মহানগৰীৰ বজাৰ ভৰিছে তিল পিঠা–নাৰিকলৰ লাড়ু, চিৰা, দৈৰে
নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ কংক্রিটৰ মহানগৰীতো ভোগালীক আদৰিবলৈ প্রস্তুতি আৰম্ভ হৈছে৷ বিহুলৈ মাজত দুদিন থকাৰ সময়ত মহানগৰীৰ বজাৰত ক্রমশঃ উপলব্ধ হৈছে তিল পিঠাৰ পৰা আৰম্ভ কৰি দৈ–চিৰালৈকে৷
গুৱাহাটীৰ ভিন্ন প্রান্তত তিল পিঠা, নাৰিকলৰ পিঠা, লাড়ু,…