কামাখ্যাত ৭.৬২ কোটি টকাৰ অপব্যৱহাৰ; তদন্তৰ নির্দেশ উচ্চতম ন্যায়ালয়ৰ
নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰীঃ দেশৰ অন্যতম জাগ্রত শক্তিপীঠ কামাখ্যা দেৱালয়ৰ বৃহৎ পৰিমাণৰ ধনৰ অপব্যৱহাৰ হোৱাৰ গুৰুতৰ তথ্য উন্মোচিত হৈছে উচ্চতম ন্যায়ালয়ৰ মজিয়াত৷ ২০১১ চনৰ ২১ নৱেম্বৰৰ পৰা কামাখ্যা দেৱালয়ৰ প্রায় ৭.৬২ কোটি টকা দেৱোত্তৰ ব’র্ডে…