নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অষ্ট্ৰেলিয়ান অপেনঃ অংশ লোৱাতো নিশ্চিত জ’ক’ভিছ, ফেডেৰাৰ আৰু নাডালৰ

নিউজডেস্ক, ১৪ ডিচেম্বৰঃ আগন্তুক বৰ্ষৰ ২০ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব ১১৫ সংখ্যক অষ্ট্ৰেলিয়ান অপেন । এই মেগা ইভেণ্টত ইতিমধ্যে অংশ লোৱাত নিশ্চিতি প্ৰদান কৰিছে টপ টেনিছ খেলুৱৈসকল ক্ৰমে- নভাক জ’ক’ভিছ, ৰ’গাৰ ফেডেৰাৰ আৰু ৰাফেল নাডালে ।

উল্লেখ্য যে জ’ক’ভিছে এইবাৰ অষ্টম অষ্ট্ৰেলিয়ান অপেন খিতাপৰ বাবে প্ৰতিদ্বন্দিতা কৰিব ।

You might also like