তৃতীয় বাৰৰ বাবে নিৰ্ভয়া কাণ্ডৰ চাৰি ধৰ্ষণকাৰীৰ ডেথ ৱাৰেণ্ট জাৰি; ৩ মাৰ্চত হ’ব ফাঁচী
নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰীঃ সোমবাৰে দিল্লীৰ আদালতে তৃতীয় বাৰৰ বাবে নিৰ্ভয়া কাণ্ডৰ চাৰি ধৰ্ষণকাৰী– মুকেশ সিং, পৱন গুপ্তা, বিনয় শৰ্মা আৰু অক্ষয় ঠাকুৰৰ ডেথ ৱাৰেণ্ট জাৰি কৰিছে ।
সেই অনুসৰি নিৰ্ভয়া কাণ্ডৰ ৪ ধৰ্ষণকাৰীক অহা ৩ মাৰ্চৰ পুৱা ৬…