নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰ অলিম্পিকত আৰু এটা পদক নিশ্চিত

নিয়মীয়া বাৰ্তা ৪ আগষ্টঃ টকিঅ অলিম্পিকত আজি ভাৰতীয় মল্লযুঁজাৰু সকলে আজি উন্নত প্ৰদৰ্শন আগবঢ়ায়। ভাৰতীয় মল্লযুদ্ধা  ৰবি কুমাৰ দাহিয়াই পদক নিশ্চিত কৰে।

ভাৰতীয় মল্লযোদ্ধা ৰবি কুমাৰ দাহিয়াই কাজাখস্তানৰ নুৰইছলাম ছানায়েভক পৰাস্ত কৰি ৫৭ কিলোগ্ৰাম ফ্ৰীষ্টাইল ফাইনেলত প্ৰৱেশ কৰাৰ লগে লগে ভাৰতৰ বাবে আন এটা পদক, অন্ততঃ ৰূপৰ পদক নিশ্চিত হয়।

You might also like