজ্জ্বল সাক্ষী অলপতে হৈ যোৱা অসমৰ খিলঞ্জীয়া মুছলমানৰ সভাৰ পৰা অহা সম্প্রীতিৰ াণী৷
আপুনি যদি ভালদৰে চায়, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই তেখেতৰ ভাষণত ইছলামৰ এটি শাশ্বত াণী প্রতিফলিত হোৱা দেখা যায়৷ এটাIslamic proverb-ত আছে ঃ’Each word we utter should have to pass through three gates before we say it. At first gate, the gate-keeper asks, ‘Is it true·’ At second gate, he asks ‘Is it necessary·’ and the third gate,he asks, ‘Is it kind.’ এতিয়া প্রতি ধ্বাৰে মন্ত্রীসভা আহ্বান কৰি তেওঁৰ ভাষণত ক’ লগা কথা া আঁচনিক ৈবধ কৰি ঘোষণা কৰাৰ পৰম্পৰা আৰম্ভ কৰিলে৷ অসমৰ সংসদীয় ৰাজনীতিৰ ইতিহাসত ই এক নজিৰবিহীন ঘটনা৷Islamic proverb-টোত কোৱাৰ দৰে তেওঁ তেওঁৰ ভাষণেবাৰত সত্যনিষ্ঠতা, প্রয়োজনীয়তা আৰু সম্ভ্রম প্রত্যক্ষ কৰ্বি পাৰি৷ ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখনৰ এশদিনীয়া অনিৰুদ্ধ যাত্রাৰ খতিয়ানত ৰাইজৰ এশটা প্রত্যাশা পূৰণ কৰি কথাৰ মর্যাদা ৰক্ষা কৰ্বিলৈ সক্ষম হৈছে৷ তেওঁৰ এশদিনীয়া শাসন কালত অসমৰ ৰাইজলৈ দিয়া আটাইতকৈ ডাঙৰ উপহাৰটো হ’ল ৰাজ্যখনৰ ৰূপান্তৰৰ অনাবিল প্রত্যাশা৷Emerson–য়ে কৈছিল ঃWe do not count a man’s years until he has nothing else to count. তেওঁ কামেৰে য়স জোখাৰ সিদ্ধান্তত গুৰুত্ব দিছিল৷ আপুনি মুখ্যমন্ত্রীৰ এশদিনীয়া অনিৰুদ্ধ যাত্রাৰ তালিকাত তাক নিশ্চয় প্রত্যক্ষ কৰ্বি৷ আনহাতে, এমাৰছনে আৰু এষাৰ কথা কৈছিল ঃ’Self trust is the first secret of success.’ মুখ্যমন্ত্রীৰ ভাষণত সেই উদ্যম দেখা যায়৷ তেওঁৰ অযুত আত্মবিশ্বাসেই হ’ল ৰাজ্যৰ ৰূপান্তৰ আন্দোলনৰ অমোঘ শক্তি৷
তেখেতে ভাষণত কোৱা কিছুমান কথাই হুতৰে মুখ তিতা কৰিছে৷ অলপতে মুখ্যমন্ত্রীয়ে এখন সভাত কৈছে ঃ কার্যালয়লৈ মানুহ যিমানেই কম আহ্বি, সিমানেই ৰাজ্যৰ সুশাসনৰ চানেকি প্রতিভাত হ’৷ এই কথাত আমাৰ হুতো বিষয়াৰ সান্দহ খোৱা ালি তল যাব লি বেজাৰ নিশ্চয় পাব৷ কিন্তু মুখ্যমন্ত্রীৰ ােব সেই াণী ৰাইজৰ সুশাসনৰ প্রাথমিক চর্ত৷ তাৰ ােব চৰকাৰে ৰাইজৰ সেৱাসমূহ সহজলভ্য কৰ্বিলৈ সুদৃঢ় কার্যকৰী আঁচনি