হায়দৰাবাদৰে আজি গুৰুত্বপূর্ণ মেচ পঞ্জাবৰ
নিয়মীয়া বাৰ্তা ৮ অক্টোবৰঃ সংযুক্ত আৰব আমীৰ শ্বাহীত পূর্ণগতিত চলি থকা ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ ঐশ্বর্যশালী টি–২০ ক্রিকেট প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ আজি হ’বলগীয়া গুৰুত্বপূর্ণ মেচখনত প্রতিদ্বন্দ্বিতা আগবঢ়াব ছানৰাইজার্ছ হায়দৰাবাদ আৰু কিংছ একাদশ পঞ্জাবে৷ কাইলৈৰ এই মেচখন দুয়োটা দলৰ বাবেই অতি গুৰুত্বপূর্ণ হিচাপে বিবেচিত হৈছে৷