আজিৰে পৰা দেশজুৰি বলৱৎ নাগৰিকত্ব সংশোধনী আইন
নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ আজিৰে পৰা কাৰ্যকৰী হৈছে নাগৰিকত্ব সংশোধনী আইন ২০১৯। ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে ৰাজপত্ৰিত জাননীযোগে আজিৰে পৰা কাৰ্যকৰী কৰিছে এই সংশোধনী আইনখন। গৃহ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব অনিল মালিকে জাৰি কৰা এই ৰাজপত্ৰিত জাননী…