মছজিদ নির্মাণৰ স্থান চিহ্ণিত যোগী চৰকাৰৰ
নিয়মীয়া বাৰ্তা, ১ জানুৱাৰীঃ উচ্চতম ন্যায়ালয়ৰ নির্দেশত উত্তৰ প্রদেশ চৰকাৰে অযোধ্যাত মছজিদ নির্মাণৰ বাবে স্থান চিহ্ণিত কৰিছে৷ অযোধ্যাৰ মীর্জাপুৰ, ছামছুদ্দিনপুৰ আৰু চন্দনপুৰত পাঁচটাকৈ স্থান চিহ্ণিত কৰিছে যোগী আদিত্যনাথ চৰকাৰে৷ উল্লেখনীয় যে…