জৰুৰীভাৱে গ্রহণ কৰ্বি লাগ্বি৷ অলপতে মুখ্যমন্ত্রীয়ে এখন সভাত কৈছে ঃ আমাৰ এচাম বিশ্ববিদ্যালয়ৰ অধ্যাপকে কাকতত হিতোপদেশ দিয়ে, কিন্তু নিজৰ দায়িত্ব পালন নকৰে৷ কথাটো খুেবই গুৰুত্বপূর্ণ৷ ইমান দিনে আমি শিক্ষাৰ মানৰ কথা আলোচনা কৰোঁতে প্রধানতঃ প্রাথমিক আৰু মাধ্যমিক শিক্ষাৰ পৰিধিত থাকি আলোচনা কৰি আহিছোঁ৷ৰ বেছি মহাবিদ্যালয় পর্যায়ৰ কথা আলচ হয়৷ কিন্তু বিশ্ববিদ্যালয়ৰ শিক্ষাৰ মান, প্রশাসনিক ৱস্থা, শিক্ষকৰ পাঠদান া নিয়মানুৱর্তিতাৰ কথা আমাৰ আলোচনাৰ বিষয় হোৱা নাই৷ তেওঁলোক স্বতন্ত্র লি সেই অধ্যায় এৰি চলিছোঁ৷ কিন্তু এতিয়া অসমৰ বিশ্ববিদ্যালয়েবাৰৰ এই দিশেবাৰ নিৰীক্ষণৰ প্রয়োজন আহি পৰিছে৷ আপুনি কিছুমান বিভাগত গৈ দেখ্বি অধ্যাপক নাই, সুধিলে ক’ ছাৰৰ ক্বিা সভা া ছেমিনাৰ আছে৷ বিভাগেবাৰত উপাচার্যৰ নাই কোনো নিৰীক্ষণ৷ বিয়লি তিনিমান জাৰ পিছত কিছুমান বিভাগ ক্রমাৎ জনশূন্য হ’লৈ ধৰে৷ মই কিছুদিন নতুন দিল্লীৰ নেচনেল ল ইউনিভার্ছিটীত ন্যায়িক বিষয়াসকলৰ এক প্রশিক্ষণ কার্যসূচীৰ ফেকাল্টী হিচাপে আছিলোঁ৷ তাত দেখিছিলোঁ যে বিশ্ববিদ্যালয়খন উপাচার্যগৰাকীয়ে নিশা আঠ জালৈকে থাকি বিভাগেবাৰ পর্যেবক্ষণ কৰে৷ বিভাগীয় মুৰব্বীসকলৰ লগত সততে শৈক্ষিক দিশৰ ার্তালাপ কৰে৷ কিন্তু অসমৰ বিশ্ববিদ্যালয়েবাৰৰ প্রায় ভাগতেই সেই পৰিৱেশ নাই৷ আনকি গৱেষণাৰ কামো তথ্বৈচ৷ আমাৰ জাতীয় জীৱনৰ সমস্যাবোৰ সমাধানৰ ােব স্তুনিষ্ঠ পৰামর্শ দ্বিলৈ একোখন বিশ্ববিদ্যালয়ত লেখত ল’ লগা কেইজনমানক াদ দি অধ্যয়নপুষ্ট অধ্যাপকৰ অভাৱ অনুভৱ হয়৷ দুই–চাৰি সন্মানীয় অধ্যাপকে আকৌ ভাষণত া টিভিৰ পর্দাত নিজকে ৰাজনৈতিক দলৰ মুখপাত্রৰ দৰে আচৰণ কৰাও দেখা যায়৷ মুখ্যমন্ত্রীৰ ভাষণত কোৱা কথাৰ আঁৰত নিশ্চয় এইেবাৰ কথাৰ গুৰি লুকাই আছে৷ সেইবুলি ড০ হিমন্ত বিশ্ব শর্মাৰ চৰকাৰখনে জনসাধাৰণৰ গঠনমূলক পৰামর্শ া সমালোচনাক অমৃত কথা হিচাপে হজম কৰ্বিলৈ সদিচ্ছা নিশ্চয় দেখুৱাব লাগ্বি৷ শেহতীয়াকৈ মুখ্যমন্ত্রীয়ে তেখেতৰ ভাষণত ৰাজহ চক্র বিষয়াৰ কার্যালয়ত চলা বাধ অনিয়ম–দুর্নীতিৰ কথা উপস্থাপন কৰিছিল৷ সঁচাকৈয়ে ৰাজহ চক্র বিষয়াৰ কার্যালয়বিলাকত এচাম মণ্ডল আৰু বিষয়াৰ সহযোগত নিজৰ নামৰ মাটি আনৰ নামত নামজাৰি কৰা, মাটিৰ নথি–পত্রত জালিয়াতি কৰা কাম াপক হাৰত চলে৷ এক দালাল শ্রেণী এই কার্যত জডিত হৈ থাকে৷ এতিয়া মুখ্যমন্ত্রীয়ে মণ্ডল অফিচৰ এই অপকর্ম পুলিয়ে পোখাই উভালি পেলাবলৈ ৰাজহ বিভাগক নির্দেশ দিছে৷ ৰাজহ চক্রৰ কার্যালয়ত পৰি থকা গোচৰেবাৰ যাতে স্বচ্ছতাৰে নিষ্পত্তি হয় তাৰ পদক্ষেপ লৈছে৷ ভূমি জৰীপৰ নির্দেশ দিছে৷ মাটি নামজাৰি সংক্রান্তীয় গোচৰ নিষ্পত্তিৰ জৰুৰী নির্দেশ দিছে৷ এই সংক্রান্তত অহা দুই অক্টোবৰত ‘মিছন বসুন্ধৰা’ অভিযান আৰম্ভ কৰ্বি৷ এনে পদক্ষেপ আমাৰ ৰাজ্যখনত পূর্েব লোৱা দেখা নাছিলোঁ৷ মুখ্যমন্ত্রীৰ ভাষণ যেনে কামো তেনে৷ এয়াই তাৰ প্রমাণ৷ আনহাতে, শিক্ষক–কর্মচাৰীৰ পেন্সনৰ বিষয়টোও এক বিডম্বনাৰ বিষয় হৈ আছে৷ বিশেকৈ শিক্ষকৰ পেন্সন সম্পর্কীয় কথাটোৱে সমাজক উদ্বিগ্ণ কৰি থাকে৷ শিক্ষকৰ চাকৰি কালত অডিট নোহোৱা, চাকৰিৰ সেৱা হীত খেলিমেলিৰ প্রশ্ণ তুলি শিক্ষা বিভাগে হুতো শিক্ষকক ছৰৰ পিছত ছৰ ধৰি পেন্সনৰ পৰা ঞ্চিত কৰি আহিছে৷ অথচ উচ্চ ন্যায়ালয়ৰ হুতো ৰায়ত স্পষ্টকৈ কৈছে যে শিক্ষকৰ সমস্যাসমূহ চাকৰি কালতেই নিষ্পত্তি কৰ্বি লাগ্বি৷ অৱসৰৰ পিছত ইটো সিটো অভিযোগ দেখুৱাই া অডিট নোহোৱাৰ প্রশ্ণ তুলি পেন্সনৰ পৰা ঞ্চিত কৰ্বি নোৱাৰ্বি৷ কিন্তু বিষয়া এচামে ধনৰ লোভত ন্যায়ালয়ৰ নির্দেশক কেৰেপ নকৰি অৱসৰপ্রাপ্ত শিক্ষক–শিক্ষয়িত্রীক পেন্সনৰ নামত এতিয়াও হাৰাশাস্তি কৰি আছে৷ কিন্তু মুখ্যমন্ত্রীৰ হস্তক্ষেপত শিক্ষা বিভাগত নিষ্পত্তি নোহোৱা সকলো পেন্সন ফাইল পেন্সন সঞ্চালকালয়লৈ প্রেৰণৰ দিহা কৰিছে৷ ভৱিষ্যতে কর্মচাৰীক পেন্সনৰ কাগজ–পত্র পোনপটীয়াকৈ পেন্সন সঞ্চালকালয়লৈ পঠিওৱাৰ নির্দেশনা দিছে৷ এতিয়া শিক্ষা বিভাগৰ সান্দহ খোৱা ালি তল যাব৷ এনেদৰে মুখ্যমন্ত্রীগৰাকীয়ে যিেবাৰ বিভাগত জনসাধাৰণে বিড়ম্বনা পাই আহিছিল, সেই বিভাগসমূহ তৎপৰতাৰে নিকা কৰাৰ যি প্রয়াস লৈছে সি সঁচাকৈয়ে আদৰণীয়৷ গতিকে মুখ্যমন্ত্রীৰ ভাষণত যি ঘোষণা ওলায়, সিয়েই কার্যত ৰূপায়িত হ’লৈ লোৱাত চৰকাৰখনৰ প্রতি ৰাইজৰ বিশ্বাস দ্ধি হৈছে৷ মুখ্যমন্ত্রীৰ এই যাত্রা অবিৰত হৈ থাকক তাকেই কামনা কৰিলোঁ৷

You might also like